🟡PART-355(28:20-28)Al-Qasas(The Story)
⏺️PART-355(28:20-28)Al-Qasas(The Story)
।।।
⏺️ বিশেষ-টোকাঃPART-355(28:20-28)Al-Qasas
২৮:২০[এই আয়াতত أَقْصَى {(আক্বছা) বুলি এটা শব্দ আছে ইয়াৰ অৰ্থ the farthest-দূৰৱৰ্তী} (Aq'soa)}। ইয়াৰ লগত যি শব্দই প্ৰয়োগ কৰে সেইটো দূৰৈত হ'ব। ১৭:১ নং আয়াতত হাদিসে ইয়াৰ কি অৱস্থা কৰিলে ইয়াত দিয়া লিংক চাব]
২৮:২১:(যিসকলে আল্লাহৰ সীমাৰেখা লংঘন কৰে সিহঁতেই যালিম-সীমাৰেখাৰ উদাহৰণ ২:২২৯)
২৮:২১-২২[✅দোৱা: ‘হে মোৰ ৰব্ব! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’(رَبِّ نَجِّنِي مِنَ الْقَوْمِ الظَّالِمِينَ),আশা কৰো মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব(رَبِّي أَنْ يَهْدِيَنِي سَوَاءَ السَّبِيلِ)]
২৮:২২(As Musa traveled towards Midyan -see note)
২৮:২৪[✅দোৱা -নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয় মই সেইটোৰে মুখাপেক্ষী’(رَبِّ إِنِّي لِمَا أَنْزَلْتَ إِلَيَّ مِنْ خَيْرٍ فَقِيرٌ)]
২৮:২৭✅(ইয়াত pilgrimages (Hijajin)শব্দৰ বাবে কিছু তথ্য দাঙি ধৰা হৈছে)
।।।
🟢২৮:২০
وَجَاءَ رَجُلٌ مِنْ ⬅️أَقْصَى الْمَدِينَةِ يَسْعَىٰ قَالَ يَا مُوسَىٰ إِنَّ الْمَلَأَ يَأْتَمِرُونَ بِكَ لِيَقْتُلُوكَ فَاخْرُجْ إِنِّي لَكَ مِنَ النَّاصِحِينَ
আৰু চহৰৰ ➡️দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মুছা! পৰিষদবৰ্গই তোমাক হত্যা কৰাৰ পৰামৰ্শ কৰি আছে। সেয়ে তুমি ওলাই যোৱা, নিশ্চয় মই তোমাৰ কল্যাণকামী’।
.
✍️আক্বছা(أَقْصَى):(the farthest-দূৰৱৰ্তী)।
ইয়াত আল্লাহ তা‘আলাই ইছৰা (ৰাতিৰ ভিতৰতে মক্কাৰ পৰা বাইতুল মাকদিছলৈ কৰা ভ্ৰমণ)ৰ কথা বৰ্ণনা কৰিছে আৰু মেৰাজৰ বৰ্ণনা ছুৰা নাজমত আহিছে। মছজিদে হাৰামৰ পৰা মছজিদে আক্বছালৈ কৰা ভ্ৰমণক ইছৰা বুলি কোৱা হয় আৰু মছজিদে আক্বছাৰ পৰা আকাশলৈ কৰা ভ্ৰমণক মেৰাজ বুলি কোৱা হয়।....Read more:
(এই আলোচনা ২৮:২০ৰ লগত কোনো সম্পৰ্ক নাই, সম্পৰ্ক 'আক্বছা' শব্দৰ লগতহে)।
.
🟢২৮:২১
فَخَرَجَ مِنْهَا خَائِفًا يَتَرَقَّبُ ۖ قَالَ رَبِّ نَجِّنِي مِنَ الْقَوْمِ الظَّالِمِينَ
তেতিয়া তেওঁ ভীত সতৰ্ক অৱস্থাত সেই ঠাইৰ পৰা ওলাই পৰিল আৰু ক’লে, ‘হে মোৰ ৰব্ব! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।
[Arabic: ẓālimūn. See 2:229(যিসকলে আল্লাহৰ সীমাৰেখা লংঘন কৰে সিহঁতেই যালিম।)]
.
✍️মুছাৰ(আ:ছা:) প্ৰত্যেক দোৱা কবুল হোৱাৰ মূল কাৰণ হৈছে ২৮:১৬-১৭ৰ ভুল কৰাৰ পাছত ক্ষমা ভিক্ষা(১৬) আৰু তেনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি(১৭)।
.
