🛟Part-474(44:43-59)Al-Dukhãn(Smoke)
✔️Part-474(44:43-59)Al-Dukhãn(Smoke) ✔️Video- https://youtu.be/I6TzqyX8efM .____________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। (সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩) .____________________________________________ মিনি সূচিঃPart-474(44:43-59)Al-Dukhãn (Punishment of the Dwellers of Hell -44:43 to 44:50) 🛟৪৭৪ খণ্ডৰ ৪৪ ছুৰাৰ শেষৰ আয়াতকেইটা🛟 আমি প্ৰায় ৮০% কোৰআন বিশ্লেষণ কৰি দেখিছোযে, কোৰআনৰ কথা বতৰাবোৰ শেষলৈ ঘনিভূত হৈ গৈ আছে। এই খণ্ডটোত মন কৰিলে দেখিব কথা-বতৰাৰবোৰ দুটা বিন্দুত চলি আছে। কোৰআনৰ শেষলৈ দেখিব এটা বিন্দুত ৰৈ গৈছে যেন এখন খেৱালি জাল আল্লাহে নিজ হাতলৈ লৈ গৈছে। এই খণ্ডত জাহান্নাম আৰু জন্নতৰ বিষয়ে আলোচনা হৈছে। জাহান্নামৰ কাৰণঃ কোৰআনৰ প্ৰতি সন্দেহ যাক মুক্তাবুল হুছেইন চাহাব...