Posts

Showing posts with the label 🟣PART-346(27:01-12)An-Naml

🟣PART-346(27:01-12)An-Naml(The Ant)

🟦PART-346(27:01-12)An-Naml(The Ant) 🟦VIDEO- https://youtu.be/2PrM4huk_Es   ।।। 🟩মিনি সূচিঃPART-346(27:01-12)An-Naml পাতনি...... ২৭:১{ত্বা-ছীন।✔️(হুৰুফ মুক্কাতাট)-টোকা} ২৭:৩✅(ছালাত কায়েম কৰা মানে কি? :see imp. link:) ২৭:৪(যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শোভনীয় কৰি দিছো, ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে;) ২৭:৬✅(কোৰআন বুজি পঢ়িলেই আপুনি কোৰআন প্ৰাপ্ত হ'ব।) ২৭:৭(MOSES ON THE MOUNT). ।।। 🟩পাতনি: বিভিন্ন কথা বতৰা , মানৱ ৰচিত হাদিস, ৱাজ নছিহত, ভুল কোৰআনৰ অনুবাদ আদিয়ে মানুহক কোৰআন বুজাৰ পৰা বিভিন্ন কৌশলে আঁতৰাই ৰাখিছে। গতিকে মুছলিম আজিৰ তাৰিখত অত্যাচাৰিত, নিৰ্য্যাতিত। এইবোৰ চকুৰ আগত সকলোৱে দেখি আহিছে।  কোৰআন নবী মহম্মদৰ(আ:ছা:) ওপৰত নাযিল হৈছিল। গতিকে আল্লাহে কথাবোৰ মহম্মদক (আ:ছা:) কৈ আছে। তুমি কোৱা, তুমি কৈদিয়া ইত্যাদি ধৰণেৰে আহিছে। কিন্তু এতিয়া তেখেত নাই, সেয়েহে কোৰআন যেতিয়া পঢ়িব তেতিয়া কোৰআনৰ সেই বাণী আপোনাৰ বাবে। চাওঁক: https://bit.ly/3q5NpOs . এই কথাবতৰাবোৰেই সামৰি আজিৰ কোৰআন বিশ্লেষণৰ ৩৪৬নং ছুৰা আন-নামলৰ খণ্ডটো। এই খণ্ডটোৰ ✅মুক্তা...