Posts

Showing posts with the label 🔵Part-337(25:63-77)Al-Furqãn.End.

🔵Part-337(25:63-77)Al-Furqãn(সংবিধি)

🟦Part-337(25:63-77)Al-Furqãn(সংবিধি) 🟦 https://youtu.be/COoUqR76fJs Muktabul  ।।। 🟦মিনি সূচিঃPart-337(25:63-77)Al-Furqãn  ২৫:৬৩(বিশ্বাসীসকলৰ বৈশিষ্ট্য-when the ignorant ones address them, righteous say, "Peace) ২৫:৬৭(ref:( কৃপণালী নকৰিবা আৰু পুৰাপুৰি হাত উন্মুক্তও নকৰিবা যাতে হতাশা আৰু অনুশোচনাত পৰি যায়।) ২৫:৭০(যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, ইয়াৰ ফলত আল্লাহে তেওঁলোকৰ গুণাহসমূহ পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব) ২৫:৭২-৭৬(THE RIGHTEOUS ACCEPT GOD'S GUIDANCE) ২৫:৭৪(দোৱা -‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।) ২৫:৭৭(God does not need us or our service. He is self-sufficient-নিশ্চয় যিসকলে অহংকাৰ কৰি আল্লাহৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’) ।।। 💥১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 💥২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনু...