💥Part-378(32:12-22)Al-Sajdah(Submission)
🟪৩৭৮-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(এক-বিপ্লৱ)
Part-378(32:12-22)Al-Sajdah(Submission)
Video- https://youtu.be/3hB1ythjcWc
।।।
মিনি সূচিঃPart-378(32:12-22)Al-Sajdah
৩২:১২(Too Late)(সেইদিনা শাস্তি দেখি, সৎকৰ্ম কৰিম বুলি কলেও পৃথিৱীলৈ নোঘূৰাব। আৰু যদি ঘূৰাইয়ো, সেই একেই শ্বিৰ্কি চয়তানী কৰিব বুলি আল্লাহে জানে- টোকা)
৩২:১৩(কিয় আল্লাহে প্ৰত্যেক ব্যক্তিকেই হিদায়ৎ নিদিয়ে?-টোকা চাব)
৩২:১৫-১৬[Notes(Sajdah, Ayats, Believe in, Glory)(বিধান-৩২:২২চাওঁক)]
৩২:১৭(Heaven: Indescribably Beautiful)
৩২:১৮(মুমিন আৰু ফাছিক একে নহয়)
৩২:২১(অৱশ্যে আমি সিহঁতক মহাশাস্তিৰ পূৰ্বে অলপ লঘুশাস্তি আস্বাদন কৰাম, যাতে সিহঁতে উভতি আহে।)
৩২:২২(ref: এইবোৰ আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰী সকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।)
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
।।।
🔳৩২:১২(Too Late)
وَلَوْ تَرَىٰ إِذِ الْمُجْرِمُونَ نَاكِسُو رُءُوسِهِمْ عِنْدَ رَبِّهِمْ رَبَّنَا أَبْصَرْنَا وَسَمِعْنَا فَارْجِعْنَا نَعْمَلْ صَالِحًا إِنَّا مُوقِنُونَ
আৰু তুমি যদি দেখিলাহেঁতেন! যেতিয়া অপৰাধীবিলাকে মূৰ অৱনত কৰি ক’ব, ‘হে আমাৰ ৰব! আমি দেখিলো আৰু শুনিলো, এতেকে তুমি আমাক পুনৰ পঠাই দিয়া, আমি সৎকৰ্ম কৰিম, নিশ্চয় আমি দৃঢ় বিশ্বাসী’।
.
✍️BB-ref:(102:5-7),See 6:28.
১০২:৫-৭
كَلَّا لَوْ تَعْلَمُونَ عِلْمَ الْيَقِينِ
কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন।
১০২:৬
لَتَرَوُنَّ الْجَحِيمَ
নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবা।
১০২:৭
ثُمَّ لَتَرَوُنَّهَا عَيْنَ الْيَقِينِ
আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।
.
৬:২৮
بَلْ بَدَا لَهُمْ مَا كَانُوا يُخْفُونَ مِنْ قَبْلُ ۖ وَلَوْ رُدُّوا لَعَادُوا لِمَا نُهُوا عَنْهُ وَإِنَّهُمْ لَكَاذِبُونَ
বৰং আগতে সিহঁতে যি গোপন কৰিছিল সেয়া এতিয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে; আৰু সিহঁতক (দুনাই পৃথিৱীলৈ) পঠোৱা হ’লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল, পুনৰ সিহঁতে তাকেই কৰিলেহেঁতেন; আৰু নিশ্চয় সিহঁত মিছলীয়া।
.
🔳৩২:১৩
وَلَوْ شِئْنَا لَآتَيْنَا كُلَّ نَفْسٍ هُدَاهَا وَلَٰكِنْ حَقَّ الْقَوْلُ مِنِّي لَأَمْلَأَنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ أَجْمَعِينَ
আৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই ইয়াৰ হিদায়ত দিলোহেঁতেন; কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে, নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।
.
✍️Verse/note/refs:Link:
.
🔳৩২:১৪
فَذُوقُوا بِمَا نَسِيتُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا إِنَّا نَسِينَاكُمْ ۖ وَذُوقُوا عَذَابَ الْخُلْدِ بِمَا كُنْتُمْ تَعْمَلُونَ
এতেকে ‘শাস্তি আস্বাদন কৰা, কাৰণ তোমালোকে এই দিনৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা। নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলো। তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা’।
.
