🟡PART-358(28:51-60)Al-Qasas(The Story)
🟩PART-358(28:51-60)Al-Qasas(The Story)
🟩VIDEO- https://youtu.be/bSvXmaxHoOo
।।।
🟩 বিশেষ-টোকাঃPART-358(28:51-60)Al-Qasas
২৮:৫৩(Tilaawah=Recitation with understanding)
২৮:৫৪(প্ৰতিদান দুবাৰ "বিপদত ধৈৰ্য্য" আৰু "ভালৰ দ্বাৰা বেয়াক প্ৰতিহত কৰা")
২৮:৫৫(মুৰ্খৰ লগত তৰ্ক নকৰিব, ছালাম দি আঁতৰি আঁহক)
২৮:৫৬✅(Guidance comes from God, not the messengers)
২৮:৬০(এই জগত ক্ষণস্থায়ী আৰু যাৰ চিন্তা এই জগত, তেওঁৰ চিন্তা পৰকালৰ সমান নহয়-see refs)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🔴২৮:৫১(All True Believers Accept the Quran)
۞ وَلَقَدْ وَصَّلْنَا لَهُمُ *الْقَوْلَ لَعَلَّهُمْ يَتَذَكَّرُونَ
আৰু অৱশ্যে আমি সিহঁতৰ ওচৰত এটাৰ পিছত এটাকৈ বাণী পৌঁচাই দিছো; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।(*Arabic: qawl — speech, teaching,
doctrine, word).
.
✍️Verse/note:
28:51 NOW, INDEED, We have caused this word [of Ours] to reach mankind step by step, so that they might [learn to] keep it in mind.
Note.
Lit., "We have caused this word to reach them gradually": this meaning is implied in the verbal form wassalna, which - like the grammatically identical form nazzalna - points to the gradual, step-by-step revelation of the Qur'an during the twenty-three years of Muhammad's prophetic ministry.(as).
.
✍️Verse/note:
51. (As mentioned afore, the Book revealed to Moses from Allah was also meant to give the correct guidance.) Thus, right
from the beginning to now (that is from the time of Noah to the present), We have kept a special link in the teachings of
Wahi. Every new link is connected to the previous link (42:13). (Likewise, although the teaching of Quran was completed over
a long period, a special kind of connection exists. Its every link is connected to the other. This is done so that in its light
people should keep themselves on the right track.)pz.
(৪২:১৩
۞ شَرَعَ لَكُمْ مِنَ الدِّينِ مَا وَصَّىٰ بِهِ نُوحًا وَالَّذِي أَوْحَيْنَا إِلَيْكَ وَمَا وَصَّيْنَا بِهِ إِبْرَاهِيمَ وَمُوسَىٰ وَعِيسَىٰ ۖ أَنْ أَقِيمُوا الدِّينَ وَلَا تَتَفَرَّقُوا فِيهِ ۚ كَبُرَ عَلَى الْمُشْرِكِينَ مَا تَدْعُوهُمْ إِلَيْهِ ۚ اللَّهُ يَجْتَبِي إِلَيْهِ مَنْ يَشَاءُ وَيَهْدِي إِلَيْهِ مَنْ يُنِيبُ
তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছো লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলো যে, তোমালোকে দ্বীনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁৰ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁৰ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।)
.
🔴২৮:৫২
الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ مِنْ قَبْلِهِ هُمْ بِهِ يُؤْمِنُونَ
ইয়াৰ পূৰ্বে আমি যিসকলক কিতাব প্ৰদান কৰিছিলো তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে।
.
✍️Verse/note:
28:52 As for those unto whom We have vouchsafed revelation aforetime - they [are bound to] believe in this one [as well];
Note.
This is both a statement of historical fact - alluding to conversions of Jews and Christians in Muhammad's lifetime - and a prophecy. It must, however, be understood that, in the above context, God's "vouchsafing" revelation implies a conscious, sincere acceptance of its teachings by those to whom it has been conveyed: for it is this sincerity that has enabled them - or will enable them - to realize that the Qur'an preaches the same ethical truths as those forthcoming from earlier revelations. (Cf. 26:196 and the corresponding notes 83-85.)(as).
