🌀🔺১১৪
🔺681(B)- Part-681(🅱️)(114:01-06)An-Naas এই খণ্ডৰ ১১৪: আন-নাছ কোৰআনৰ শেষ ছুৰা। কিন্তু আমাৰ বাবে এখুপ আগুৱাই যোৱাৰ প্ৰথম খোজ হিচাপে অহা ৬৮২ নং খণ্ডত আৰম্ভ কৰিম: "1st.Upgrade Analytical Quran Studies" "১মঃ উন্নীতকৰণ-বিশ্লেষণাত্মক কোৰআন চৰ্চা" নামেৰে। এই সংক্ৰান্তত কিছু কথা লিখিছিলো লিংকত চাব: https://t.ly/9vDNk 🔺🔺🔺 Complete the Whole Quran 🔺🔺🔺