🔵Part-337(25:63-77)Al-Furqãn(সংবিধি)
🟦Part-337(25:63-77)Al-Furqãn(সংবিধি)
🟦 https://youtu.be/COoUqR76fJs Muktabul
।।।
🟦মিনি সূচিঃPart-337(25:63-77)Al-Furqãn
২৫:৬৩(বিশ্বাসীসকলৰ বৈশিষ্ট্য-when the ignorant ones address them, righteous say, "Peace)
২৫:৬৭(ref:( কৃপণালী নকৰিবা আৰু পুৰাপুৰি হাত উন্মুক্তও নকৰিবা যাতে হতাশা আৰু অনুশোচনাত পৰি যায়।)
২৫:৭০(যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, ইয়াৰ ফলত আল্লাহে তেওঁলোকৰ গুণাহসমূহ পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব)
২৫:৭২-৭৬(THE RIGHTEOUS ACCEPT GOD'S GUIDANCE)
২৫:৭৪(দোৱা -‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।)
২৫:৭৭(God does not need us or our service. He is self-sufficient-নিশ্চয় যিসকলে অহংকাৰ কৰি আল্লাহৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’)
।।।
💥১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
💥২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟢২৫:৬৩(VIRTUES OF THE RIGHTEOUS).
وَعِبَادُ الرَّحْمَٰنِ الَّذِينَ يَمْشُونَ عَلَى الْأَرْضِ هَوْنًا وَإِذَا خَاطَبَهُمُ الْجَاهِلُونَ قَالُوا سَلَامًا
আৰু ৰহমানৰ বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে আৰু যেতিয়া মুৰ্খসকলে তেওঁলোকক (অশালীন ভাষাত) সম্বোধন কৰে, তেতিয়া তেওঁলোকে কয়, ‘ছালাম’;
.
✍️Verse/note:
25:63 The true servants of the Beneficent are those who walk upon the earth humbly, and when the ignorant ones address them, they say, "Peace!" [3:138, 22:41, 31:17-18]sa.
.
✍️Verse/note/ref:
25:63. When those who accede to obeying Ar-Rehman are empowered on this earth, their state does not become a symbol of oppression and exploitation. They even walk gently and live in harmony and peace. And they also provide peace and tranquillity to other people (3:138; 31:17-18; 22:41). They do so to the extent that even when they come across people who personify the characteristics of Jahlia (pre-Islamic era) such as ignorance, bigotry, enmity, fierceness, wickedness, excitability, in return they show them true Islamic qualities
(of peace, open heartedness, leniency and generosity).pz.
.
🟢২৫:৬৪
وَالَّذِينَ يَبِيتُونَ لِرَبِّهِمْ سُجَّدًا وَقِيَامًا
আৰু যিসকলে নিজ প্ৰতিপালকক ছাজদাহ কৰে আৰু থিয় হৈ (ইবাদত কৰি) থকা অৱস্থাত উজাগৰে ৰাতি কটায়;
.
✍️BB-ref:(39:9)
৩৯:৯
أَمَّنْ هُوَ قَانِتٌ آنَاءَ اللَّيْلِ سَاجِدًا وَقَائِمًا يَحْذَرُ الْآخِرَةَ وَيَرْجُو رَحْمَةَ رَبِّهِ ۗ قُلْ هَلْ يَسْتَوِي الَّذِينَ يَعْلَمُونَ وَالَّذِينَ لَا يَعْلَمُونَ ۗ إِنَّمَا يَتَذَكَّرُ أُولُو الْأَلْبَابِ
যি ব্যক্তিয়ে ৰাতিৰ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (তেওঁ তাৰ দৰেনে যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’? নিশ্চয় কেৱল বোধশক্তিসম্পন্ন ব্যক্তিসকলেহে উপদেশ গ্ৰহণ কৰে।
.
✍️ Verse/note:
25:64. These are the people who after a long day at work and in the late hours of the night, ponder in solitude about where they should bow in submission and when to partake in the establishment of the Divine Order (3:19; 73:24-26).pz.
