Posts

Showing posts with the label 🌀⛰️৪৫-মিনি সূচিঃছুৰা আল-জাছিয়াহ(০১-৩৭)

🌀⛰️৪৫-মিনি সূচিঃছুৰা আল-জাছিয়াহ(০১-৩৭)

⛰️475-মিনি সূচিঃPart-475(45:01-08)Al-Jãtheyah ৪৫:৩-৫(আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহৰ নিদৰ্শন অৰ্থাৎ আ‌য়াত) ৪৫:৬{Why Muslims should follow the Quran, all the Quran, and nothing but the Quran. (The command to follow the Quran alone and reject all the so-called hadith):link} . ⛰️476-মিনি সূচিঃPart-476(45:09-15)Al-Jãtheyah ৪৫:১৩(আকাশসমূহত আৰু পৃথিৱীত আল্লাহৰ বহুতো নিদৰ্শন আছে  যিসকলে চিন্তা-চৰ্চা, গৱেষণা কৰে-টোকা চাব) ৪৫:১৪(আপুনি আল্লাহৰ সেই দিনবোৰৰ প্ৰত্যাশা নকৰে নেকি? আমি কেৱল আল্লাহৰ ফালে আহ্বান কৰিলো। আল্লাহে নিজেই সেই দিনৰ প্ৰতিদান দিব।  -৪৫:১৪,৪১:৩৩) ৪৫:১৫('Amal-e-Saaleh🩸 = A good deed) . ⛰️477-মিনি সূচিঃPart-477(45:16-19)Al-Jãtheyah ৪৫:১৭(Explaination(এই উম্মত কেৱল এটাই উম্মত আছিল। অহী অহাৰ পাছত মনোমালিন্যহৈ ভাগ ভাগ হ'ল-টোকা চাব) ৪৫:১৮(ref-আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁৰ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁৰ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।) ৪৫:১৯(যালিমসকল ইজনে সিজনৰ বন্ধু কিন্তু আল্লাহ কেৱল মুত্তাক্বীসকলৰ বন্ধু।) . ⛰️478-মিনি সূচিঃPart...