Posts

Showing posts with the label 🌀🔵১০৮-১০৯

🌀🔵১০৮-১০৯

🔵মিনি সূচিঃPart-678(108:01-03)(109:01-06) ১০৮(আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল, এই ছুৰাটো বৰ্তমান কালত আছে কিন্তু, তথাকথিত পণ্ডিতে ইয়াক অতীত কালত কৰি ৰছুল মহম্মদৰ লগত মিলাই দিছে।) ১০৯(“আল-কাফিৰুন”ৰ সকলো পৰম্পৰাগত অনুবাদতে কাফিৰ শব্দটোৰ অৰ্থ সদায় “অবিশ্বাসী” বুলি ভুল ব্যাখ্যা কৰা হয়।) 🔵🔵 chapter end 🔵🔵