.
🟢২৫:৬৫
وَالَّذِينَ يَقُولُونَ رَبَّنَا اصْرِفْ عَنَّا عَذَابَ جَهَنَّمَ ۖ إِنَّ عَذَابَهَا كَانَ غَرَامًا
আৰু তেওঁলোকে কয়, ‘হে আমাৰ ৰব! তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন।
.
🟢২৫:৬৬
إِنَّهَا سَاءَتْ مُسْتَقَرًّا وَمُقَامًا
‘নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট’।
.
🟢২৫:৬৭
وَالَّذِينَ إِذَا أَنْفَقُوا لَمْ يُسْرِفُوا وَلَمْ يَقْتُرُوا وَكَانَ بَيْنَ ذَٰلِكَ قَوَامًا
আৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং (তেওঁলোকে) এই দুয়োৰে মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে।
.
✍️BB-ref:(17:29)
১৭:২৯
وَلَا تَجْعَلْ يَدَكَ مَغْلُولَةً إِلَىٰ عُنُقِكَ وَلَا تَبْسُطْهَا كُلَّ الْبَسْطِ فَتَقْعُدَ مَلُومًا مَحْسُورًا
আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা, এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা।
( কৃপণালী নকৰিবা আৰু পুৰাপুৰি হাত উন্মুক্তও নকৰিবা যাতে হতাশা আৰু অনুশোচনাত পৰি যায়।)
-similar expression in 5:64).
.
✍️ Verse/note:
25:67. These are people who keep any part of their wealth which is in excess of their needs, open for the development of human beings (2:219). Moreover, their spending is disciplined, in that their wealth is neither spent unnecessarily nor withheld from the needy. They follow a path of moderation which is far from exaggeration or deficiency.pz.
(২:২১৯
۞ يَسْأَلُونَكَ عَنِ الْخَمْرِ وَالْمَيْسِرِ ۖ قُلْ فِيهِمَا إِثْمٌ كَبِيرٌ وَمَنَافِعُ لِلنَّاسِ وَإِثْمُهُمَا أَكْبَرُ مِنْ نَفْعِهِمَا ۗ وَيَسْأَلُونَكَ مَاذَا يُنْفِقُونَ قُلِ الْعَفْوَ ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ لَعَلَّكُمْ تَتَفَكَّرُونَ
সিহঁতে তোমাক মদ আৰু জুৱা সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘দুয়োটাৰ মাজতে আছে মহা পাপ আৰু মানুহৰ বাবে উপকাৰো আছে; আৰু দুয়োটাৰে পাপ উপকাৰতকৈ বহু গুণে ডাঙৰ’। আৰু সিহঁতে তোমাক সোধে, সিহঁতে কি ব্যয় কৰিব? কোৱা, ‘যিটো প্ৰয়োজনৰ অতিৰিক্ত’। এনেকৈ আল্লাহ তাআলাই তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে চিন্তা-গৱেষণা কৰা,)
.
🟢২৫:৬৮(GOOD DEEDS NULLIFY BAD DEEDS).
وَالَّذِينَ لَا يَدْعُونَ مَعَ اللَّهِ إِلَٰهًا آخَرَ وَلَا يَقْتُلُونَ النَّفْسَ الَّتِي حَرَّمَ اللَّهُ إِلَّا بِالْحَقِّ وَلَا يَزْنُونَ ۚ وَمَنْ يَفْعَلْ ذَٰلِكَ يَلْقَ أَثَامًا
আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণ অবিহনে তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।
.
