Posts

Showing posts with the label 🌀🥷১০২-১০৩

🌀🥷১০২-১০৩

🥷674-মিনি সূচিঃPart-674(102:01-08 & 103:01- 03)[Part-674(A)-(102:01-08)Al-Takaathur Part-675(B)-(103:01-03)Al-'Asr] মানুহৰ জীৱন এক নিৰ্দিষ্ট সময়ৰ মাজত সীমাবদ্ধ। জীৱন দুটা, এটা পৃথিৱীত আনটো আখিৰাতত। আখিৰাতৰ আকৌ এটা জীৱন, হয় জান্নতত নহয় জাহান্নামত। জান্নতত সোমাবৰ বাবে আল্লাহে এখন কিতাপৰ মাধ্যমেৰে নিদ্দিষ্ট গাইদ লাইন দিছে। এইবিলাক পালনৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে দৈনন্দিন জীৱনত গাইদ লাইনৰ মতে কৰি গলেই হল, ইয়েই যিকিৰ। ইয়াকে নকৰি টকা পইচা ধনদৌলতৰ পাছত ঘূৰি ফুৰি লগতে কোৰআনৰ বাহিৰৰ কিতাপৰ মছলাৰ আমলত দৌৰি সময় নষ্ট কৰিলে জাহান্নাম কনফাৰ্ম হৈ যাব। গতি জীয়াই থাকোঁতেই নিজৰ ই'গ পৰিহাৰ কৰি কোৰআনৰ গাইদ লাইন মতে জীৱন অতিবাহিত কৰিলে জান্নাত কনফাৰ্ম হৈ যাব। সূত্ৰ এটাই:  https://bit.ly/3lq6k7I নহলে মৃত্যুৰ সময়ত আৰু পাছত বৰ প্ৰস্তাৱ। কাৰণ দিন ৰাত সময় নষ্ট কৰি কোৰআন আওৰালেহে কিন্তু কোৰআৰ কথা একো নেমানিলে, চাওঁক: https://rb.gy/0o1vq  ।।।syedraf।।। 🥷🥷 chapter end 🥷🥷