Posts

Showing posts with the label 🔵Part-678(108:01-03)(109:01-06)Al-Kawthar/Al-Kaaferoon

🔵Part-678(108:01-03)(109:01-06)Al-Kawthar/Al-Kaaferoon

✔️Part-678(108:01-03)(109:01-06) Al-Kawthar/Al-Kaaferoon ✔️Video- https://rb.gy/92njs Muktabul  .___________________________________________ ✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক: https://iiqassyedraf.blogspot.com/2023/06/blog-post_16.html .___________________________________________ মিনি সূচিঃPart-678(108:01-03)(109:01-06) ১০৮(আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল, এই ছুৰাটো বৰ্তমান কালত আছে কিন্তু, তথাকথিত পণ্ডিতে ইয়াক অতীত কালত কৰি ৰছুল মহম্মদৰ লগত মিলাই দিছে।) ১০৯(“আল-কাফিৰুন”ৰ সকলো পৰম্পৰাগত অনুবাদতে কাফিৰ শব্দটোৰ অৰ্থ সদায় “অবিশ্বাসী” বুলি ভুল ব্যাখ্যা কৰা হয়।) .___________________________________________ Pre-Page:Al-Kawthar(108:01-03) সাধাৰণ কোৰআনৰ অনুবাদকৰ লগত তুলনামূলক তলৰ(🔴) শুদ্ধ অনুবাদ চাওঁক। আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল, এই ছুৰাটো বৰ্তমান কালত আছে কিন্তু, তথাকথিত পণ্ডিতে ইয়াক অতীত কালত কৰি ৰছুল মহম্মদৰ লগত মিলাই দিছে। . হয় “أَعْطَيْ” আৰু “انْحَرْ” দুয়োটা ক্ৰিয়া ভূতকালৰ নহয় দুয়োটা আৱশ্যকীয় (আদেশ) ক্ৰিয়া।  আপ...