(Google translate no guarantee:
ই ঐতিহাসিক তথ্যৰ বক্তব্য - মহম্মদৰ জীৱনকালত ইহুদী আৰু খ্ৰীষ্টান ধৰ্মান্তৰকৰণৰ কথা উল্লেখ কৰা - আৰু ভৱিষ্যদ্বাণী দুয়োটা। কিন্তু এইটো বুজিব লাগিব যে, ওপৰৰ প্ৰসংগত, ঈশ্বৰৰ "ভাউচিং" প্ৰকাশে ইয়াৰ শিক্ষাক যিসকলৰ ওচৰলৈ প্ৰেৰণ কৰা হয়, তেওঁলোকৰ দ্বাৰা সচেতন, আন্তৰিকতাৰে গ্ৰহণ কৰাটোক বুজায়: কাৰণ এই আন্তৰিকতাইহে তেওঁলোকক সক্ষম কৰিছে - বা সক্ষম কৰিব . তেওঁলোকে - বুজে যে কোৰআনে সেই একেবোৰ নৈতিক সত্যৰ প্ৰচাৰ কৰে যিবোৰ পূৰ্বৰ ওহীৰ পৰা ওলাই আহিছে। (২৬:১৯৬)
(২৬:১৯৬
وَإِنَّهُ لَفِي زُبُرِ الْأَوَّلِينَ
আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহত ইয়াৰ উল্লেখ আছে।)
.
🔴২৮:৫৩
وَإِذَا يُتْلَىٰ عَلَيْهِمْ قَالُوا آمَنَّا بِهِ إِنَّهُ الْحَقُّ مِنْ رَبِّنَا إِنَّا كُنَّا مِنْ قَبْلِهِ مُسْلِمِينَ
আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছো, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলো।’
(Tilaawah= Recitation with understanding. ‘We have been Muslims’ = We have always known that Divine revelation alone is the authority and we have surrendered ourselves to God.-sa)
.
✍️Note/refs:
Conscientious people, even if they are not known as muslims, recognise the values given in this Quran and have exalted characters consistent with these values even before the guidance is known to them. They may in fact be muslims - whether they are called muslims or not. See verses
and footnotes 3:199; 12:56-57; 22:78; 36:20-32; 40:28-35; 49:14; 66:5.(sig).
.
✍️Sam-refs/note:
28:53 And when it is recited to them, they say: “We believe in1 it. It is the truth2 from our Lord; before it were we submitting.”3
1-See 58:4 for Qur’anic usage of to believe in.
2-Arabic: al ḥaqq. See link:
Use of Haqq:
3-The concept of being one submitting
(muslīm) in the Qur’an is shown here to have nothing in common with membership of a sectarian religion. 2:128.
.
🔴২৮:৫৪
أُولَٰئِكَ يُؤْتَوْنَ أَجْرَهُمْ مَرَّتَيْنِ بِمَا صَبَرُوا وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ
তেওঁলোকক দুবাৰ প্ৰতিদান দিয়া হ’ব। এই কাৰণে যে, তেওঁলোকে ধৈৰ্য ধাৰণ কৰে, আৰু ভাল কামৰ দ্বাৰা বেয়া কাম প্ৰতিহত কৰে। আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে ব্যয় কৰে।
.
✍️Pz-ref:(13:22).
১৩:২২
وَالَّذِينَ صَبَرُوا ابْتِغَاءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ أُولَٰئِكَ لَهُمْ عُقْبَى الدَّارِ
আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু চালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।
.
✍️Note:
the identical phrase in 13:22. In the present context, the reference to "patience in adversity" and "repelling evil with good" evidently relates to the loss of erstwhile communal links, social ostracism, and all manner of physical or moral persecution which is so often the lot of persons who accept religious tenets different from those of their own community.(as).
.
