🌀🔵মিনি সূচিঃ ছুৰা আল-ফুৰকান-২৫(০১-৭৭)
🔵332-মিনি সূচিঃPART-332(25:1-14)Al-Furqãn ২৫:১(Al-Furqan, another name for the Qur’an means the "Criterion between Right and Wrong.") ২৫:৫(মহম্মদ -আ:ছা: নিৰক্ষৰ নাছিল-টোকাৰ লিংকত চাওঁক-৭:১৫৭ত - https://bit.ly/3A3sb8g ) ২৫:১৪(এবাৰ দুযখত সোমালে আৰু ওলাব নোৱাৰে -টোকাৰ ref. চাওঁক) . 🔵333-মিনি সূচিঃPart-333(25:15-23)Al-Furqãn ২৫:১৫(মুত্তাক্বী:Is the Fire better, or Paradise-See note link) ২৫:১৬-১৯(জাহান্নামবাসী কিয় হয়) ২৫:২০(Messengers Are Just Human Beings) ২৫:২১-২২(ফিৰিস্তা অৱতৰণঃ অপৰাধিৰ বাবে শাস্তি আৰু মুমিনৰ বাবে সহায়ক/সুসংবাদ - টোকা) ২৫:২৩(ref:যিসকলে কুফৰী কৰে সিহঁতৰ আমলসমূহ মৰুভূমিৰ মৰীচিকাৰ দৰে) . 🔵334-মিনি সূচিঃPart-334(25:24-34)Al-Furqãn ২৫:২৭-২৮(সেইদিনা ৰছুলে কোৰআনত দেখুওৱা পথ নোলোৱাৰ অনুশোচনা কৰা-টোকা চাব) ২৫:৩০✅(সেইদিনা ৰছুলে কাকো বচাবলৈ চুপাৰিছ/মধ্যস্থতাটো নকৰে। মধ্যস্থতা কৰিব ওলোটাই কমপ্লেইন কৰিবলৈ)(THE MESSENGER CONFIRMS THAT HIS PEOPLE HAVE ABANDONED THE QURAN-Note) ২৫:৩৩✅(Quran explain itself)(Imp-Note: QURAN IS THE COMPLETE DOCUMENTS OF ISLAM) ২৫:৩৪(ref:আৰ...