Posts

Showing posts with the label 🌀✳️৫৮

🌀✳️৫৮

✳️550-552-মিনি সূচিঃParts-550-552(58:01-03) (04-06)(07-10) Al-Mujaadalah ৫৮:১(এগৰাকী নাৰীৰ পতিৰ পৰা পোৱা তিক্ততাৰ বিননি আল্লাহৰ প্ৰতি কৰা আৰ্জি) ৫৮:২{পতিয়ে এনে কথা ক'লে (জিহাৰ) যাৰ বাবে স্ত্ৰীয়ে বেদনা অনুভৱ কৰি আল্লাহৰ ওচৰত নিষ্পত্তিৰ বাবে আৰ্জি কৰিছে -টোকা আছে} ৫৮:৩-৫[পতিয়ে মিছা কথাৰে স্ত্ৰীক আঘাট পোৱা কথা ক'লে (যাক জিহাৰ বোলা হয়) তালাক নহয় যদিও তালাকৰ দৰে স্ত্ৰীক চুব নোৱাৰিব। কথা উঠাই লোৱাৰ বাবে ১-এজন দাস মুক্তৰ দৰে কাম কৰিব লাগিব অথবা ২)-একেৰাহে দুমাহ ছিয়াম পালন কৰিব লাগিব অথবা ৩)-ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব।। এইবোৰ আল্লাহৰ সীমাৰেখা (حُدُودُ اللَّهِ)-যিবোৰ তালাকৰ ক্ষেত্ৰত ২:২২৯ত পোৱা যায়। এইবোৰই আল্লাহৰ সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছে।ইয়াক অস্বীকাৰ কৰা মানেই কাফিৰ] ৫৮:৭(তিনিজন/৪ৰ্থজন/৫মজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য’ত চতুৰ্থজন/৫জন/৬ম জন হিচাপে আল্লাহ নাথাকে) ৫৮:১০(মুমিনসকলক চয়তানে  সামান্যতম ক্ষতি সাধন কৰিবলৈও সক্ষম নহয়।) . ✳️553-মিনি সূচিঃPart-553(58:11-13)Al-Mujaadalah ৫৮:১১(Behaviour in assemblies/সমাবেশত আচৰণ আৰু Consensus/ঐক্যমত/সহমত-টোকা চাব) ৫৮...