✍️Note/refs:
Tolerance and understanding is advocated at all times by God. A good example is the best weapon against evil and corrupt people. By applying this guidance individuals can excel in being good examples. See verse 16:125. Social Welfare and helping those in need is a duty for everyone. This spending on social welfare is not an act of charity but a right to be given to all those entitled
to it. See verses and footnotes 2:215; 21:112.(sig).
.
🔴২৮:৫৫
وَإِذَا سَمِعُوا اللَّغْوَ أَعْرَضُوا عَنْهُ وَقَالُوا لَنَا أَعْمَالُنَا وَلَكُمْ أَعْمَالُكُمْ سَلَامٌ عَلَيْكُمْ لَا نَبْتَغِي الْجَاهِلِينَ
আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা-বতৰা* শুনে তেতিয়া তেওঁলোকে তাৰ পৰা বিমুখ হয় আৰু কয়, ‘আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি ‘ছালাম’। আমি মুৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰো’।
.
✍️BB-ref:(23:3)*(25:72-pz)
২৩:৩
وَالَّذِينَ هُمْ عَنِ اللَّغْوِ مُعْرِضُونَ
আৰু যিসকল অসাৰ কথা-বতৰাৰ পৰা বিমুখ,
.
২৫:৭২
وَالَّذِينَ لَا يَشْهَدُونَ الزُّورَ وَإِذَا مَرُّوا بِاللَّغْوِ مَرُّوا كِرَامًا
আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নহয় আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ’লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।
.
✍️Note/refs:
Peace be upon you: (Arabic: salamun alaikum). Greeting approved by God. See verse 6:54.(sig).
.
🔴২৮:৫৬(GOD'S MESSENGER CANNOT GUIDE).
إِنَّكَ لَا تَهْدِي مَنْ أَحْبَبْتَ وَلَٰكِنَّ اللَّهَ يَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ أَعْلَمُ بِالْمُهْتَدِينَ
নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।
.
✍️BB-ref:(2:272)
.
✍️Verse/note/refs:
28:56. O Rasool! Your mission is to keep on delivering the right message to these people. As regards making the people adopt the right course, that is not your responsibility. In fact it is not even within your reach that every one whom you would
like to take the right path necessarily adopts it. (2:272.) The only person who would take the right path, is one who himself
wishes to do so. (How can one come to the right path when he does not want to utilize his human faculties of intellect and
reason, and intead follows a path with his eyes closed. (10:99-100.) Allah knows very well who the people taking the right
path, after thinking about it, are.
(This was a difficult thing to do because it is comparatively easy for those who never had a divine work to believe in a new
book. However, for those who follow a particular creed and consider it to be Divine, it is psychologically difficult to leave the
book and the creed which they genuinely consider Divine, and accept another. This can only be done by those who are broad
minded and not biased; and who study the other book without pre-conceived ideas and think rationally. When he is convinced of its correct guidance, then he can believe in its truthfulness courageously. Naturally, all his previous colleagues would
oppose him and therefore he will have to stay steadfast in resisting the opposition.)pz.
.
✍️Note/refs:
Guidance comes from God, not the messengers. Individuals seek the truth and this ignites the guiding torch within themselves. All according to God's ordinance. The role of the messengers is to
deliver the message and act as guiding examples. Abraham could not guide his father and nor could Noah guide his son. See verses 18:110 & 5:99-110. See also 11:45-47; 60:4.(sig).
.
🔴২৮:৫৭
وَقَالُوا إِنْ نَتَّبِعِ الْهُدَىٰ مَعَكَ نُتَخَطَّفْ مِنْ أَرْضِنَا ۚ أَوَلَمْ نُمَكِّنْ لَهُمْ حَرَمًا آمِنًا يُجْبَىٰ إِلَيْهِ ثَمَرَاتُ كُلِّ شَيْءٍ رِزْقًا مِنْ لَدُنَّا وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
আৰু সিহঁতে ক’লে, ‘আমি যদি তোমাৰ লগত সৎপথ অনুসৰণ কৰো তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ’ব’। আমি সিহঁতৰ বাবে এটা নিৰাপদ হাৰাম প্ৰতিষ্ঠা কৰা নাই নে, য’ত সকলো প্ৰকাৰৰ ফলমূল আমদানী হয়, আমি প্ৰদান কৰা জীৱিকাস্বৰূপ? কিন্তু সিহঁতৰ সৰহভাগ মানুহেই এইটো নাজানে।
.
