⭕Part-462(43:15-24)Al-Zukhruf(Ornaments)

✔️Part-462(43:15-24)Al-Zukhruf(Ornaments)
.___________________________________________
⭐And who is better in speech than he who invites to Allah-41:33
(সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
.___________________________________________
⭐"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
.___________________________________________
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
¶খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা(ছুৰা:০১-২১)
¶খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা(ছুৰা:২২-১১৪)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
.___________________________________________
মিনি সূচিঃPart-462(43:15-24)Al-Zukhruf
৪৩:১৫(Condemnation of the Idolators' attribution of Offspring to Allah)
৪৩:২০(ref-আল্লাহে প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিল এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা।)
৪৩:২১(ref:আল্লাহে সিহঁতৰ ওচৰত এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছে নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ অনুমতি দিয়ে?)
।।।
আল্লাহে সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছিল নেকি, যিখন সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছে নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ অনুমতি দিয়ে?
।।।
.___________________________________________
.___________________________________________
🟪৪৩:১৫(Condemnation of the Idolators' attribution of Offspring to Allah)
وَجَعَلُوا لَهُ مِنْ عِبَادِهِ جُزْءًا ۚ إِنَّ الْإِنْسَانَ لَكَفُورٌ مُبِينٌ
আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰা তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।
.
✍️Verse/note:
43:15 AND YET,* they attribute to Him offspring from among some of the beings created by Him!** Verily, most obviously bereft of all gratitude is man!

Note*
I.e., despite the fact that most people readily admit that God has created all that exists (verse 9 above), some of them tend to forget His uniqueness.
(৪৩:৯
وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ لَيَقُولُنَّ خَلَقَهُنَّ الْعَزِيزُ الْعَلِيمُ
আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে, তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘এইবোৰ সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ’,)

Note**
Lit., "attribute to Him a part out of [some of] His creatures (ibad)": cf. 6:100 
(৬:১০০
وَجَعَلُوا لِلَّهِ شُرَكَاءَ الْجِنَّ وَخَلَقَهُمْ ۖ وَخَرَقُوا لَهُ بَنِينَ وَبَنَاتٍ بِغَيْرِ عِلْمٍ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يَصِفُونَ
আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।)
.
✍️Ap-refs:
৬:১৩৬
وَجَعَلُوا لِلَّهِ مِمَّا ذَرَأَ مِنَ الْحَرْثِ وَالْأَنْعَامِ نَصِيبًا فَقَالُوا هَٰذَا لِلَّهِ بِزَعْمِهِمْ وَهَٰذَا لِشُرَكَائِنَا ۖ فَمَا كَانَ لِشُرَكَائِهِمْ فَلَا يَصِلُ إِلَى اللَّهِ ۖ وَمَا كَانَ لِلَّهِ فَهُوَ يَصِلُ إِلَىٰ شُرَكَائِهِمْ ۗ سَاءَ مَا يَحْكُمُونَ
আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায় কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শ্বৰীকসকলৰ ওচৰত পৌঁচি যায়, সিহঁতে যি ফয়চালা কৰে সেয়া কিমান যে নিকৃষ্ট!
(find 6:136 link: https://bit.ly/3Cs9pcU)
.
৫৩:২১-২২
أَلَكُمُ الذَّكَرُ وَلَهُ الْأُنْثَىٰ
এয়া কি কথা, তোমালোকৰ বাবে পুত্ৰ আৰু আৰু আল্লাহৰ বাবে কন্যা সন্তান?
৫৩:২২
تِلْكَ إِذًا قِسْمَةٌ ضِيزَىٰ
তেনেহ’লে এয়া এটা অসঙ্গত বন্টন।
.
✍️Verse/Note:
43:15. Through their ignorance, on the one hand they accept that the universe was created 
by God; but at the same time they have the conviction that Allah also has offspring. One 
fundamental objection to this is the fact that whenever birth occurs through the process of 
pro-creation, some part of the father is transferred to the offspring. This makes the father 
that much deficient. Allah The Almighty, however, is far above this concept of becoming 
deficient*.
 See how human beings try to conceal and deny such evident realities.

*Note: That is why God’s way of producing things is creation and not pro-creation. The same objection 
could be raised on the belief that human soul is part of God’s soul; that the latter has been separated and 
is stuck in this world, and that its destiny is for it to merge again with its origin. (Allah is beyond that.) 
Human ‘self’ is not part of God’s self, it has been created by it. The self (the personality) of each 
individual is an indivisible whole. It cannot be divided.pz.