✍️Verse/note:
32:14 So taste the consequences of your ignoring/forgetting this day; for We have now ignored/forgotten you. Taste the eternal retribution in return for what you used to do.
Note.
It is interesting that the only exception for God’s never forgetting nature is in connection with the people who deserved Hell. For a study on verses related to hell see our note for 22:19(edip).
(২২:১৯
۞ هَٰذَانِ خَصْمَانِ اخْتَصَمُوا فِي رَبِّهِمْ ۖ فَالَّذِينَ كَفَرُوا قُطِّعَتْ لَهُمْ ثِيَابٌ مِنْ نَارٍ يُصَبُّ مِنْ فَوْقِ رُءُوسِهِمُ الْحَمِيمُ
এই দুটা বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে; এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে জুইৰ কাপোৰ কাটি পোছাক তৈয়াৰ কৰা হৈছে, সিহঁতৰ মূৰত ঢালি দিয়া হ’ব উতলা পানী।)
.
🔳৩২:১৫
إِنَّمَا يُؤْمِنُ بِآيَاتِنَا الَّذِينَ إِذَا ذُكِّرُوا بِهَا خَرُّوا سُجَّدًا وَسَبَّحُوا بِحَمْدِ رَبِّهِمْ وَهُمْ لَا يَسْتَكْبِرُونَ ۩
কেৱল তেওঁলোকেই আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে, যিসকলে ইয়াৰ দ্বাৰা উপদেশপ্ৰাপ্ত হ’লে ছাজদাত🌹 পৰি যায় আৰু নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, আৰু তেওঁলোকে অহংকাৰ নকৰে।
.
✍️32:15-Notes(Sajdah, Ayats, Believe in, Glory):link:
.
✍️ Sajdah🌹means: https://bit.ly/3RCwC0w
.
✍️Ap-ref:
৪০:৬০
وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ ۚ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ
আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।
.
🔳৩২:১৬
تَتَجَافَىٰ جُنُوبُهُمْ عَنِ الْمَضَاجِعِ يَدْعُونَ رَبَّهُمْ خَوْفًا وَطَمَعًا وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ
তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে ব্যয় কৰে।
.
✍️Verse/note:
32:16 They forsake their ‘comfort zone’ in calling people to their Lord, fearing that they have not done enough and hoping to do better. And they keep open for the needy the provision that We have given them.
(Google translate no guarantee:(sa).
32:16 তেওঁলোকে পৰ্যাপ্ত কাম কৰা নাই বুলি ভয় কৰি আৰু ভাল কৰাৰ আশা কৰি মানুহক তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ মাতিবলৈ তেওঁলোকৰ ‘আৰামৰ অঞ্চল’ পৰিত্যাগ কৰে। আৰু তেওঁলোকে আৰ্তজনৰ বাবে আমি তেওঁলোকক দিয়া ৰচনাখিনি মুকলি কৰি ৰাখে।)
Note.
Madhaaje’ = Beds = Present circumstances = Comfort zone
.
🔳৩২:১৭(Heaven: Indescribably Beautiful)
فَلَا تَعْلَمُ نَفْسٌ مَا أُخْفِيَ لَهُمْ مِنْ قُرَّةِ أَعْيُنٍ جَزَاءً بِمَا كَانُوا يَعْمَلُونَ
এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে নয়ন জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপ!
.
🔳৩২:১৮
أَفَمَنْ كَانَ مُؤْمِنًا كَمَنْ كَانَ فَاسِقًا ۚ لَا يَسْتَوُونَ
এতেকে যিজন ব্যক্তি মুমিন তেওঁ ফাছিকৰ দৰে হ’ব পাৰেনে? তেওঁলোক কেতিয়াও সমান নহয়।
.
🔳৩২:১৯
أَمَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَلَهُمْ جَنَّاتُ الْمَأْوَىٰ نُزُلًا بِمَا كَانُوا يَعْمَلُونَ
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ বাবে আছে জান্নাতৰ বাসস্থান।
.