✍️Asad's note: link:
.
🔴২৮:৫৮
وَكَمْ أَهْلَكْنَا مِنْ قَرْيَةٍ بَطِرَتْ مَعِيشَتَهَا ۖ فَتِلْكَ مَسَاكِنُهُمْ لَمْ تُسْكَنْ مِنْ بَعْدِهِمْ إِلَّا قَلِيلًا ۖ وَكُنَّا نَحْنُ الْوَارِثِينَ
আৰু আমি বহু জনপদক ধ্বংস কৰিছো যাৰ বাসিন্দাসকলে নিজৰ ভোগ-সম্পদকলৈ অহংকাৰ কৰিছিল! এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, সিহঁতৰ পিছত এইবোৰ ঘৰ-দুৱাৰত খুব কম মানুহেই বসবাস কৰিছে। আমিয়েই চূড়ান্ত উত্তৰাধিকাৰী (প্ৰকৃত মালিক)!
.
✍️Ap-ref:16:112-113
১৬:১১২-১১৩
وَضَرَبَ اللَّهُ مَثَلًا قَرْيَةً كَانَتْ آمِنَةً مُطْمَئِنَّةً يَأْتِيهَا رِزْقُهَا رَغَدًا مِنْ كُلِّ مَكَانٍ فَكَفَرَتْ بِأَنْعُمِ اللَّهِ فَأَذَاقَهَا اللَّهُ لِبَاسَ الْجُوعِ وَالْخَوْفِ بِمَا كَانُوا يَصْنَعُونَ
আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিত, য’ত কেউফালৰ পৰা তাৰ প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিলে, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰালে।
১৬:১১৩
وَلَقَدْ جَاءَهُمْ رَسُولٌ مِنْهُمْ فَكَذَّبُوهُ فَأَخَذَهُمُ الْعَذَابُ وَهُمْ ظَالِمُونَ
আৰু অৱশ্যে সিহঁতৰ ওচৰত, সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিছিল, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত অন্যায়কাৰী অৱস্থাতেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে।
.
🔴২৮:৫৯
وَمَا كَانَ رَبُّكَ مُهْلِكَ الْقُرَىٰ حَتَّىٰ يَبْعَثَ فِي أُمِّهَا رَسُولًا يَتْلُو عَلَيْهِمْ آيَاتِنَا ۚ وَمَا كُنَّا مُهْلِكِي الْقُرَىٰ إِلَّا وَأَهْلُهَا ظَالِمُونَ
আৰু তোমাৰ প্ৰতিপালকে কোনো জনপদক সেই ঠাইৰ মূল ভূখণ্ডত কোনো ৰাছুল* প্ৰেৰণ নকৰালৈকে ধ্বংস নকৰে, যিজনে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে। আৰু কোনো জনপদৰ অধিবাসীবিলাক যালিম নহ’লে আমি সিহঁতক ধ্বংস নকৰো।**
.
✍️BB-ref:(17:15)*
১৭:১৫
مَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۗ وَمَا كُنَّا مُعَذِّبِينَ حَتَّىٰ نَبْعَثَ رَسُولًا
যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় অৱশ্যে সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। আৰু কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব। আৰু ৰাছুল প্ৰেৰণ নকৰালৈকে আমি শাস্তি প্ৰদানকাৰী নহয়।
.
