🟡PART-355(28:20-28)Al-Qasas(The Story)
⏺️PART-355(28:20-28)Al-Qasas(The Story) ।।। ⏺️ বিশেষ-টোকাঃPART-355(28:20-28)Al-Qasas ২৮:২০[এই আয়াতত أَقْصَى {(আক্বছা) বুলি এটা শব্দ আছে ইয়াৰ অৰ্থ the farthest-দূৰৱৰ্তী} (Aq'soa)}। ইয়াৰ লগত যি শব্দই প্ৰয়োগ কৰে সেইটো দূৰৈত হ'ব। ১৭:১ নং আয়াতত হাদিসে ইয়াৰ কি অৱস্থা কৰিলে ইয়াত দিয়া লিংক চাব] ২৮:২১:(যিসকলে আল্লাহৰ সীমাৰেখা লংঘন কৰে সিহঁতেই যালিম-সীমাৰেখাৰ উদাহৰণ ২:২২৯) ২৮:২১-২২[✅দোৱা: ‘হে মোৰ ৰব্ব! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’(رَبِّ نَجِّنِي مِنَ الْقَوْمِ الظَّالِمِينَ),আশা কৰো মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব(رَبِّي أَنْ يَهْدِيَنِي سَوَاءَ السَّبِيلِ)] ২৮:২২(As Musa traveled towards Midyan -see note) ২৮:২৪[✅দোৱা -নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয় মই সেইটোৰে মুখাপেক্ষী’(رَبِّ إِنِّي لِمَا أَنْزَلْتَ إِلَيَّ مِنْ خَيْرٍ فَقِيرٌ)] ২৮:২৭✅(ইয়াত pilgrimages (Hijajin)শব্দৰ বাবে কিছু তথ্য দাঙি ধৰা হৈছে) ।।। 🟢২৮:২০ وَجَاءَ رَجُلٌ مِنْ ⬅️أَقْصَى الْمَدِينَةِ يَسْعَىٰ قَالَ يَا مُوسَىٰ إِنَّ الْمَلَأَ يَأْتَمِرُونَ بِكَ لِيَقْتُلُوكَ فَاخْرُجْ إِنِّي...