✍️ref:6:151
৬:১৫১
۞ قُلْ تَعَالَوْا أَتْلُ مَا حَرَّمَ رَبُّكُمْ عَلَيْكُمْ ۖ أَلَّا تُشْرِكُوا بِهِ شَيْئًا ۖ وَبِالْوَالِدَيْنِ إِحْسَانًا ۖ وَلَا تَقْتُلُوا أَوْلَادَكُمْ مِنْ إِمْلَاقٍ ۖ نَحْنُ نَرْزُقُكُمْ وَإِيَّاهُمْ ۖ وَلَا تَقْرَبُوا الْفَوَاحِشَ مَا ظَهَرَ مِنْهَا وَمَا بَطَنَ ۖ وَلَا تَقْتُلُوا النَّفْسَ الَّتِي حَرَّمَ اللَّهُ إِلَّا بِالْحَقِّ ۚ ذَٰلِكُمْ وَصَّاكُمْ بِهِ لَعَلَّكُمْ تَعْقِلُونَ
কোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰো। প্ৰকাশ্য হওঁক অথবা গোপনেই হওঁক, অশ্লীল কৰ্মৰ ওচৰলৈকো নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিলে যাতে তোমালোকে বুজিব পাৰা।
.
✍️Note:
Fornication/adultery: (Arabic: zinna). Consensual Illicit sexual intercourse. The Quran makes no distinction between adultery and fornication, both are termed as Illicit sex. See verse and footnote 24:4.(sig).
(Fing verse/notes 24:4:link:
.
🟢২৫:৬৯
يُضَاعَفْ لَهُ الْعَذَابُ يَوْمَ الْقِيَامَةِ وَيَخْلُدْ فِيهِ مُهَانًا
কিয়ামতৰ দিনা তাৰ শাস্তি বৰ্ধিতভাৱে প্ৰদান কৰা হ’ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ’ব।
.
🟢২৫:৭০
إِلَّا مَنْ تَابَ وَآمَنَ وَعَمِلَ عَمَلًا صَالِحًا فَأُولَٰئِكَ يُبَدِّلُ اللَّهُ سَيِّئَاتِهِمْ حَسَنَاتٍ ۗ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا
কিন্তু যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, ইয়াৰ ফলত আল্লাহে তেওঁলোকৰ গুণাহসমূহ পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
✍️Note:
The message in the Quran is a call to belief, action and ultimate accountability to God. Belief is impressing our Self with the divine blueprint; actions is the manifestation of the belief and accountability is showing responsibility for our actions. Being virtuous is overcoming our regressive egotistic Self - the Iblees within us. It is virtuous deeds - the actions - that overcome the hurdles, the challenges of life, not passive prayer. It is in religion that individuals seek mercy and grace through a saviour. In Deen-Islam it is the good deeds that glorify God [verse 21:20], and God dignifies mankind by giving the opportunities for Self development and raising their own eminence. It is the good works that rescind the evil works. Hands that work are better than lips that pray: a person may believe in the power of prayer, but if caught in a blazing fire, would he
prefer someone to pull him out or pray for him? Also read verses 25:72-77. See verse 11:114.(sig).
.
🟢২৫:৭১
وَمَنْ تَابَ وَعَمِلَ صَالِحًا فَإِنَّهُ يَتُوبُ إِلَى اللَّهِ مَتَابًا
আৰু যিয়ে তাওবা কৰে আৰু সৎকৰ্ম কৰে, নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়।
.
🟢২৫:৭২(THE RIGHTEOUS ACCEPT GOD'S GUIDANCE).
وَالَّذِينَ لَا يَشْهَدُونَ الزُّورَ وَإِذَا مَرُّوا بِاللَّغْوِ مَرُّوا كِرَامًا
আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নহয় আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ’লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।
.
✍️BB-ref:(23:3)
২৩:৩
وَالَّذِينَ هُمْ عَنِ اللَّغْوِ مُعْرِضُونَ
আৰু যিসকল অসাৰ কথা-বতৰাৰ পৰা বিমুখ,
.
✍️Verse/note:
25:72. These people never go to gatherings where deceitful or crafty matters are being
discussed (and they do not stand witness to what is false). If they happen to come upon
places where frivolous matters are being discussed, they quietly pass by in a dignified manner without getting involved (28:55).pz.
.
