🟠Part-680(112:01-04)Al-Ikhlaas

✔️Part-680(112:01-04)Al-Ikhlaas
✔️Video- https://rb.gy/ckpg5 by Muktabul 
.____________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.____________________________________________
✔️আগকথা: Part-680(112-Al-Ikhlaas)
From the point of view of the contents, Surah 112:1–2 and 3–4 form distinctive units. The first unit (112:1– 2) focuses on the uniqueness of Allah, while verses 3 and 4 accentuate his incomparability.

 (112:3–4) as providing “purely monotheistic conclusions”.

 In  Surah 112, the pronoun “He” (huwa) following the imperative “Say” (qul) in verse 1 as the central statement in Surah 112. He refers to it as introducing the “absolute He”.
.
✔️আল্লাহ কোন হয়?
৫৯:২২-২৪
هُوَ اللَّهُ الَّذِي لَا إِلَٰهَ إِلَّا هُوَ ۖ عَالِمُ الْغَيْبِ وَالشَّهَادَةِ ۖ هُوَ الرَّحْمَٰنُ الرَّحِيمُ
তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয়সমূহৰ জ্ঞানী; তেওঁ পৰম কৰুণাময় পৰম দয়ালু।
৫৯:২৩
هُوَ اللَّهُ الَّذِي لَا إِلَٰهَ إِلَّا هُوَ الْمَلِكُ الْقُدُّوسُ السَّلَامُ الْمُؤْمِنُ الْمُهَيْمِنُ الْعَزِيزُ الْجَبَّارُ الْمُتَكَبِّرُ ۚ سُبْحَانَ اللَّهِ عَمَّا يُشْرِكُونَ
তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।
৫৯:২৪
هُوَ اللَّهُ الْخَالِقُ الْبَارِئُ الْمُصَوِّرُ ۖ لَهُ الْأَسْمَاءُ الْحُسْنَىٰ ۚ يُسَبِّحُ لَهُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
তেৱেঁই আল্লাহ, স্ৰষ্টা উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
(Pl find the verse note of 59:22-24 in the link:
.
✔️সহী তথাকথিত হাদিসৰ জালিয়াতি: কোৱা হৈছে ছুৰা ইখলাছ তিনিবাৰ পঢ়িলে এক খতম কোৰআন খতম দিয়াৰ দৰে হ'ব। ইয়াত ইছলামৰ দুষ্মনবোৰৰ এটাই উদ্দেশ্য যেনে তেনে কোৰআনৰ পৰা মানুহক আঁতৰাই ৰাখি হাদিসমুখি কৰা: লিংক হাদিস:

READ MORE:
আগকথাত কিছুকথা: Part-680(112-Al-Ikhlaas)
Press the link: https://t.ly/oVYu6
.____________________________________________
মিনি সূচিঃPart-680(112:01-04)Al-Ikhlaas 
সহী তথাকথিত হাদিসৰ জালিয়াতি: কোৱা হৈছে ছুৰা ইখলাছ তিনিবাৰ পঢ়িলে এক খতম কোৰআন খতম দিয়াৰ দৰে হ'ব। ইয়াত ইছলামৰ দুষ্মনবোৰৰ এটাই উদ্দেশ্য, যেনে তেনে কোৰআনৰ পৰা মানুহক আঁতৰাই ৰাখি হাদিসমুখি কৰা।
.____________________________________________
🟠১১২:১
 قُلْ هُوَ اللَّهُ أَحَدٌ
কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়,
.
✍️Note: ওপৰৰ আগকথা চাওঁক।
.
✍️Note-112(1-4).Press link:
.____________________________________________
🟠১১২:২
اللَّهُ الصَّمَدُ
আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)

(Note: Samad = Absolute, Eternal, Unique, Absolutely Independent Lord, Perfect, the Uncaused Cause of all that exists-sa).
.
✍️Verse/Note-as:
112:2 "God the Eternal, the Uncaused Cause of All Being.

Note:
This rendering gives no more than an approximate meaning of the term as-samad, which occurs in the Qur'an only once, and is applied to God alone.