✍️refs-(6:130, 11:117)**
৬:১৩০
يَا مَعْشَرَ الْجِنِّ وَالْإِنْسِ أَلَمْ يَأْتِكُمْ رُسُلٌ مِنْكُمْ يَقُصُّونَ عَلَيْكُمْ آيَاتِي وَيُنْذِرُونَكُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا ۚ قَالُوا شَهِدْنَا عَلَىٰ أَنْفُسِنَا ۖ وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا وَشَهِدُوا عَلَىٰ أَنْفُسِهِمْ أَنَّهُمْ كَانُوا كَافِرِينَ
‘হে জ্বিন আৰু মানৱ সম্প্ৰদায়! তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰত ৰাছুলসকল অহা নাছিলনে যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক এই দিনৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক’ব, ‘আমি আমাৰ নিজৰ বিৰুদ্ধেই সাক্ষী দিলো’। প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে, সিহঁত কাফিৰ আছিল।
.
✍️Ap-refs: 6:92, 7:158, 6:19, 11:17, 17:58,17:15.
(৭:১৫৮
قُلْ يَا أَيُّهَا النَّاسُ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ جَمِيعًا الَّذِي لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۖ لَا إِلَٰهَ إِلَّا هُوَ يُحْيِي وَيُمِيتُ ۖ فَآمِنُوا بِاللَّهِ وَرَسُولِهِ النَّبِيِّ الْأُمِّيِّ الَّذِي يُؤْمِنُ بِاللَّهِ وَكَلِمَاتِهِ وَاتَّبِعُوهُ لَعَلَّكُمْ تَهْتَدُونَ
কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল উম্মী নবীৰ প্ৰতি যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা’।)
.
১১:১৭
أَفَمَنْ كَانَ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّهِ وَيَتْلُوهُ شَاهِدٌ مِنْهُ وَمِنْ قَبْلِهِ كِتَابُ مُوسَىٰ إِمَامًا وَرَحْمَةً ۚ أُولَٰئِكَ يُؤْمِنُونَ بِهِ ۚ وَمَنْ يَكْفُرْ بِهِ مِنَ الْأَحْزَابِ فَالنَّارُ مَوْعِدُهُ ۚ فَلَا تَكُ فِي مِرْيَةٍ مِنْهُ ۚ إِنَّهُ الْحَقُّ مِنْ رَبِّكَ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يُؤْمِنُونَ
যিসকলে নিজ প্ৰতিপালকৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ অনুসৰণ কৰে তেওঁৰ প্ৰেৰিত সাক্ষী আৰু যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এওঁলোক সেইসকল লোকৰ দৰে নেকি যিসকলে পৃথিৱী আৰু ইয়াৰ উপকৰণ কামনাত বিভোৰ) বৰং এওঁলোকেই ইয়াৰ ওপৰত ঈমান পোষণ কৰে। অন্যান্য দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰে, অগ্নিয়ে হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইটো কেৱল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।
.
🔴২৮:৬০(এই জগত ক্ষণস্থায়ী আৰু যাৰ চিন্তা এই জগত, তেওঁৰ চিন্তা পৰকালৰ সমান নহয়)
وَمَا أُوتِيتُمْ مِنْ شَيْءٍ فَمَتَاعُ الْحَيَاةِ الدُّنْيَا وَزِينَتُهَا ۚ وَمَا عِنْدَ اللَّهِ خَيْرٌ وَأَبْقَىٰ ۚ أَفَلَا تَعْقِلُونَ
আৰু তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ আৰু সৌন্দৰ্য মাত্ৰ। আৰু যি আল্লাহৰ ওচৰত আছে সেয়া উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে?
.
✍️Ap-refs:see link:
।।।
🟩WORD BY WORD MEANING:
[28:51] And (Wa) We have certainly (Laqad') linked (connected)
(Wassol'naa) the word (El'Qaw'la) for them
(Lahumu) that they (Laållahum') may take heed (Yatazakkaruun).
[28:52] Those (Ellaziina) to whom We gave (Aatai'naa-humu) the Book (El'Kitaaba) before it (Min Qab'li-hi);
they (Hum) believe (Yu'minuun) in it (Bihi).
