🌀🌇৭৮
🌇628-629-মিনি সূচিঃPart-628-629(78:01-06(07-19)Al-Naba
(Refutation against the Idolators' Denial of the Occurrence of the Day of Judgement)
৭৮:৬-৭(পৃথিৱীখনক শয্যা আৰু পৰ্বতসমূহক পেৰেক বনোৱাৰ কি অৰ্থ?-টোকা)
৭৮:৯-১১(দিন,ৰাতি,নিদ্ৰা- ৯ত টোকা আছে)
৭৮:১৭-১৯(নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।)
.
🌇630-মিনি সূচিঃPart-630(78:20-40)Al-Naba'
৭৮:২০(On the Day of Resurrection, mountains will be blown up as if they were a mirage - Note).
৭৮:২২(আৰবী: ṭāghūt/তাগুত মানে কি?-টোকা)
৭৮:২২-৩০(তাগুত বৰ্জন নকৰা পাপীবোৰ দোজখত যুগ যুগ ধৰি অৱস্থান কৰিব - বিশেষ টোকা আছে)
৭৮:৩১-৩৭(মুত্তাক্বীসকলৰ বাবে আছে সফলতা।ref:এইখন সেই কিতাব; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে হিদায়ত-২:২- মুত্তাক্বীসকলৰ কোন?-টোকা আছে)
৭৮:৩৭-৩৮(Not Intercession; Only Testimony to the Truth.The Myth of Intercession-Note)
৭৮:৪০(আল্লাহে বিভিন্ন ধৰণে আপনাক শেষ বিচাৰৰ দিনাটোৰ বাবে সতর্ক কৰি দিছে। যদি সতর্ক নহয় আযাবে আপোনাক গ্রাস কৰি পেলাব।)
🌇🌇 Chapter end 🌇🌇
Comments
Post a Comment