🔳৩২:২০
وَأَمَّا الَّذِينَ فَسَقُوا فَمَأْوَاهُمُ النَّارُ ۖ كُلَّمَا أَرَادُوا أَنْ يَخْرُجُوا مِنْهَا أُعِيدُوا فِيهَا وَقِيلَ لَهُمْ ذُوقُوا عَذَابَ النَّارِ الَّذِي كُنْتُمْ بِهِ تُكَذِّبُونَ
আৰু যিসকলে পাপকৰ্ম কৰে সিহঁতৰ বাসস্থান হ’ব জুই; যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ ওভোতাই দিয়া হ’ব আৰু সিহঁতক কোৱা হ’ব, ‘যি জুইৰ শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটো আস্বাদন কৰা’।
.
🔳৩২:২১
وَلَنُذِيقَنَّهُمْ مِنَ الْعَذَابِ الْأَدْنَىٰ دُونَ الْعَذَابِ الْأَكْبَرِ لَعَلَّهُمْ يَرْجِعُونَ
আৰু অৱশ্যে আমি সিহঁতক মহাশাস্তিৰ পূৰ্বে অলপ লঘুশাস্তি আস্বাদন কৰাম🔺, যাতে সিহঁতে উভতি আহে।🌿
.
✍️Verse/notes:
32:21 However, ere [We condemn them to] that supreme suffering, We shall most certainly let them taste of a suffering closer at hand,🔺 so that they might [repent and] mend their ways.🌿(as).
Note🔺
Lit., "nearer", i.e., in this world: see on 52:47.
৫২:৪৭
وَإِنَّ لِلَّذِينَ ظَلَمُوا عَذَابًا دُونَ ذَٰلِكَ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
আৰু নিশ্চয় যিসকলে অন্যায় কৰিছে সিহঁতৰ বাবে আছে ইয়াৰ বাহিৰেও আৰু শাস্তি। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।
⬇️
৩২:২১
وَلَنُذِيقَنَّهُمْ مِنَ الْعَذَابِ الْأَدْنَىٰ دُونَ الْعَذَابِ الْأَكْبَرِ لَعَلَّهُمْ يَرْجِعُونَ
আৰু অৱশ্যে আমি সিহঁতক মহাশাস্তিৰ পূৰ্বে অলপ লঘুশাস্তি আস্বাদন কৰাম, যাতে সিহঁতে উভতি আহে।
Note🌿
Lit., "so that they might return (to righteousness)".
.
🔳৩২:২২
وَمَنْ أَظْلَمُ مِمَّنْ ذُكِّرَ بِآيَاتِ رَبِّهِ ثُمَّ أَعْرَضَ عَنْهَا ۚ إِنَّا مِنَ الْمُجْرِمِينَ مُنْتَقِمُونَ
যি ব্যক্তি নিজ প্ৰতিপালকৰ আয়াতসমূহৰ মাধ্যমত উপদেশপ্ৰাপ্ত হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়*, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় আমি অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী।
.
✍️BB-ref:(16:104)
১৬:১০৪
إِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِآيَاتِ اللَّهِ لَا يَهْدِيهِمُ اللَّهُ وَلَهُمْ عَذَابٌ أَلِيمٌ
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে*, সিহঁতক আল্লাহে হিদায়ত নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
16:104 Those who do not believe in* the revelations of God, God will not guide them, and they will have a painful retribution.
.
(See 58:4 for Qur’anic usage of to believe in.
৫৮:৪
فَمَنْ لَمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ مِنْ قَبْلِ أَنْ يَتَمَاسَّا ۖ فَمَنْ لَمْ يَسْتَطِعْ فَإِطْعَامُ سِتِّينَ مِسْكِينًا ۚ ذَٰلِكَ لِتُؤْمِنُوا بِاللَّهِ وَرَسُولِهِ ۚ وَتِلْكَ حُدُودُ اللَّهِ ۗ وَلِلْكَافِرِينَ عَذَابٌ أَلِيمٌ
কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম পালন কৰিব লাগিব;আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব;এই বিধান এই বাবে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰী সকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।)
।।।
word by word meaning:
[32:12] And (Wa) if (Law') you could see (Taraa) when (Izi) the criminals (Muj'rimuuna) lower (Naakisu')
their heads (Ru'uusi-him) before (Enda) their LORD (Rabbi-him), "Our LORD (Rabba-naa), we have seen
(Ab'sor'naa) and (Wa) heard (Sami'naa), so (Fa) return us (Er'ji'naa) we will act (Na'mal') righteous (Soalihan).