[28:53] And (Wa) when (Izaa) it is recited (Yut'laa) to them (Ålai'him'), they say (Qaaluu'), "We believe
(Aamannaa) in it (Bihi); indeed, it (Innahu) is the truth (El'Haqqu) from (Min) our LORD (Rabbi-naa). Indeed,
we (Innaa) were (Kunnaa) submitters (Mus'limiin) before it (Min Qab'li-hi)."
[28:54] Those (U'laaika) will be given (Yu'taw'na) their reward (Aj'ra-hum) twice (Marratai'ni) for what
(Bimaa) they were patient (Sobaru'), and (Wa) they avert (Yad'rauuna) evil (Es'Sayyiata) with good (Bil'
Hasanati), and (Wa) from what (Mimmaa) We provided them (Razaq'naa-hum') they disburse (Yunfiquun).
[28:55] And (Wa) when (Izaa) they hear (Samiu') nonsense (23:3) (Ellag'wa), they turn away from it (A'radu'
Ån'hu) and say (Qaalu'), "For us (Lanaa) are our deeds (A'maalu-naa), and for you (Lakum') are your deeds
(A'maalu-hum'). Peace be upon you (Salaamun Ålai'kum'); we do not (Laa) seek (Nab'tagii) those who are
ignorant (El'Jaahiliin)."
[28:56] Indeed, you (s) (Innaka) cannot (Laa) guide (Tah'dii) whom (Man') you like (Ah'bab'ta), but
(Walaakinna) GOD (Ellaha) guides (Yah'dii) whomever (Man) HE wills (Yashaau). And (Wa) HE (Huwa) is
aware of (A'lamu Bi) the guided (El’Muh'tadiin). (2:272)
[28:57] And (Wa) they say (Qaaluu'), "If (In) we follow (Nattabie) the Guidance (El'Hudaa) with you (s)
(Maåka), we would be abducted (Nutakhattaf') from (Min') our land (Ar'di-naa)." Or have We not (Awalam')
firmly established (Numakkin) a safe (Aaminan) sanctuary (Haraman) for them (Lahum') for which (ilai'hi)
it being collected (Yuj'baa) yields (Thamaraatu) of all (Kulli) things (Shai'in) as sustenance (Riz'qan) from Us
(Min Ladunnaa)? But (Walaakinna) most of them (Ak'thara-hum') do not (Laa) know (Ya'lamuun).
[28:58] And (Wa) how many (Kam') a town (Qar'yati) have we annihilated (Ah'lak'naa) who were insolent
(Batirat') in its living (Maeeshata-haa), and (Fa) these (Til'ka) are their houses (Masaakinu-hum') which have
not (Lam') been inhabited (Tus'kan) after them (Min Ba'di-him') except (illa) a few (Qaliilan). And (Wa) We
(Nah'nu) were (Kunnaa) the inheritors (El'Waarithiin).
[28:59] And (Wa) your LORD (s) (Rabbu-ka) is (Kaana) not (Maa) to destroy (Muh'lika) the towns (El'Quraa)
until (Hattaa) HE had sent (Yab'åtha) a messenger (17:15) (Rasuulan) to (Fii) their nation (people)
(Ummi-haa)
reciting (Yat'lu') Our verses (Aayaati-naa) to them (Ålai'him'). And (Wa) We do (Kunnaa) not (Maa) destroy
(Muh'likii) the towns (El'Quraa) except (illa) when (Wa) their people (Ah'lu-haa) are transgressors (Zoalimuun).
[28:60] Whatever (Maa Min Shai'in) you have been given (Uutii-tum) is for (Fa) the enjoyment (Mataau) of
the worldly (Ed'Dun'ya) life (El'Hayaati) and (Wa) its adornment (Ziinatu-haa), but (Wa) what (Maa) is with
GOD (Endallahi) is better (Khai'run) and more lasting (Ab'qaa). Will you then not (Afalaa) reason (Ta'qiluun)?
.
Analytical Quran Studies -SYEDRAF
Video - Muktabul Hussain.
Comments
Post a Comment