God - "there is nothing that could be compared with Him" (112:4) and "nothing like unto Him" (42:11).
৪২:১১
فَاطِرُ السَّمَاوَاتِ وَالْأَرْضِ ۚ جَعَلَ لَكُمْ مِنْ أَنْفُسِكُمْ أَزْوَاجًا وَمِنَ الْأَنْعَامِ أَزْوَاجًا ۖ يَذْرَؤُكُمْ فِيهِ ۚ لَيْسَ كَمِثْلِهِ شَيْءٌ ۖ وَهُوَ السَّمِيعُ الْبَصِيرُ
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ সদৃশ নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
.
৬:১০০
وَجَعَلُوا لِلَّهِ شُرَكَاءَ الْجِنَّ وَخَلَقَهُمْ ۖ وَخَرَقُوا لَهُ بَنِينَ وَبَنَاتٍ بِغَيْرِ عِلْمٍ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يَصِفُونَ
আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।
.____________________________________________
🟠১১২:৩
لَمْ يَلِدْ وَلَمْ يُولَدْ
তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই,
.
✍️ref-mang: 2:116.
২:১১৬
وَقَالُوا اتَّخَذَ اللَّهُ وَلَدًا ۗ سُبْحَانَهُ ۖ بَلْ لَهُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ كُلٌّ لَهُ قَانِتُونَ
আৰু সিহঁতে কয়, আল্লাহে সন্তান গ্ৰহণ কৰিছে। তেওঁ (ইয়াৰ পৰা) অতি পৱিত্ৰ। বৰং আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰেই। সকলোৱেই তেওঁৰ একান্ত অনুগত।
.____________________________________________
🟠১১২:৪
وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ
আৰু তেওঁৰ সমতুল্য কোনো নাই’।
.
✍️Ap-refs:
৬:১০১
بَدِيعُ السَّمَاوَاتِ وَالْأَرْضِ ۖ أَنَّىٰ يَكُونُ لَهُ وَلَدٌ وَلَمْ تَكُنْ لَهُ صَاحِبَةٌ ۖ وَخَلَقَ كُلَّ شَيْءٍ ۖ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, তেওঁৰ সন্তান হ’ব কেনেকৈ? অথচ তেওঁৰ কোনো সঙ্গিনীয়েই নাই! তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে আৰু প্ৰত্যেক বস্তু সম্পৰ্কে তেওঁ সবিশেষ অৱগত।
.
(19:88-95)
১৯:৮৮
وَقَالُوا اتَّخَذَ الرَّحْمَٰنُ وَلَدًا
আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।
.
২১:২৬-২৭
وَقَالُوا اتَّخَذَ الرَّحْمَٰنُ وَلَدًا ۗ سُبْحَانَهُ ۚ بَلْ عِبَادٌ مُكْرَمُونَ
আৰু সিহঁতে কয়, ‘ৰহমানে (আল্লাহে) সন্তান গ্ৰহণ কৰিছে’। তেওঁ পৱিত্ৰ মহান! বৰং তেওঁলোক তেওঁৰ সন্মানিত বান্দা।
২১:২৭
لَا يَسْبِقُونَهُ بِالْقَوْلِ وَهُمْ بِأَمْرِهِ يَعْمَلُونَ
তেওঁলোকে তেওঁৰ আগধৰি নামাতে; তেওঁলোকে কেৱল তেওঁৰ আদেশ অনুসাৰেই কাম কৰে।
.
৩৭:১৫৮-১৫৯
وَجَعَلُوا بَيْنَهُ وَبَيْنَ الْجِنَّةِ نَسَبًا ۚ وَلَقَدْ عَلِمَتِ الْجِنَّةُ إِنَّهُمْ لَمُحْضَرُونَ
সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।
৩৭:১৫৯
سُبْحَانَ اللَّهِ عَمَّا يَصِفُونَ
সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান,
.____________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[112:1] Say (Qul'): "HE (Huwa) the GOD (Ellahu) is One (Ahad),
[112:2] the EVERLASTING (Es' Somad) GOD (-Ellahu),
[112:3] HE neither (Lam’) begets (Yalid') nor (Walam') was HE begotten (Yuulad')
[112:4] nor (Walam') is (Yakun)
there anyone (Ahadu) equal (compared) (Kufuwaan) to HIM (Lahu)."
।।।______________________________________।।।
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 31.08.2023-Naz-villa✔️
🔴Work Progress ~ 99.92%
🟡Approx. Pages~ 4,542 nos.
⚫Parts ~ 680 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)