🟡PART-356(28:29-42)Al-Qasas(The Story)
🟥PART-356(28:29-42)Al-Qasas(The Story) 🟥VIDEO- https://youtu.be/9jggXgmXLX8 ।।। ⚫২৮:২৯ ۞ فَلَمَّا قَضَىٰ مُوسَى الْأَجَلَ وَسَارَ بِأَهْلِهِ آنَسَ مِنْ جَانِبِ الطُّورِ نَارًا قَالَ لِأَهْلِهِ امْكُثُوا إِنِّي آنَسْتُ نَارًا لَعَلِّي آتِيكُمْ مِنْهَا بِخَبَرٍ أَوْ جَذْوَةٍ مِنَ النَّارِ لَعَلَّكُمْ تَصْطَلُونَ এতেকে মুছাই যেতিয়া তেওঁৰ ম্যাদ পূৰ্ণ কৰাৰ পিছত সপৰিয়ালে যাত্ৰা কৰিলে, তেতিয়া তেওঁ তূৰ 📍পৰ্বতৰ ফালে জুই দেখা পালে। তেওঁ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, মই জুই দেখিছো, সম্ভৱত মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ* আনিম নাইবা এডোখৰ অন্ধৰাকে লৈ আহিম যাতে তোমালোকে জুই পুৱাব পাৰা’। . ✍️BB-ref:(27:7)*(see link below at 28:30). . ✍️Note: For an explanation of Moses' wanderings in the desert, see note 7 on 20:10; for that of the allegory of the "fire", note 7 on 27:7. Throughout this work, the noun at-tur ("the mountain") is being rendered as "Mount Sinai", for it is to this and to no other mountain that the Qur'an invariably refers in the abo...