🌼Part-405(36:46-60)Ya Sin
✔️Part-405(36:46-60)Ya Sin ✔️Video- https://youtu.be/1agvrazPqk0 ✔️"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ" .____________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। .____________________________________________ মিনি সূচিঃPart-405(36:46-60)Ya Sin ৩৬:৪৭✅(alladhīna kafarū — যিসকলে কোৰআনৰ সতৰ্কবাণীক আওকাণ কৰে-লিংক চাব)(সিহঁতে কেৱল মনেসজা কথাহে কয়) ৩৬:৪৭-৫০(alladhīna kafarūসকলে কোৰআনৰ লগত বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাতে এটা বিকট শব্দই আক্ৰমণ কৰিব। সিহঁতে তলকিবই নোৱাৰিব) ৩৬:৫১-৫২(যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়াই সিহঁতে কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে দৌৰি গুচি আহিব।ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে?) ✅(These two verses strongly dismiss the clergy-peddled false concept of punishment in the g...