🟩Part-416(38:08-20)Saad(ص)ছুৰা-ছা'দ
✔️Part-416(38:08-20)Saad(ص)ছুৰা-ছা'দ ✔️Video- https://youtu.be/zjUqtI3GOuY .... Video- Part-416(38:08-22)ছুৰা-ছা'দ ✅N.B:পৰবৰ্তী খণ্ডৰ ভিডিঅ'ত ৩৮:২১ৰ পৰা অত্যন্ত জৰুৰী কথা মুক্তাবুল চাহাবে কৈছে। শুনিব। __"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"__ .___________________________________________ 🟩মিনি সূচিঃ Part-416(38:08-20)Saad(ص) ৩৮:৮(See Note**"on people who refuse to accept the truth" ie Zikr means Quran) ৩৮:৯(কাক অনুগ্ৰহ কৰা উচিত বা অনুচিত সেই বিষয়ে সিদ্ধান্ত লোৱাটো একমাত্ৰ আল্লাহৰ কাম) ৩৮:১৪(সিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল অৰ্থাৎ কোৰআন। ফলত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি সাব্যস্ত হৈছিল-see note) ৩৮:১৭-২০(দাউদৰ আ:ছা: কথা-আয়াত চাওঁক) .___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চা...