🌀🌴৯৫

🌴666-মিনি সূচিঃPart-666(95:01-08)Al-Teen (The Fig)
৯৫:১-৩(যদি চিনা আৰু "এই নিৰাপদ দেশ" শব্দ দুটা মুছা আৰু মহম্মদক বুজাই দিয়া প্ৰতীক হয়, তেন্তে ডুমুৰ(fig) আৰু জলফাই(olive) আন ৰছুলৰ স্থানক প্ৰতিনিধিত্ব কৰিব পাৰিবনে?-টোকা আছে)
৯৫:৪(আল্লাহে মানুহক শৰীৰ বা মানসিক প্ৰতিভাৰ নফস অনুসৰি সৰ্বোত্তম গঠনত সৃষ্টি কৰিছে-টোকা)
৯৫:৫-৬[আল্লাহে মানুহক সৃষ্টিৰ পাছত হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছে। এই "হ্রাস/হীনতমত" মানুহে নিজেই সৃষ্টি কৰিছে-২:৭ৰ টোকা আছে। কিন্তু, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোক ইয়াৰ অন্তৰ্গত নহয়-টোকা আছে]
৯৫:৭-৮(শেষ কৰ্মফল-দিন সম্পৰ্কে  আপুনি অবিশ্বাসী নেকি? কেৱল কোৰআন মানে অথবা তথাকথিত হাদিসেই মানে, সেয়া আপোনাৰ কথা কাৰণ, তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে-১০৯:৬। মনত ৰাখিব, আল্লাহেই সৰ্বশ্ৰেষ্ঠ বিচাৰক)
🌴🌴 chapter end 🌴🌴

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)