🟢২৮:২২
وَلَمَّا تَوَجَّهَ تِلْقَاءَ مَدْيَنَ قَالَ عَسَىٰ رَبِّي أَنْ يَهْدِيَنِي سَوَاءَ السَّبِيلِ
আৰু যেতিয়া মুছাই মাদিয়ান🔺 অভিমুখে যাত্ৰা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আশা কৰো মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব’।
.
✍️Sam-note on Madyan🔺(See7:85)
Typically identified (under the Egypt-Palestine thesis) with Midian, the land east of the Sinai Peninsula; under the Arabia Felix thesis it is further south into the Arabian Peninsula. The Qur’anic usage at 28:45 (ahl madyan) is suggestive of a tribe rather than a place (although, naturally, tribes give their names to locations).
.
🟢২৮:২৩
وَلَمَّا وَرَدَ مَاءَ مَدْيَنَ وَجَدَ عَلَيْهِ أُمَّةً مِنَ النَّاسِ يَسْقُونَ وَوَجَدَ *مِنْ دُونِهِمُ امْرَأَتَيْنِ تَذُودَانِ ۖ قَالَ مَا خَطْبُكُمَا ۖ قَالَتَا لَا نَسْقِي حَتَّىٰ يُصْدِرَ الرِّعَاءُ ۖ وَأَبُونَا شَيْخٌ كَبِيرٌ
যেতিয়া তেওঁ মাদিয়ানৰ* জলাশয় পালেগৈ, তাত তেওঁ দেখিবলৈ পালে এদল মানুহে সিহঁতৰ জন্তুবোৰক পানী খুৱাই আছে আৰু সিহঁতৰ পৰা অলপ আঁতৰত** দুজনী নাৰীয়ে সিহঁতৰ পশুবিলাকক আগচি ধৰি ৰাখিছে। মুছাই ক’লে, ‘কি হৈছে তোমালোকৰ’? সিহঁতে ক’লে, ‘পশুপালকবিলাকে সিহঁতৰ পশুবিলাক লৈ আঁতৰি নোযোৱালৈকে আমি আমাৰ পশুবিলাকক পানী পান কৰাব নোৱাৰো, আৰু আমাৰ পিতৃ অতি বৃদ্ধ’।
✍️Note-Sam:
(মাদিয়ান*- see in 22)
.
(Arabic: min dūni** 2:23— in place of, besides, to the exclusion of, outside of, excluding, in preference to, other than, not. The use of besides can be problematic in English in some contexts due to its connotation of in addition to (e.g. besides reading, I listen to music) whereas what is meant across Qur’anic usage is something entirely different to or separate from)
.
🟢২৮:২৪
فَسَقَىٰ لَهُمَا ثُمَّ تَوَلَّىٰ إِلَى الظِّلِّ فَقَالَ رَبِّ إِنِّي لِمَا أَنْزَلْتَ إِلَيَّ مِنْ خَيْرٍ فَقِيرٌ
তেতিয়া মুছাই সিহঁতৰ ফালৰ পৰা (পশুবোৰক) পানী খুৱালে। তাৰ পিছত তেওঁ এডোখৰ ছাঁলৈ আহি ক’লে, ‘হে মোৰ ৰব! নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয় মই সেইটোৰে মুখাপেক্ষী’।
.
🟢২৮:২৫
فَجَاءَتْهُ إِحْدَاهُمَا تَمْشِي عَلَى اسْتِحْيَاءٍ قَالَتْ إِنَّ أَبِي يَدْعُوكَ لِيَجْزِيَكَ أَجْرَ مَا سَقَيْتَ لَنَا ۚ فَلَمَّا جَاءَهُ وَقَصَّ عَلَيْهِ الْقَصَصَ قَالَ لَا تَخَفْ ۖ نَجَوْتَ مِنَ الْقَوْمِ الظَّالِمِينَ
ফলত (কিছু সময় পিছতেই) নাৰী দুজনীৰ এজনীয়ে তেওঁৰ ওচৰত লাজকুৰীয়াভাৱে আহি ক’লে, ‘মোৰ পিতৃয়ে আপোনাক আমন্ত্ৰণ কৰিছে, আমাৰ পশুবিলাকক পানী পান কৰোৱাৰ পাৰিশ্ৰমিক প্ৰদান কৰিবলৈ’। এতেকে তাৰ পিছত মুছাই তেওঁৰ ওচৰত আহি সকলো ঘটনা বিস্তাৰিত বৰ্ণনা কৰিলে, তেওঁ ক’লে, ‘তুমি ভয় নকৰিবা। তুমি যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা পাইছা’।
.
