🟡PART-358(28:51-60)Al-Qasas(The Story)
🟩PART-358(28:51-60)Al-Qasas(The Story) 🟩VIDEO- https://youtu.be/bSvXmaxHoOo ।।। 🟩 বিশেষ-টোকাঃPART-358(28:51-60)Al-Qasas ২৮:৫৩(Tilaawah=Recitation with understanding) ২৮:৫৪(প্ৰতিদান দুবাৰ "বিপদত ধৈৰ্য্য" আৰু "ভালৰ দ্বাৰা বেয়াক প্ৰতিহত কৰা") ২৮:৫৫(মুৰ্খৰ লগত তৰ্ক নকৰিব, ছালাম দি আঁতৰি আঁহক) ২৮:৫৬✅(Guidance comes from God, not the messengers) ২৮:৬০(এই জগত ক্ষণস্থায়ী আৰু যাৰ চিন্তা এই জগত, তেওঁৰ চিন্তা পৰকালৰ সমান নহয়-see refs) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। 🔴২৮:৫১(All True Believers Accept the Quran) ۞ وَلَقَدْ وَصَّلْنَا لَهُمُ *الْقَوْلَ لَعَلَّهُمْ يَتَذَكَّرُونَ আৰু অৱশ্যে আমি সিহঁতৰ ওচৰত এটাৰ পিছত এটাকৈ বাণী পৌঁচাই দিছো; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।(*Arabic: qawl — speech, teaching, doctrine, word). . ✍️Verse/not...