.___________________________________________
🟪৪৩:১৬
أَمِ اتَّخَذَ مِمَّا يَخْلُقُ بَنَاتٍ وَأَصْفَاكُمْ بِالْبَنِينَ
তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি?
.
✍️Verse/note:
16. They also believe that deities and angels are daughters of the Almighty. (Firstly, 
the very belief that Allah Almighty has off-spring is wrong. Moreover it is not acceptable 
to assign to Him off-spring which they themselves do not desire, and to say that He has 
chosen daughters for Himself and favoured them with sons ~ 16:57-58.)pz.
(১৬:৫৭-৫৮
وَيَجْعَلُونَ لِلَّهِ الْبَنَاتِ سُبْحَانَهُ ۙ وَلَهُمْ مَا يَشْتَهُونَ
আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে-- তেওঁ পৱিত্ৰ, মহিমাময়। কিন্তু সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটো সিহঁতে পছন্দ কৰে।
১৬:৫৮
وَإِذَا بُشِّرَ أَحَدُهُمْ بِالْأُنْثَىٰ ظَلَّ وَجْهُهُ مُسْوَدًّا وَهُوَ كَظِيمٌ
সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।)
.___________________________________________
🟪৪৩:১৭
وَإِذَا بُشِّرَ أَحَدُهُمْ بِمَا ضَرَبَ لِلرَّحْمَٰنِ مَثَلًا ظَلَّ وَجْهُهُ مُسْوَدًّا وَهُوَ كَظِيمٌ
অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।
.___________________________________________
🟪৪৩:১৮
أَوَمَنْ يُنَشَّأُ فِي الْحِلْيَةِ وَهُوَ فِي الْخِصَامِ غَيْرُ مُبِينٍ
(সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম?
.
✍️Note:
The Holy Quran makes these statements about untrained and uneducated women of the ignorant 
era, before the Quran. It does not consider that women are born that way. The women of 
heavenly society who receive education and training are completely different (see 56:35-37).
 In actual fact, they do not know what 'taqdeer' is; and what Allah's Mashiyyat
means. They are just indulging in guess work. (Had they known the facts they would not 
have said that all this happens due to God’s will; and that they had no choice. In reality the 
human being has been endowed with the ability to choose his actions. He is thus always 
responsible for his deeds ~ 6:149; 36:47).pz.
.___________________________________________
🟪৪৩:১৯
وَجَعَلُوا الْمَلَائِكَةَ الَّذِينَ هُمْ عِبَادُ الرَّحْمَٰنِ إِنَاثًا ۚ أَشَهِدُوا خَلْقَهُمْ ۚ سَتُكْتَبُ شَهَادَتُهُمْ وَيُسْأَلُونَ
আৰু সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী* বুলি গণ্য কৰিছে; তেওঁলোকৰ সৃষ্টি সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য অৱশ্যে লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।
.
✍️BB-ref:(53:27)*
.
✍️ Note:
Angel: Those who have no proper knowledge believe the malaika to be female angels. See 
verses and footnotes 2:30; 6:8; 43:20.
sig.
.___________________________________________
🟪৪৩:২০
وَقَالُوا لَوْ شَاءَ الرَّحْمَٰنُ مَا عَبَدْنَاهُمْ ۗ مَا لَهُمْ بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَخْرُصُونَ
সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনেসজা কথাহে কয়।
.
✍️Verse/note:
43:20 Yet they say, "If it had been the will of the Beneficent, we would not have worshiped them." But of that, they have no knowledge. They only wander in the valley of conjecture.

Note.
There is no room for fatalism in Divine laws. Humans have been endowed with free will. 6:149, 36:47(sa)
.
✍️Ap-refs:
১৬:৩৬
وَلَقَدْ بَعَثْنَا فِي كُلِّ أُمَّةٍ رَسُولًا أَنِ اعْبُدُوا اللَّهَ وَاجْتَنِبُوا الطَّاغُوتَ ۖ فَمِنْهُمْ مَنْ هَدَى اللَّهُ وَمِنْهُمْ مَنْ حَقَّتْ عَلَيْهِ الضَّلَالَةُ ۚ فَسِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলো এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?find https://bit.ly/3Wuh8iH)
.
৪৩:৪৫
وَاسْأَلْ مَنْ أَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رُسُلِنَا أَجَعَلْنَا مِنْ دُونِ الرَّحْمَٰنِ آلِهَةً يُعْبَدُونَ
সেয়ে তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকক সুধি চোৱা, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা এনে কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলো নেকি?