🟢২৮:২৬
قَالَتْ إِحْدَاهُمَا يَا أَبَتِ اسْتَأْجِرْهُ ۖ إِنَّ خَيْرَ مَنِ اسْتَأْجَرْتَ الْقَوِيُّ الْأَمِينُ
নাৰী দুজনীৰ এজনীয়ে ক’লে, ‘হে মোৰ পিতৃ! আপুনি এওঁক শ্ৰমিক হিচাপে নিয়োগ কৰক। নিশ্চয় আপোনাৰ শ্ৰমিক হিচাপে এওঁ উত্তম হ’ব, এওঁ শক্তিশালী, বিশ্বস্ত’।
.
✍️Note: link:
.
🟢২৮:২৭
قَالَ إِنِّي أُرِيدُ أَنْ أُنْكِحَكَ إِحْدَى ابْنَتَيَّ هَاتَيْنِ عَلَىٰ أَنْ تَأْجُرَنِي ثَمَانِيَ حِجَجٍ📍 ۖ فَإِنْ أَتْمَمْتَ عَشْرًا فَمِنْ عِنْدِكَ ۖ وَمَا أُرِيدُ أَنْ أَشُقَّ عَلَيْكَ ۚ سَتَجِدُنِي إِنْ شَاءَ اللَّهُ مِنَ الصَّالِحِينَ
তেওঁ ক’লে, ‘মই মোৰ এই দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিয়া দিব খোজো এই চৰ্তত যে, তুমি আঠ বছৰ📍 মোৰ ইয়াত কাম কৰিবা{for eight (Thamaaniya) pilgrimages (Hijajin📍)}, আৰু যদি তুমি দহ বছৰ পূৰ্ণ কৰা, সেইটো তোমাৰ ইচ্ছা। মই তোমাক কষ্ট দিব নিবিচাৰো। ইন শ্বা আল্লাহ নিশ্চয় তুমি মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত পাবা’।
.
✍️Sam's Note:
Arabic: ḥijaj (pl.; s. ḥijjah) — pilgrimage. Here it means, in effect, years. Petra is a pilgrimage site the operation of which was well attested in antiquity. The area claimed for Midian under the Egypt-Palestine thesis — where Mūsā sojourned — is local to Petra. Petra drew pilgrims from across the entire Arab region. Both the ʿAsīr-Ḥejāz thesis and the Arabia Felix thesis advance alternate sites for Madyan (Midian).
⬇️
Sam's Note: I accept Petra as the site of al masjid al ḥarām and I do so for
reasons which include the following:
• Makkah defies any attempt to align it with Qur’anic descriptions
• Makkah is found in no map prior to 900 CE, nor is it identified
in the extant manuscripts of nearby literate cultures as a
place of pilgrimage (whereas Petra meets both points)
• The foundations and sites of the earliest mosques are aligned with Petra
• The Qur’anic descriptions of the place of al masjid al ḥarām fit Petra
• There is objective evidence which identifies Petra as the ancient centre of a pan-Arab pilgrimage Whether Petra was Muḥammad’s home town or not, I cannot say with certainty. However, a point which I would like to emphasise is that there is no inherent mutual exclusion between Petra as
the locus of al masjid al ḥarām and either the ʿAsīr-Ḥejāz or Arabia Felix theses as places of Muḥammad’s origin and main
activities.
.
🟢২৮:২৮
قَالَ ذَٰلِكَ بَيْنِي وَبَيْنَكَ ۖ أَيَّمَا الْأَجَلَيْنِ قَضَيْتُ فَلَا عُدْوَانَ عَلَيَّ ۖ وَاللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٌ
মুছাই ক’লে, ‘(ঠিক আছে) তেন্তে এয়া মোৰ আৰু আপোনাৰ মাজত বন্দবস্ত হ’ল। এই দুটা ম্যাদৰ যিকোনো এটা পূৰণ কৰিলেই যেন মোৰ প্ৰতি কোনো অভিযোগ নাথাকে। আমি যি বিষয়ে কথা কৈ আছো আল্লাহেই ইয়াৰ কৰ্মবিধায়ক’।
.
✍️ Sabbir's historic note:
Moses married Sho’aib’s daughter Zipporah and in time they had two sons.
।।।
⏺️#Muktabulhussain's Video:
.
⏺️WORD BY WORD MEANING:BB:
[28:20] And (Wa) a man (Rajulun) came (Jaa'a) from (Min') the farthest (Aq'soa) of the city (El'Madiinati),
striving (Yas'åå). He said (Qaala), "O (Yaa) Moses (Muusaa), indeed (Inna) the crowd (El'Mala'a) are
demanding for you (Ya'tamiruuna Bi-ka) in order to (Li) kill you (Yaq'tuluu-ka), so (Fa) leave (Ekh'ruj); I am
indeed (Innii) of (Mina) the advisors (En'Naasihiin) to you (Laka)."
