Posts

Showing posts with the label 🟥Part-495(34:45-54)Saba'(Sheb)End

🟥Part-495(34:45-54)Saba'(Sheb)End

✔️Part-495(34:45-54)Saba'(Sheb)End  Video- https://youtu.be/B6Pw9CRffVE .___________________________________________ Progress~69.48% .___________________________________________ মিনি সূচিঃPart-495(34:45-54)Saba'(Sheb)End ৩৪:৪৫(টোকাঃ সত্যক অস্বীকাৰ কৰাসকলৰ অৱস্থা কিমান বেয়া হ'ব, যাৰ ওচৰলৈ কোৰআনৰ দৰে ইমান স্পষ্ট আৰু ইমান ব্যাপক ঐশ্বৰিক লিখনী প্ৰদান কৰা হৈছে!-মূল আয়াত চাব) ৩৪:৪৮-৪৯(আল্লাহে সত্যৰ দ্বাৰা অসত্যক আঘাত কৰি, অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু কেৱল তেওঁই গায়েবৰ মালিক-টোকা চাওঁক) ৩৪:৫৩(ref:তোমালোকৰ ওচৰত কোনো পুথি আছে নেকি য’ত তোমালোকে অধ্যয়ন কৰা-see note) ___________________________________________ 🔴৩৪:৪৫ وَكَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ وَمَا بَلَغُوا مِعْشَارَ مَا آتَيْنَاهُمْ فَكَذَّبُوا رُسُلِي ۖ فَكَيْفَ كَانَ نَكِيرِ সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলো, তাৰ দহ ভাগৰ এভাগো ইহঁতে (মক্কাৰ অধিবাসীসকলে) পোৱা নাই, ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে। ফলত আমাৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল! . ✍️Verse/note: 34:...