Indeed (Innaa), we are certain (Muuqinuun)." (102:5-7)
[32:13] And (Wa) if (Law') We had willed (Shi'naa), We could have (La) given (Atai'naa) every (Kulla) soul
(Naf'sin) its guidance (Hudaa-haa), but (Walaakin') the word (El'Qaw'lu) from ME (Minnii) has been
imposed (Haqqa) that (La), “I (God) will fill (Am'la'anna) Hell (Jahannama) with (Mina) jinns (El'Jinnati) and
people (En'Naasi) all together (Aj'maeen).
[32:14] “So (Fa) taste (Zuuqu') for what (Bimaa) you forgot (Nasii-tum), this (Haazaa) is your day (Yaw'mi-
kum) of meeting (Liqaa'a); indeed (Innaa), We will forget you (Nasiinaa-kum). Taste (Zuuqu') the
punishment of eternity (Åzaabal' Khul'di) for what (Bimaa) you have (Kuntum) done (Ta'maluun).”
[32:15] Only (Innamaa) those who believe (Yu'minu) in (Bi) Our verses (Aayaati-naa) are those whom
(Ellaziina), when (Izaa) reminded (Zukkiru') thereby (Bihaa), they fall down (Kharru') in prostration
(Sujjadan)* and (Wa) glorify (Sabbahu') with (Bi) praise (Hamdi) of their LORD (Rabbihim), and they (Hum)
are not (Laa) arrogant (Yas'tak'biruun).
[32:16] Their sides (Junuubu-hum) abandon (Tatajaafaa Åni) the beds (El'Madoajie) to invoke (Yad'uuna)
their LORD (Rabbu-hum) in fear (Khaw'fan) and (Wa) ambition (Tomaån), and from what (Mimmaa) We
have provided them (Razaq'naa-hum), they disburse (Yunfiquun).
[32:17] And (Fa) no (Laa) soul (Naf'sun) knows (Ta'lamu) what (Maa) is hidden (Ukh'fiya) for them (Lahum)
of (Min) pleasuring (Qurrati) the eyes (A'yunin) as reward (Jazaa'a) for what (Bimaa) they have been
(Kaanu') doing (Ya'maluun).
[32:18] So is one who (Afaman) is (Kaana) a believer (Mu'minan) like one who (Kaman) is (Kaana) immoral
(Faasiqan)? They are not (Laa) equal (Yas'tawuun).
[32:19] As for (Amma) those who (Ellaziina) believe (Aamanu') and (Wa) do (Åmilu') good deeds
(Es'Soalihaati), thus (Fa) they will have (Lahum) the Gardens of Refuge (Jannaatul' Ma'waa); a lodging
(Nuzula) for what (Bimaa) they have been (Kaanu') doing (Ya'maluun).
[32:20] But (Wa) as for (Amma) those who (Ellaziina) act immoral (Fasaqu'), thus (Fa) their refuge (Ma'waa-
humu) is the Fire (En'Naar). Whenever (Kullamaa) they intend (Araaduu') to leave it (Yakh'ruju' Min'haa),
they will be returned (Ueedu') therein (Fiiha) and they will be told (Qiila Lahum), "Taste (Zuuqu') the
punishment (Åzaaba) of the Fire (En'Naari) which (Ellazi) you have been (Kuntum) denying (Tukazzibuun
Bihi).”
[32:21] And (Wa) We will (La) let them taste (Nuziiqanna-hum) the lowest (El'Ad'naa) punishment
(El'Åzaabi) before (Duuna) the greatest (El'Ak'bari) punishment (El'Åzaabi), perhaps they (Laållahum’) will
revert (Yur'jiuun).
[32:22] And (Wa) who (Man') is more unjust (Az'lamu) than one who (Mimman) is reminded (Zukkira) by
(Bi) the verses (16:104) (Aayaati) of his LORD (Rabbi-hi); then (Thumma) he turns away from them (A'rado
Ån'haa)? Indeed, We (Innaa) will take vengeance on (Muntaqimuun Mina) the criminals (El'Muj'rimiina).
.
বিশ্লেষণত- চৈয়দ ৰফিক
ভিডিঅ'ত- মুক্তাবুল
স্থান: নাজ-ভিলা,০৫.১০.২০২২.
Comments
Post a Comment