🌀⛰️৪৫-মিনি সূচিঃছুৰা আল-জাছিয়াহ(০১-৩৭)

৪৫:৩-৫(আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহৰ নিদৰ্শন অৰ্থাৎ আ‌য়াত)
৪৫:৬{Why Muslims should follow the Quran,
all the Quran, and nothing but the Quran.
(The command to follow the Quran alone and reject all the so-called hadith):link}
.
৪৫:১৩(আকাশসমূহত আৰু পৃথিৱীত আল্লাহৰ বহুতো নিদৰ্শন আছে  যিসকলে চিন্তা-চৰ্চা, গৱেষণা কৰে-টোকা চাব)
৪৫:১৪(আপুনি আল্লাহৰ সেই দিনবোৰৰ প্ৰত্যাশা নকৰে নেকি? আমি কেৱল আল্লাহৰ ফালে আহ্বান কৰিলো। আল্লাহে নিজেই সেই দিনৰ প্ৰতিদান দিব। 
-৪৫:১৪,৪১:৩৩)
৪৫:১৫('Amal-e-Saaleh🩸 = A good deed)
.
৪৫:১৭(Explaination(এই উম্মত কেৱল এটাই উম্মত আছিল। অহী অহাৰ পাছত মনোমালিন্যহৈ ভাগ ভাগ হ'ল-টোকা চাব)
৪৫:১৮(ref-আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁৰ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁৰ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।)
৪৫:১৯(যালিমসকল ইজনে সিজনৰ বন্ধু কিন্তু আল্লাহ কেৱল মুত্তাক্বীসকলৰ বন্ধু।)
.
৪৫:২০(এই কোৰআন মানৱ জাতিৰ বাবে)
৪৫:২১(ref: সেই সময়ত অবিশ্বাসীসকলৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব। আনহাতে 
মুমিনসকলক ফিৰিস্তাসকলে মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওঁক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’)
৪৫:২২(আল্লাহে ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছে- ১৭:১২-refs- অৰ্থাৎ আয়াত অৰ্থাৎ কিতাপ অৰ্থাৎ কোৰআন। সেয়েহে কোৰআন মানব জাতিৰ বাবে-৪৫:২০- অৰ্থাৎ ইছলাম ধৰ্ম নহয়, দ্বীন-৩:১৯)
৪৫:২৩(নিজ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ নকৰিব-Common Form of Idolatry: The Ego As A god)
.
৪৫:২৪(পাৰ্থিৱ জীৱনেই আমাৰ একমাত্ৰ জীৱন নহয়। আচলতে সিহঁত অজ্ঞানী। শাৰীৰিক(নফ্চ) মৃত্যুৰ লগে লগে ‘আত্মা’ ধ্বংস নহয়। আত্মাৰ 
 বিকাশ আৰু বৃদ্ধিৰ বাবে কোৰআনৰ ৱাহিৰ  প্ৰয়োজন হয়।)
৪৫:২৬(আল্লাহে মানুহক জীৱন দান কৰে আৰু তাৰ পিছত তেৱেঁই  মৃত্যু ঘটায়)
.
৪৫:২৮(আজি তোমালোকক কেৱল সেইটোৰেই প্ৰতিফল দিয়া হ’ব যিটো তোমালোকে আমল কৰিছিলা’)
৪৫:২৯(কোৰআনে কথা কয়ঃ ‘এইটো আমাৰ লিখনি, এইটোৱে তোমালোকৰ বিষয়ে সত্যভাৱে সাক্ষ্য দান কৰিব। নিশ্চয় তোমালোকে যি আমল কৰিছিলা সেয়া আমি লিখি ৰাখিছিলো’)
৪৫:৩০(যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে পৰিণামত তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক তেওঁৰ ৰহমতত প্ৰৱেশ কৰাব।)
৪৫:৩৬-৩৭(সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজন আকাশসমূহৰ ৰব আৰু তেৱেঁই পৃথিৱীৰ ৰব আৰু সকলো সৃষ্টিজগতৰ ৰব।)
.
⛰️⛰️⛰️⛰️ Chapter end ⛰️⛰️⛰️⛰️

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)