🅾️Part-602(00-00)-Article(আল-মুছাল্লীন)

✔️Part-602(00-00)-Article(আল-মুছাল্লীন)
.___________________________________________
✔️আল-মুছাল্লীন{al-musallin(الْمُصَلِّينَ)}:
ছালাত প্ৰতিষ্ঠা কৰাটো মানুহৰ ওচৰত এক আমানৰ অঙ্গীকাৰ,ইয়াক ভঙ্গ কৰিব নোৱাৰি। ই আনুষ্ঠানিক (ritual) নামাজ নহয়।
👉Pre published : https://shorturl.at/bCGLM
👉Video-Part-602: https://shorturl.at/qvyD9
.___________________________________________
1-Establish Salat74:42-47
2-Chapter.107- Ma'oon, 3-Amanat-70:32(33:70-✔️72amanat,73),
4-Ahad(7:101-102)
👉[বিঃদ্ৰঃ-খণ্ড নং ৬০২ৰ ভিডিঅ'ত কেৱল আল-মুছাল্লীনৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াৰ কথাবোৰকে লেখনিৰ মাজেৰে বুজাত সুবিধাৰ বাবে বিশ্লেষণাত্মক দৃষ্টি ভংগীৰে এই খণ্ডত উপস্থাপন কৰা হ'ল]
.___________________________________________
1️⃣-Establish Salat74:42-47+Ch.107(Ma'oon):
⬛৭৪:৪২
مَا سَلَكَكُمْ فِي سَقَرَ
কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?
.
⬛৭৪:৪৩
قَالُوا لَمْ نَكُ مِنَ الْمُصَلِّينَ
সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো,
.
⬛৭৪:৪৪
وَلَمْ نَكُ نُطْعِمُ الْمِسْكِينَ
‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলো,
.
⬛৭৪:৪৫
وَكُنَّا نَخُوضُ مَعَ الْخَائِضِينَ
আৰু আমি অনৰ্থক* আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলো।
.
*sam-Lit.: plunge in or to enter into vain discourse or false speech. The form I verb occurs at 4:140, 6:68, 9:65, 9:69, 43:83, 
70:42, 74:45; the verbal noun at 6:91, 52:12; and the active participle at 74:45. This convention treats of all conversation which is not anchored in God’s truth and fear of him.
(Google translate no guarantee:
নিরর্থক বক্তৃতা বা মিথ্যা কথাবার্তা দেখুন  ফর্ম I ক্রিয়াটি ঘটে 4:140, 6:68, 9:65, 9:69, 43:83, 
70:42, 74:45;  6:91, 52:12 এ মৌখিক বিশেষ্য;  এবং সক্রিয় অংশগ্রহণ 74:45 এ। এই কনভেনশনটি এমন সমস্ত কথোপকথনের সাথে আচরণ করে যা ঈশ্বরের সত্য এবং তাঁর ভয়ে নোঙ্গর করে না।)
(৪:১৪০
وَقَدْ نَزَّلَ عَلَيْكُمْ فِي الْكِتَابِ أَنْ إِذَا سَمِعْتُمْ آيَاتِ اللَّهِ يُكْفَرُ بِهَا وَيُسْتَهْزَأُ بِهَا فَلَا تَقْعُدُوا مَعَهُمْ حَتَّىٰ يَخُوضُوا فِي حَدِيثٍ غَيْرِهِ ۚ إِنَّكُمْ إِذًا مِثْلُهُمْ ۗ إِنَّ اللَّهَ جَامِعُ الْمُنَافِقِينَ وَالْكَافِرِينَ فِي جَهَنَّمَ جَمِيعًا
কিতাবত তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰা শুনিবা আৰু বিদ্ৰূপ কৰা শুনিবা তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা, যেতিয়ালৈকে সিহঁতে আন কোনো কথাত নিবিষ্ট নহয়; অন্যথা তোমালোকেও সিহঁতৰ দৰেই হ’বা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব।
.
৬:৬৮
وَإِذَا رَأَيْتَ الَّذِينَ يَخُوضُونَ فِي آيَاتِنَا فَأَعْرِضْ عَنْهُمْ حَتَّىٰ يَخُوضُوا فِي حَدِيثٍ غَيْرِهِ ۚ وَإِمَّا يُنْسِيَنَّكَ الشَّيْطَانُ فَلَا تَقْعُدْ بَعْدَ الذِّكْرَىٰ مَعَ الْقَوْمِ الظَّالِمِينَ
আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা, যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে উপহাসমূলক আলোচনাত মগ্ন হয়, তেতিয়া তুমি সিহঁতৰ পৰা মূখ ঘূৰাই ল’বা, যেতিয়ালৈকে সিহঁতে আন প্ৰসংগ আৰম্ভ নকৰিব। আৰু যদি চয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত যালিম সম্প্ৰদায়ৰ লগত নবহিবা।
.