🟢২৫:৭৩
وَالَّذِينَ إِذَا ذُكِّرُوا بِآيَاتِ رَبِّهِمْ لَمْ يَخِرُّوا عَلَيْهَا صُمًّا وَعُمْيَانًا
আৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে।
.
✍️Verse/note:
25:73. These people are not swayed by emotions and they take every step after a lot of deliberation (34:76), so much so that even when the Divine Laws are presented to them, they do not submit to these by ignoring their intellect, wisdom, rationale and reason. Also, they do not respond to them as if they were deaf and blind. They adopt the Divine Laws only after careful consideration (for it is clear that when they do not even act upon the Divine Laws without pondering over them, then how would they do so in other spheres of life).pz.
.
🟢২৫:৭৪
وَالَّذِينَ يَقُولُونَ رَبَّنَا هَبْ لَنَا مِنْ أَزْوَاجِنَا وَذُرِّيَّاتِنَا قُرَّةَ أَعْيُنٍ وَاجْعَلْنَا لِلْمُتَّقِينَ إِمَامًا
আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।
.
🟢২৫:৭৫
أُولَٰئِكَ يُجْزَوْنَ الْغُرْفَةَ بِمَا صَبَرُوا وَيُلَقَّوْنَ فِيهَا تَحِيَّةً وَسَلَامًا
তেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ’ব। যিহেতু তেওঁলোক আছিল ধৈৰ্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা কৰা হ’ব।
.
🟢২৫:৭৬
خَالِدِينَ فِيهَا ۚ حَسُنَتْ مُسْتَقَرًّا وَمُقَامًا
তাত তেওঁলোক স্থায়ী হ’ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট!
.
✍️Verse/note/refs:
25:76. This is the society in which one always benefits from its pleasures, regardless of whether one abides in it for a short while, or permanently (29:58; 34:37; 39:21). Such shall be the lifestyle of people living there.pz.
.
🟢২৫:৭৭
قُلْ مَا يَعْبَأُ بِكُمْ رَبِّي لَوْلَا دُعَاؤُكُمْ ۖ فَقَدْ كَذَّبْتُمْ فَسَوْفَ يَكُونُ لِزَامًا
কোৱা, ‘যদি তোমালোকে তেওঁক আহ্বান নকৰিলাহেঁতেন* তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভ্ৰূক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ’ব শাস্তি’।
.
✍️BB-ref:(40:60)
৪০:৬০
وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ ۚ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ
আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।
.
✍️Note*
God does not need us or our service. He is self-sufficient. Service to God is for all intents and purposes a service to mankind, because when this guidance is followed we fulfil our commitments and obligations to ourselves, our families and our communities. We in fact become the
benefactors of mankind. In return we develop our Self, making it fit for the next stage of life - the Life yet to come. See verses 51:57; 64:6.(sig).
...ছুৰা সমাপ্ত...
।।।
🟦WORD BY WORD MEANING:
[25:63] And (Wa) the worshippers (Ebaadu) of the GRACIOUS (Er'Rah'maani) are those who (Ellaziina)walk (Yam'shuuna) on (Ålaa) earth (El'Ar'di) with calmness (Haw'naan), and (Wa) when (Izaa) the ignorant
(El'Jaahiluuna) address them (Khaatoba-humu), they (the worshippers)say (Qaalu'), "Peace (Salaamaa)."
[25:64] And (Wa) who (Ellaziina) stay up (Yabiituuna) to (Li) their LORD (Rabbi-him'), prostrating (Sujjadan) and standing (Qiyaamaa). (39:9)
[25:65] And (Wa) who (Ellaziina) say (Yaquuluuna), "Our LORD (Rabba-naa), divert (Es'rif') the punishment (Åzaaba) of Hell (Jahannama) from us (Ånnaa); indeed (Inna), its punishment (Åzaaba-haa) is (Kaana) a penalty (Garaamaa).
[25:66] "Indeed, it (Innahaa) is evil (Saa'at) as a residence (Mus'taqarra) and (Wa) place (Muqaamaa)."
