🌀🥸৭৬
🥸621-622মিনি সূচিঃPart-621-622(76:01-08)Al-Insaan ৭৬:১(আমি বিৱৰ্তনশীল বিকাশৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে আজী এই পৰ্যায়লৈ লৈ আহিলোঁ।) ৭৬:২(আল্লাহে মানুহক সৃষ্টি কৰিছে মিশ্ৰ শুক্ৰবিন্দুৰ পৰা) ৭৬:৩(আল্লাহে মানুহক হিদায়ৎতৰ পথ দেখুৱাই দিয়ে। সেই পথ গ্ৰহণ কৰে বা নকৰে সেয়া নিজৰ কথা) ৭৬:৫-৮(যিসকলে কোৰআন মানে অৰ্থাৎ সৎকৰ্মশী আৰু দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰে তেওঁলোকেই জন্নতৰ বাসিন্দা) . 🥸623-মিনি সূচিঃPart-623(76:08-20)Al-Insaan ৭৬:৮-২০(কোৰআনত যিকোনো ধৰ্মৰ অভাৱগ্ৰস্তক খাদ্য দান কৰাক অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছে। কিন্তু এই কাম কেৱল আল্লাহৰ সন্তুষ্টিৰ বাবেই হ'ব লাগিব। কেয়ামতৰ ভয়ঙ্কৰ দিনটোৰ কথা মনত ৰাখি খাদ্য দানত ৰিয়া বৰ্জিত কামটোৱে জন্নতৰ-১৮:৩০-৩১ পথ প্ৰশস্ত কৰিব। ইয়াৰ পৰা এটাই স্পষ্ট হৈছে যে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে-৫:৯,৪:৫৭ তেওঁলোকেই জন্নতি। গতিকে কোৰআনে আনুষ্ঠানিকতাক(ritual) গুৰুত্ব নিদিয়ে-২:১৭৭) . 🥸624-মিনি সূচিঃPart-624(76:21-31)Al-Insaan ৭৬:২৩(This verse addresses any sincere student of the Qur’an.See sp.notes) ৭৬:২৯-৩০(উপদেশ গ্ৰহণৰ বাবে আল্লাহে পথ দেখুৱাই দিছে। গ্ৰহণ ...