৯:৬৫
وَلَئِنْ سَأَلْتَهُمْ لَيَقُولُنَّ إِنَّمَا كُنَّا نَخُوضُ وَنَلْعَبُ ۚ قُلْ أَبِاللَّهِ وَآيَاتِهِ وَرَسُولِهِ كُنْتُمْ تَسْتَهْزِئُونَ
আৰু তুমি সিহঁতক সুধিলে নিশ্চয় সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলো’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহৰ লগতে তেওঁৰ ৰাছুলক বিদ্ৰূপ কৰিছিলা নেকি’?
.
৯:৬৯
كَالَّذِينَ مِنْ قَبْلِكُمْ كَانُوا أَشَدَّ مِنْكُمْ قُوَّةً وَأَكْثَرَ أَمْوَالًا وَأَوْلَادًا فَاسْتَمْتَعُوا بِخَلَاقِهِمْ فَاسْتَمْتَعْتُمْ بِخَلَاقِكُمْ كَمَا اسْتَمْتَعَ الَّذِينَ مِنْ قَبْلِكُمْ بِخَلَاقِهِمْ وَخُضْتُمْ كَالَّذِي خَاضُوا ۚ أُولَٰئِكَ حَبِطَتْ أَعْمَالُهُمْ فِي الدُّنْيَا وَالْآخِرَةِ ۖ وَأُولَٰئِكَ هُمُ الْخَاسِرُونَ
সিহঁতৰ দৰে, যিসকলে তোমালোকৰ পূৰ্বে আছিল, সিহঁতে শক্তিত তোমালোকতকৈও অধিক প্ৰবল আছিল আৰু সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি আছিল তোমালোকতকৈ বেছি। সেয়ে সিহঁতে সিহঁতৰ ভাগ্যত যি আছিল সেয়া ভোগ কৰিছে; আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেয়া উপভোগ কৰিলা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল ভোগ কৰিছে, আৰু তোমালোকেও সেইদৰে অনৰ্থক আলাপ-আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ-আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ আমল পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈ গৈছে, আৰু সিহঁতেই ক্ষতিগ্ৰস্ত।
.
৪৩:৮৩
فَذَرْهُمْ يَخُوضُوا وَيَلْعَبُوا حَتَّىٰ يُلَاقُوا يَوْمَهُمُ الَّذِي يُوعَدُونَ
এতেকে তুমি সিহঁতক এৰি দিয়া, সিহঁতে মগ্ন থাকক বেহুদা কথাত আৰু খেল-ধেমালিত মত্ত থাকক, সেইদিনৰ সন্মুখীন নোহোৱালৈকে যিটো দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে।
.
৭০:৪২
فَذَرْهُمْ يَخُوضُوا وَيَلْعَبُوا حَتَّىٰ يُلَاقُوا يَوْمَهُمُ الَّذِي يُوعَدُونَ
এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যি দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিনৰ সন্মুখীন নোহোৱা পৰ্যন্ত।
.
৬:৯১
وَمَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ إِذْ قَالُوا مَا أَنْزَلَ اللَّهُ عَلَىٰ بَشَرٍ مِنْ شَيْءٍ ۗ قُلْ مَنْ أَنْزَلَ الْكِتَابَ الَّذِي جَاءَ بِهِ مُوسَىٰ نُورًا وَهُدًى لِلنَّاسِ ۖ تَجْعَلُونَهُ قَرَاطِيسَ تُبْدُونَهَا وَتُخْفُونَ كَثِيرًا ۖ وَعُلِّمْتُمْ مَا لَمْ تَعْلَمُوا أَنْتُمْ وَلَا آبَاؤُكُمْ ۖ قُلِ اللَّهُ ۖ ثُمَّ ذَرْهُمْ فِي خَوْضِهِمْ يَلْعَبُونَ
আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিখন মূছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখন তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু প্ৰকাশ কৰা আৰু বহুখিনি গোপন কৰা আৰু যিবোৰ তোমালোকৰ পিতৃ-পুৰুষসকলে আৰু তোমালোকেও জনা নাছিলা সেইটোও তোমালোকক শিক্ষা দিয়া হৈছিল’? কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
.
৫২:১২
الَّذِينَ هُمْ فِي خَوْضٍ يَلْعَبُونَ
যিসকলে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।
(✔️কোৰআনৰ বাহিৰৰ এই সকলোবোৰ লাহুৱাল হাদিসৰ-৩১:৬ অন্তৰ্গত)
.
⬛৭৪:৪৬
وَكُنَّا نُكَذِّبُ بِيَوْمِ الدِّينِ
আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলো,
.
⬛৭৪:৪৭
حَتَّىٰ أَتَانَا الْيَقِينُ
অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।
.___________________________________________
2️⃣Chapter.107- Ma'oon,
👉(এই চুৰাটোৱে সমাজ কল্যাণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সামূহিক ব্যৱস্থা হিচাপে শূন্য ব্যক্তিগত আচাৰ-ব্যৱহাৰৰ পৰা অতি স্পষ্টভাৱে তথাকথিত নামাজ/ছালাতক পৃথক কৰিছে।)
Please Press the Link:
.___________________________________________
3️⃣Amanat-70:32(33:70-✔️72amanat,73),
👉(ছালাত প্ৰতিষ্ঠা কৰাটো আল্লাহৰ এটা আমানত। গতিকে ইয়াক খিছিৰি কৰি আমানত ভঙ্গ কৰিব নোৱাৰে)
৩৩:৭০
يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَقُولُوا قَوْلًا سَدِيدًا
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সঠিক কথা কোৱা;
.
