🟥Part-393-(34:31-37)Saba'(Sheb)
💞Part-393-(34:31-37)Saba'(Sheb) 💞Video- https://youtu.be/bru_yCBpQrg ___________________________________________ বিশ্লেষণাত্মক কোৰআন চৰ্চা ___________________________________________ মিনি সূচিঃPart-393-(34:31-37)Saba'(Sheb) ৩৪:৩১(ইয়াত কুফৰী কৰিছে মানে মূৰ্তি পূজকক বুজোৱা নাই, বুজাইছে যি কোৰআনৰ উপদেশ/সতৰ্কবাণী নেমানে-See sp note) ৩৪:৩৬-৩৭(কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে যাক ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে অথবা সীমিত কৰি দিয়ে;) ___________________________________________ ✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব। ।।। 🌑৩৪:৩১ وَقَالَ الَّذِينَ كَفَرُوا لَنْ نُؤْمِنَ بِهَٰذَا الْقُرْآنِ وَلَا بِالَّذِي بَيْنَ يَدَيْهِ ۗ وَلَوْ تَرَىٰ إِذِ الظَّالِمُونَ مَوْقُوفُونَ عِنْدَ رَبِّهِمْ يَرْجِعُ بَعْضُهُمْ إِلَىٰ بَعْضٍ الْقَوْلَ يَقُولُ الَّذِينَ اسْتُضْعِف...