[28:21] So (Fa) he (Moses) left it (Kharaja Min'ha), fearfully (Khaa'ifan) anticipating (Yataraqqabu). He said
(Qaala), "LORD (Rabbi), rescue me (Najjinii) from (Mina) the transgressing (Ez'Zoalimiin) people (El'Qaw'mi)."
[28:22] And (Wa) when (Lammaa) he faced (Tawajja-ha) towards (Til'qaa'a) Midian (Mad'yana), he said
(Qaala), "Perhaps (Åsaa An) my LORD (Rabbii) will guide me (Yah'diyanii) to the straight (Sawaa'a) path
(Es'Sabiil)."
[28:23] And (Wa) when (Lammaa) he arrived at (Warada) at the water (Maa'a) of Midian (Mad'yana), he
found (Wajada) a nation (Ummatan) of (Mina) people (En'Naasi) watering (Yas'quuna) around it (Ålai'hi),
and (Wa) he found (Wajada) besides them (Min Duuni-himu) two women (Em'ra'atai'ni) in defence
(Tazuudaani). He said (Qaala), "What (Maa) is your affair (Khat'bu-kumaa)?" They both said (Qaalataa), "We
cannot (Laa) water (Nas'qii) until (Hattaa) the patrons (Er'Riååu) have dispatched (Yus'dira); and our father
(Jethro) (Abuu-naa) is very (Kabiir) old (Shai'khun)."
[28:24] So (Fa) he watered (Saqaa) for them (Lahumaa) and then (Thumma) turned (Tawallaa) towards (ilaa)
the shade (Ez'Zilli) and (Fa) said (Qaala), "LORD (Rabbi), indeed I am (Innii) in need (Faqiir) of whatever
(Limaa) you send down (Anzal'ta) to me (ilayya) of (Min') good (welfare) (Khai'rin)."
[28:25] So (Fa) one of them (Ih'daa-humaa) came to him (Jaa'at'hu) walking (Tam'sii) with (Ålaa) shyness
(Es'tih'yaa'in). She said (Qaalat'), "Indeed (Inna), my father (Abii) invites you (Yad'uu-ka) so that (Li) he may
repay you (Yaj'ziya-ka) a wage (Aj'ra) for what (Maa) you watered (Saqai'ta) for us (Lanaa)." So (Fa) when
(Lammaa) he (Moses) came to him (Jaa'a-hu) and (Wa) narrated (Qasso) the story (El'Qasoso)* to him (Ålai'hi),
he (Jethro)
said (Qaala), "Do not (Laa) fear (Takhaf'). You have been rescued (Najaw'ta) from (Mina) the
transgressing (Ez'Zoalimiin) people (El'Qaw'mi)."
[28:26] One of them (Ih'daa-humaa) said (Qaalat'), "O (Yaa) my father (Abati), hire him (Es'ta'jir'hu). Indeed
(Inna), the best (Khai'ra) you can hire (Es'ta'jar'ta) is the strong (El'Qawiyyu) and the trustworthy (El'Amiin)."
[28:27] He (Jethro)
said (Qaala), "I (Innii) intend (Uriidu) to (An') give you one (Ih'daa) of these two (Haatai'ni)
daughters of mine (Eb'natayya) to marry (Unkiha-ka) so that (Ålaa An) you may compensate me (Ta'juranii)
for eight (Thamaaniya) pilgrimages (Hijajin); but (Fa) if (In') you complete (At'mam'ta) ten (Åsharan), then (Fa)
it will be from you (Min' Endi-ka). And (Wa) I do not (Maa) intend (Uriidu) to (An') distress you (Ashuqqa
Ålai'ka). You will find me (Sa Tajidunii) of (Mina) the righteous (Es'Soalihiin), if (In) GOD wills (Shaa'a-llahu)."
[28:28] He (Moses) said (Qaala), "That (Zaalika) is between me and you (Bai'nii Wa Bai'na-ka). Whichever
(Ayyama) of the two terms (El'Ajalai'ni) I accomplish (Qadoi'tu), there (Fa) will be no (Laa) hostility
(Ud'waana) against me (Ålayya). And (Wa) GOD (Ellahu) is a representative (Wakiil) over (Ålaa) what (Maa)
we say (Naquulu)."
.
AnalyticalQuranStudies-syedraf
Video- Muktabul Hussain
Comments
Post a Comment