Posts

Showing posts with the label 🌀☎️৫২:

🌀☎️৫২:

☎️517-মিনি সূচিঃPart-517(52:01-14)Al-Toor ৫২:১(তুৰ পৰ্বতৰ বিষয়ে কোৰআনে কি কয়?) ৫২:২-৩(কিতাপখন কিহত লিখা আছে?কোৰআন ডাইৰেক্ত কাগজত(ছামৰাৰ) লিখা হৈছিল। ভেজাল হাদিসে কোৱাৰ দৰে কোনো bones, date-leaves, stones লিখাৰ প্ৰমাণ কোৰআনে দিয়া নাই- টোকা চাওঁক) ৫২:১১-১৪(সেইদিনা কোৰআন অস্বীকাৰকাৰী সকলৰ বাবে সৰ্বনাশ হ'ব। কাৰণ তেওঁলোকে কোৰআনৰ পৰিবৰ্তে কোৰআনৰ বাহিৰৰ বাণীৰ(حَدِيثٍ) প্ৰতি ঈমান আনিছিল-rer:৭৭:৫০। সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব। . ☎️518-মিনি সূচিঃPart-518(52:15-21)Al-Toor ৫২:১৫(যাদু/sorcery-see link) ৫২:১৭(Taqwa/Muttaqun-see link) ৫২:১৮-১৯(জান্নাতবাসীসকলৰ উপভোগ/fākihīn-see link) ৫২:২০(হূৰসকল বিষয়ে- বিশেষ লিংক চাব-৪৪:৫৪) ৫২:২১(জান্নাতত ঈমানঅনা সকলৰ লগত পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকল থাকিব-টোকা/লিংক চাব) . ☎️519-মিনি সূচিঃPart-519(52:22-29)Al-Toor ৫২:২১-২৪(জান্নাতবাসীৰ সেৱাত চাৰিওফালে ঘূৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেন সুৰক্ষিত মুকুতা) . ☎️520-মিনি সূচিঃPart-520(52:30-36)Al-Toor ৫২:৩০-৩১(নবী মহম্মদ-আ:ছা: কোনো কবি নহয়) ৫২:৩২(Arabic: 🐞ṭaghūn. ...