💙Part-373(31:01-11)Luqmãn
💡৩৭৩-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ) Part-373(31:01-11)Luqmãn Video- https://youtu.be/AmTQylqF-J0 ।।। Short-Cont:Part-373(31:01-11)Luqmãn Pre-Page:"শ্বান-ই-নুজুল",কেৱল সময় আৰু শক্তিৰ অপচয়।(ৰমজানত মহানবীৰ হৃদয়ত সমগ্ৰ কোৰআন লোড কৰা হৈছিল আৰু তাৰ পিছত সময়ে সময়ে জনসাধাৰণৰ ওচৰত অৱতীৰ্ণ হৈছিল।) 31:1-2(হুৰুফ মুক্কাতাট-See note 31:1) 31:4✅(ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰা মানে কি? টোকা চাব) 31:5✅(ref:যিসকলে প্ৰতিপালকে দিয়া হিদায়ৎত চলে, তেওঁলোক সমৃদ্ধিশালী হ’ব। কোৰআন, যাৰ ফালে মুকলি মনৰে মুখ কৰিব লাগিব। যিসকলে পূৰ্ব-কল্পিত ধাৰণাসমূহৰ পৰা নিজৰ মনটো পৰিষ্কাৰ নকৰাকৈ ইয়াৰ কাষ চাপে, তেওঁলোকে এই কিতাপখন “স্পৰ্শ” কৰাত ব্যৰ্থ হ’ব।-টোকা চাব) 31:6✅(So-called Hadith & Sunna: Satanic Innovations: see link) 31:8(ঈমান আৰু সৎকৰ্ম- See note/link) 31:10(আল্লাহেই খুটাবিহীন আকাশসমূহ,সুদৃঢ় পৰ্বতমালা,আকাশৰ পৰা পানী বৰ্ষণ কৰে।) ।।। 👉Pre-Page: This is the 31st Surah of the Qur’an. It has 34 verses. The reader is once again reminded that the Qur’an sticks with its style of unity in ...