.___________________________________________
🟪৪৩:২১
أَمْ آتَيْنَاهُمْ كِتَابًا مِنْ قَبْلِهِ فَهُمْ بِهِ مُسْتَمْسِكُونَ
আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছো* নেকি, যিখন সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?
.
✍️BB-ref:(34:44)*
৩৪:৪৪
وَمَا آتَيْنَاهُمْ مِنْ كُتُبٍ يَدْرُسُونَهَا ۖ وَمَا أَرْسَلْنَا إِلَيْهِمْ قَبْلَكَ مِنْ نَذِيرٍ
আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাব দিয়া নাছিলো যিখন সিহঁতে অধ্যয়ন কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলো।
(find 34:44 note .see link:
.
✍️Ap-ref:
৩০:৩৫
أَمْ أَنْزَلْنَا عَلَيْهِمْ سُلْطَانًا فَهُوَ يَتَكَلَّمُ بِمَا كَانُوا بِهِ يُشْرِكُونَ
আমি সিহঁতৰ ওচৰত এনেকুৱা কোনো প্ৰমাণ অৱতীৰ্ণ কৰিছো নেকি, যিটোৱে সিহঁতক শ্বিৰ্ক কৰিবলৈ অনুমতি দিয়ে?
(find verse 30:35 link:
.___________________________________________
🟪৪৩:২২(INHERITED RELIGIONS CONDEMNED)
بَلْ قَالُوا إِنَّا وَجَدْنَا آبَاءَنَا عَلَىٰ أُمَّةٍ وَإِنَّا عَلَىٰ آثَارِهِمْ مُهْتَدُونَ
বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছো আৰু নিশ্চয় আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰি হিদায়তপ্ৰাপ্ত হম’।
.
✍️Note:
Following your parents blindly is one of the greatest human tragedies. Not long after your 
birth, they decide your name, nationality, religion and sect. And you spend the rest of your life 
defending something you did not even choose. See verse 37:74; 40:83.sig.
.
✍️Ap-refs:
২৩:৫২
وَإِنَّ هَٰذِهِ أُمَّتُكُمْ أُمَّةً وَاحِدَةً وَأَنَا رَبُّكُمْ فَاتَّقُونِ
‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ ৰব; এতেকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’।
(find 23:52 note:link: https://bit.ly/3XuSmiv)
.
৫১:৫২-৫৩
كَذَٰلِكَ مَا أَتَى الَّذِينَ مِنْ قَبْلِهِمْ مِنْ رَسُولٍ إِلَّا قَالُوا سَاحِرٌ أَوْ مَجْنُونٌ
এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ মাজত যেতিয়াই কোনো ৰাছুল আহিছে, সিহঁতেই কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।
৫১:৫৩
أَتَوَاصَوْا بِهِ ۚ بَلْ هُمْ قَوْمٌ طَاغُونَ
সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়।)
.___________________________________________
🟪৪৩:২৩
وَكَذَٰلِكَ مَا أَرْسَلْنَا مِنْ قَبْلِكَ فِي قَرْيَةٍ مِنْ نَذِيرٍ إِلَّا قَالَ مُتْرَفُوهَا إِنَّا وَجَدْنَا آبَاءَنَا عَلَىٰ أُمَّةٍ وَإِنَّا عَلَىٰ آثَارِهِمْ مُقْتَدُونَ
আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয়বিলাকে* কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।
.
✍️ref-as*
For this rendering of the term mutraf (derived from the verb tarafa), see 11:116)
১১:১১৬
فَلَوْلَا كَانَ مِنَ الْقُرُونِ مِنْ قَبْلِكُمْ أُولُو بَقِيَّةٍ يَنْهَوْنَ عَنِ الْفَسَادِ فِي الْأَرْضِ إِلَّا قَلِيلًا مِمَّنْ أَنْجَيْنَا مِنْهُمْ ۗ وَاتَّبَعَ الَّذِينَ ظَلَمُوا مَا أُتْرِفُوا فِيهِ وَكَانُوا مُجْرِمِينَ
এতেকে তোমালোকৰ পূৰ্বৰ প্ৰজন্মসমূহৰ মাজত এনেকুৱা প্ৰজ্ঞাৱান কিয় হোৱা নাই, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টিৰ পৰা নিষেধ কৰিলেহেঁতেন? কিছুসংখ্যকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা নাজাত দিছিলো। আৰু যিসকলে অন্যায় কৰিছিল সিহঁত বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।)
.
Ummah= A community with common beliefs = Those who share a common religion. Mutrifeen= The wealthy = Those given to material possessions = The social and financial elite = Those steeped in luxury = Those who are used to enjoying the fruit of others’ labor = Those who thrive on easy money = Who get wealthy without hard work(sa).