৩৩:৭১
يُصْلِحْ لَكُمْ أَعْمَالَكُمْ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ فَقَدْ فَازَ فَوْزًا عَظِيمًا
এনে কৰিলে তেওঁ তোমালোকৰ বাবে তোমালোকৰ আমলসমূহ সংশোধন কৰিব আৰু তোমালোকৰ পাপসমূহ ক্ষমা কৰিব। যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, সি অৱশ্যে মহা সফলতা অৰ্জন কৰিলে।
.
৩৩:৭২✔️
إِنَّا عَرَضْنَا الْأَمَانَةَ عَلَى السَّمَاوَاتِ وَالْأَرْضِ وَالْجِبَالِ فَأَبَيْنَ أَنْ يَحْمِلْنَهَا وَأَشْفَقْنَ مِنْهَا وَحَمَلَهَا الْإِنْسَانُ ۖ إِنَّهُ كَانَ ظَلُومًا جَهُولًا
নিশ্চয় আমি আকাশসমূহ, পৃথিৱী আৰু পৰ্বতমালাৰ প্ৰতিও এই আমানতৰ✔️ প্ৰস্তাৱ দিছিলো কিন্তু সিহঁতে এইটো (দায়িত্বভাৰ) বহন কৰিবলৈ অস্বীকাৰ কৰিলে আৰু সেয়া ল’বলৈ ভয় কৰিলে আৰু মানুহে সেয়া বহন কৰিলে; নিশ্চয় সি অত্যন্ত যালিম, অতি অজ্ঞ।
.
৩৩:৭৩
لِيُعَذِّبَ اللَّهُ الْمُنَافِقِينَ وَالْمُنَافِقَاتِ وَالْمُشْرِكِينَ وَالْمُشْرِكَاتِ وَيَتُوبَ اللَّهُ عَلَى الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ ۗ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا
যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী লগতে মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক শাস্তি দিয়ে আৰু মুমিন পুৰুষ আৰু মুমিনা নাৰীক ক্ষমা কৰে। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।
(Note: Pl find the above verses-33:70-73-link:
.___________________________________________
4️⃣Ahad/প্ৰতিশ্ৰুতি/অঙ্গীকাৰ(7:101-102)
👉(ওপৰত কৈ অহাৰ দৰে,মানুহে আমানতৰ অঙ্গীকাৰ কৰি আহিছিল। কিন্তু ইয়াক তথাকথিত হাদিসৰ বোকাত লুটুৰি পুতুৰি হৈ এই অঙ্গীকাৰ ভঙ্গ কৰি ক্ষতিগ্ৰস্থ হৈছে)
৭:১০১
تِلْكَ الْقُرَىٰ نَقُصُّ عَلَيْكَ مِنْ أَنْبَائِهَا ۚ وَلَقَدْ جَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَمَا كَانُوا لِيُؤْمِنُوا بِمَا كَذَّبُوا مِنْ قَبْلُ ۚ كَذَٰلِكَ يَطْبَعُ اللَّهُ عَلَىٰ قُلُوبِ الْكَافِرِينَ
এইবোৰ জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছো, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণসহ আহিছিল; কিন্তু পূৰ্বে সিহঁতে যিটো মিছা বুলি অগ্ৰাহ্য কৰিছিল সেয়া দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। এইদৰেই আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে।
.
৭:১০২
وَمَا وَجَدْنَا لِأَكْثَرِهِمْ مِنْ عَهْدٍ✔️ ۖ وَإِنْ وَجَدْنَا أَكْثَرَهُمْ لَفَاسِقِينَ
আৰু আমি সিহঁতৰ অধিকাংশকেই ✔️প্ৰতিশ্ৰুতি/অঙ্গীকাৰ ৰক্ষাকাৰী পোৱা নাই, বৰং আমি সিহঁতৰ অধিকাংশকেই ফাছিক্ব পাইছো।
⬇️
(প্ৰতিশ্ৰুতি/অঙ্গীকাৰ )
২:২৭
الَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۚ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে  আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে , সিহঁতেই ক্ষতিগ্ৰস্থ।
.___________________________________________
👉ছালাতৰ লগত ৰুকু ছিজদাৰ কথাটোৰ কি সন্মন্ধ তাক বেলেগ এটা খণ্ডত ইনশ্বা আল্লাহ আলোচনা কৰা হ'ব।।।
.___________________________________________
ভিডিঅ'- #muktabulhussain
বিশ্লেষণ - syedraf 
.___________________________________________
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 05.06.2023-Naz-villa✔️
🔴Work Progress ~ 
🟡Approx. Pages~ 3,958 nos.
⚫Part ~ 602 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)