Posts

Showing posts with the label 🌀☔৫০

🌀☔৫০

☔মিনি সূচিঃPart-507(50:01-08)(Qãf-ق) ৫০:২(আল্লাহে সিহঁতৰেই মাজৰ পৰা এজনৰ ওচৰত অহী পঠিয়াইছে-see Notes) ৫০:৩-৪(কেৱল তেওঁলোকৰ দৈহিক শৰীৰটোৱেই ধূলি হৈ পৰে।  তেওঁলোকৰ নিজৰ ‘আত্মা’ জীয়াই থাকে।  কিতাবুন হাফিজ =আল্লাহৰ ডাটাবেছ) . ☔508-মিনি সূচিঃPart-508(50:09-18)(Qãf-ق) ৫০:৯(Example of Resurrection/পুনৰুত্থান) ৫০:১১[আল্লাহে সকলোৰে বাবে(যিহেতু ভাল বা বেয়া সকলো মানুহ ঈশ্বৰৰ "দাস")জীৱিকা/ৰিজিক দিয়ে] ৫০:১২-১৪(আগতেও বহু সম্প্ৰদায়ে সত্যক অস্বীকাৰ কৰিছিল।নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল) ৫০:১৬(আল্লাহ আমাৰ ঘাৰৰ ধমনীতকৈও অধিক ওচৰত থাকে-Jugular Vein-link) ৫০:১৭-১৮(সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে আমাৰ আমল লিপিবদ্ধ কৰে। মনত ভবা কথাবোৰো লিপিবদ্ধ হয়। এজনে লিখে আৰু এজন সাক্ষী থাকে-৫০:২১) . ☔509-মিনি সূচিঃPart-509(50:19-23)(Qãf-ق) ৫০:১৯-২০(The Promised Day-Note) ৫০:২১-২৩(Shaytan is the Companion of the One Who turns away from Ar-Rahman-See link at 50:21) . ☔510-মিনি সূচিঃPart-510(50:24-30)(Qãf-ق) ৫০:২৭(মানুহৰ চয়তানি কাম কাজৰ বাবে চয়তান দোষ...