💥Part-378(32:12-22)Al-Sajdah(Submission)
🟪৩৭৮-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-378(32:12-22)Al-Sajdah(Submission) Video- https://youtu.be/3hB1ythjcWc ।।। মিনি সূচিঃPart-378(32:12-22)Al-Sajdah ৩২:১২(Too Late)(সেইদিনা শাস্তি দেখি, সৎকৰ্ম কৰিম বুলি কলেও পৃথিৱীলৈ নোঘূৰাব। আৰু যদি ঘূৰাইয়ো, সেই একেই শ্বিৰ্কি চয়তানী কৰিব বুলি আল্লাহে জানে- টোকা) ৩২:১৩(কিয় আল্লাহে প্ৰত্যেক ব্যক্তিকেই হিদায়ৎ নিদিয়ে?-টোকা চাব) ৩২:১৫-১৬[Notes(Sajdah, Ayats, Believe in, Glory)(বিধান-৩২:২২চাওঁক)] ৩২:১৭(Heaven: Indescribably Beautiful) ৩২:১৮(মুমিন আৰু ফাছিক একে নহয়) ৩২:২১(অৱশ্যে আমি সিহঁতক মহাশাস্তিৰ পূৰ্বে অলপ লঘুশাস্তি আস্বাদন কৰাম, যাতে সিহঁতে উভতি আহে।) ৩২:২২(ref: এইবোৰ আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰী সকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।) ।।। ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।। ।।। 🔳৩২:১২(Too L...