[25:67] And (Wa) whom (Ellaziina), when (Izaa) they disburse (Anfaqu'), are neither (Lam') extravagant(Yus'rifu') nor (Walam') stingy (Yaq'turu'); but (Wa) they are (Kaana) in between (Bai'na Zaalika)appropriateness (Qawaamaa). (17:29).
[25:68] And (Wa) who (Ellaziina) do not (Laa) invoke (Yad'uuna) another (Aakhara) god (ilaahan) with the GOD 1(Maållahi) nor (Walaa) do they kill (Yaq'tuluuna) a soul (En'Naf'sa) which (Ellatii) GOD (Ellahu) has
forbidden (Harrama), except (illa) by right 2
(Bil' Haqqi), nor (Walaa) do they fornicate 3
(Yaz'nuuna); forwhoever (Waman) does (Yaf'ål') that (Zaalika) will encounter (Yal'qa) sins (Athaamaa).
[25:69] The punishment (El'Åzaabu) will be doubled (Yudoa'åf') for him (Lahu) on the Day of Resurrection(Yaw'mal' Qiyaamati), and (Wa) he will remain (Yakh'lud') therein (Fiihi) humiliated (Muhaanaa),
[25:70] except (illa) those who (Man) repent (Taaba), believe (Aamana) and (Wa) act (Åmila) righteous (Soalihan) work (Åmalan); then (Fa) it is those (U'laaika) GOD (Ellahu) will replace (Yubaddilu) their bad
deeds (Sayyi'aati-him') with good deeds (Hasanaatin). And (Wa) GOD (Ellahu) is (Kaana) Forgiving (Gafuuran) and Merciful (Rahiimaa).
[25:71] And (Wa) whoever (Man) repents (Taaba) and acts (Åmila) righteous (Soalihan), then (Fa) indeed, he (Innahu) repents (Yatuubu) to GOD (ilaallahi) with repentance (Mataabaa).
[25:72] And (Wa) who (Ellaziina) do not (Laa) bear witness to (Yash'haduuna) falsehood (Ez'Zuura), and (Wa) when (Izaa) they pass by (Marru' Bi) nonsense (23:3) (Ellag'wi), they pass (Marru') with dignity (Kiraamaa).
[25:73] And (Wa) whom (Ellaziina), when (Izaa) reminded (Zukkiru') by (Bi) the verses (Aayaati) of their LORD (Rabbi-him'), they do not (Lam') let them fall over (Yakhirru' Ålai'ha) deaf (Summan) and (Wa) blind
(Um'yaanaa).
[25:74] And (Wa) who (Ellaziina) say (Yaquuluuna), "Our LORD (Rabba-naa), grant us (Hab'la-naa) from(Min') our spouses (wives) (Az'waaji-naa) and our offspring (Zurriyyaati-naa) pleasure to our eyes (QurrataA'yunin) and (Wa) make us (Ej'ål'naa) a forefront (Imaama) for the pious (Lil' Muttaqiina)."
[25:75] Those (U'laaika) will be rewarded (Yuj'zaw'na)with the Chamber (El'Gur'fata) because (Bimaa) theywere patient (Sobaru'), and (Wa) they will be received (Yulaqqaw'na) therein (Fiihaa) with greetings(Tahiyyatan) and peace (Salaamaa),
[25:76] eternally (Khaalidiina) therein (Fiihaa); a beautiful (Hasunat') residence (Mus'taqarra) and (Wa)place(Muqaamaa).
[25:77] Say (Qul): "My LORD (Rabbii) would not (Maa) care for you (p) (Ya'bau Bi-kum’) if not for (Law'laa)your invocation (40:60) (Du'ååu-kum’)." But (Fa) you have (Qad') denied (Kazzab'tum'), so (Fa) it will (Saw'fa)
be (Yakuunu) a necessity (Lizaama).
।।।End of Chapter।।।
Analysis syedraf, Video #muktabulhussain
।।।।
Comments
Post a Comment