Posts

Showing posts with the label 🌀🪨৭১

🌀🪨৭১

🪨604-মিনি সূচিঃPart-604(71:01-03)Noah ৭১:১-৩(নিশ্চয় আমি নূহক* তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশসহ প্ৰেৰণ কৰিছিলো যে, ‘সিহঁতৰ ওচৰত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বে তুমি সিহঁতক সতৰ্ক কৰি দিয়া’।) . 🪨605-মিনি সূচিঃPart-605(71:04-20)Noah ৭১:৪(ref:তাওবা সিহঁতৰ বাবে নহয়, যিসকলে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছো’-৪:১৮) ৭১:৭(আল্লাহৰ কথা ক'লে তেওঁলোকে শুনিব নিবিচাৰে, নিজকে আঁতৰাই নিয়ে। "গতিকে তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে-১০৯:৬") ৭১:১৩(ref: কোৰআনত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?-২১:১০) ৭১:১৫(আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে?-টোকা চাব) . 🪨606-মিনি সূচিঃPart-606(71:21-28)Noah ৭১:২১-২৩(Nuh complains to His Lord about His People's Response) ৭১:২৪[মূৰ্তি পূজকসকল(আল্লাহৰ সমানে আনক ইবাদত কৰা সকলো) যালিম] . 🪨🪨🪨🪨End of Chapter 🪨🪨🪨🪨