.___________________________________________
🟪৪৩:২৪
۞ قَالَ أَوَلَوْ جِئْتُكُمْ بِأَهْدَىٰ مِمَّا وَجَدْتُمْ عَلَيْهِ آبَاءَكُمْ ۖ قَالُوا إِنَّا بِمَا أُرْسِلْتُمْ بِهِ كَافِرُونَ
তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতোকৈ উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।
.___________________________________________
WORD BY WORD MEANING BB:
[43:15] And (Wa) they have assigned (Jaålu') a portion (Juz'aa) of (Min') HIS servants (Ebaadi-hi) to HIM 
(Lahu). Indeed (Inna), the human being (El' Insaana) is (La) clearly (Mubiin) ungrateful (Kafuurun). 
[43:16] Or (Ami) has HE taken (Ettakhaza) daughters (Banaatin) from what (Mimmaa) HE created 
(Yakh'luqu) and (Wa) chosen for you (As'faa-kum Bi) sons (El'Baniin)?
[43:17] And (Wa) whenever (Izaa) one of them (Ahadu-hum) is given good news (Busshira) compared
(Mathalan) to what (Bimaa) they cite (Doraba) for the GRACIOUS (Lir' Rah'maani), his face (Waj'hu-hu)
remains (Zollan) blackened (Mus'waddan), and (Wa) he (Huwa) suppresses anger (Kaziim).
[43:18] "And is it (Awa-) one who (-man) will be brought up (Yunasshau') in trinkets
(ornaments) (Fiil' Hil'yati)
while (Wa) being (Huwa) in (Fii) conflict (El'Khisoami) without (Gai'ru) evidence (Mubiin)?"
[43:19] And (Wa) they have assigned (Jaålu') the Angels (El'Malaa’ikata), who (Ellaziina) are (Hum) servants
(Ebaadu) of the GRACIOUS (Er' Rah'maani) as females (53:27) (Inaatha). Did (A-) they (p) witness (-shahidu')
their creation (Khal'qa-hum)? Their testimony (Shahaadatu-hum) will be recorded (Sa Tuk'tabu) and (Wa)
they (p) will be questioned (Yas'aluun). 
[43:20] And (Wa) they (p) said (Qaalu'), "If (Law') the GRACIOUS (Er' Rah'maanu) had willed (Shaa'a), we 
would not (Maa) have worshipped them (Åbad'naa-hum)." They have (Lahum) no (Maa Min') knowledge 
(il'min) about (Bi) that (Zaalika). They (Hum’) are only (In' illa) guessing (Yakh'rusuun).
[43:21] Or (Am') have We given them (Aatai'naa-hum) a book (Kitaaban) before it (34:44)
(Min Qab'li-hi) and 
(Fa) they (Hum) are adhering to it (Mustam'sikuun Bi-hi)? 
[43:22] In fact (Bal'), they say (Qaaluu'), "Indeed (Innaa), we found (Wajad'naa) our fathers (Aabaa'a-naa)
upon (Ålaa) a source (Ummattin) and (Wa) we are indeed (Innaa) guided (Muh'taduun) upon (Ålaa) their 
footsteps (Aathaari-him)."
[43:23] And (Wa) likewise (Kazaalika), We did not (Maa) send (Ar'sa l'naa) any (Min) warner (Naziirin) to 
(Fii) a town (Qar'yatin) before you (s) (Min Qab'li-ka) except (illa) its wealthy ones (Mut'rafuu-haa) said 
(Qaala), "Indeed (Innaa), we found (Wajad'naa) our fathers (Aabaa'a-naa) upon (Ålaa) a source (Ummatin)
and we are indeed (Innaa) guided (Muq'taduun) upon (Ålaa) their footsteps (Aathaari-him)."
[43:24] He (the warner) would say (Qaala), "What if (Awalaw') I brought you (Ji'tu-kum Bi) better guidance 
(Ah'daa) than what (Mimmaa) you found (Wajadttum’) your fathers (Aabaa'a-kum’) upon (Ålai'hi)?" They 
said (Qaaluu'), "Indeed, we (Innaa) are disbelievers (Kaafiruun) in what (Bimaa) you have been sent with 
(Ur'sil'tum Bihi)." 
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
🔵Date of Today ~ 07.01.2023-Naz-villa
🔴Work Progress ~ 
🟡Approx. Pages~3,368 nos.
⚫Part ~ 462 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
••••••••••••••••••••••••••••••••••••••••••••••••••••••••••••

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)