🅾️Part-598-599(70:01-10)Al-Ma'aarej (The Heights)
✔️Part-598-599(70:01-10)Al-Ma'aarej (The Heights)
✔️Video- Muktabul Hussain
598- https://shorturl.at/gASW5 (01-03)
599- https://shorturl.at/fGPZ9 (04-10)
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
👉A]কোৰআনেই ৰছুলঃ B]নবী,ৰছুল,ৰিছালত
: https://bit.ly/42RDv4G
👉"কলম" আৰু "হাদিস"(৫৮৮খণ্ডৰ টেমপ্লেতৰ বিষয়): https://bit.ly/4223jcR
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
✔️Part-598-template 41:43-🅰️)What is being said to Muhammad is the same that was said to the messengers before him 🅱️)And old scriptures, Ahle Kitab:
নবী মহম্মদৰ (আ:ছা) আগতে আল্লাহে যিমান নবী/ৰছুল পঠিয়াইছিল তেওঁলোকৰ দৰেই মহম্মদো এজন সতৰ্কবাদি নবী আৰু ৰছুল আছিল। আল্লাহৰ কিতাপ নাযিল হৈছিল মানুহ সৃষ্টি হোৱাৰ পৰাই। বিভিন্ন সময়ত বিভিন্ন নবীসকলক আল্লাহে পুথি/কিতাপ নাযিল কৰিছিল। কিন্তু মানুহে সেইবোৰ ভেজাল কৰি পেলাইছিল। আগৰ সকলো কিতাপৰ বিশুদ্ধ বাৰ্তাবোৰ কোৰআনত সন্নিৱিষ্ট কৰা হয়। এই সকলো কথা বতৰা সামৰি আজিৰ ভিডিঅ'ৰ টেম্পলেটৰ বিষয় বস্তু ৪১:৪৩ আয়াতৰ আলোচনা কৰা হৈছে।ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, কোৰআন ৰছুলৰ মুখৰ বাণী(৬৯:৪০,৮১:১৯) অৰ্থাৎ উত্তম হাদিস(৩৯:২৩)। গতিকে তথাকথিত হাদিসবোৰ ৰছুলৰ মুখৰ বাণী নহয়,সেইবোৰ লাহুৱাল/কাল্পনিক/মিছা হাদিস(৩১:৬)। যদি কোৰআনৰ বাদে নিজে ৰছুলে কোনো কথা আল্লাহৰ নামত কয় তেন্তে আল্লাহে তেওঁৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন(৬৯:৪৪-৪৬)। syedraf
Read in details in the link:
.___________________________________________
✔️ Pre-Page: This is the 70th Surah of the Qur’an. It has 44 verses. God is the Supreme Controller of the Universe. Individuals and nations can attain great heights in both lives if they live by His laws in this world.(sa).
.___________________________________________
মিনি সূচিঃPart-598-599(70:01-10)Al-Ma'aarej
৭০:১-২(আহিব লগীয়া শাস্তি আহিবই কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই)
৭০:৩(ref:নিশ্চয় আল্লাহে পথ নিৰ্দেশ দিছে, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব)
৭০:৪(ফিৰিস্তাসকল আৰু ৰূহ-টোকা আছে)
৭০:৮-১০(সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে। কোনো অন্তৰঙ্গ বন্ধু নেথাকিব)
.___________________________________________
🅾️৭০:১
سَأَلَ سَائِلٌ بِعَذَابٍ وَاقِعٍ
ব্যক্তি এজনে আবেদন কৰিলে, এনে শাস্তি সম্পৰ্কে যিটো আপতিত হ’ব,
.
✍️ref:
৭০:৪৪
خَاشِعَةً أَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ۚ ذَٰلِكَ الْيَوْمُ الَّذِي كَانُوا يُوعَدُونَ
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব এইটোৱে সেইদিন যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।
.
✍️Verses/Note:
70:1-2. (O Rasool!) Your opponents who deny the truth, repeatedly demand that you
tell them about the chastisement about which you warn them. Ask them if they
know that the chastisement about which they are so anxious is not a pleasant thing
at all. That is a calamity which will surely befall them and no power on earth can
avert it.pz.
(Google translate no guarantee:
(হে রাসুল!) আপনার বিরোধীরা যারা সত্যকে অস্বীকার করে, বারবার আপনার কাছে দাবি করে
তাদেরকে সেই শাস্তি সম্পর্কে বলুন যে শাস্তি সম্পর্কে আপনি তাদেরকে সতর্ক করেন। তাদের জিজ্ঞাসা করুন যদি তারা
জেনে রাখ, যে শাস্তির জন্য তারা এত চিন্তিত, তা সুখকর নয়
মোটেও এটা এমন এক বিপর্যয় যা তাদের উপর অবশ্যই আসবে এবং পৃথিবীর কোন শক্তি তা পারবে না
এটা এড়ানো)
.
✍️Verse/Notes:
Ap-refs:
২২:৪৭
وَيَسْتَعْجِلُونَكَ بِالْعَذَابِ وَلَنْ يُخْلِفَ اللَّهُ وَعْدَهُ ۚ وَإِنَّ يَوْمًا عِنْدَ رَبِّكَ كَأَلْفِ سَنَةٍ مِمَّا تَعُدُّونَ
আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান;
.
৮:৩২
وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
.
70:1-A petitioner1 asked about a punishment to come
1. Cf. 70:25.
25 For the petitioner1 and the one deprived,
(৭০:২৫
لِلسَّائِلِ وَالْمَحْرُومِ
খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,)
(৫১:১৯
وَفِي أَمْوَالِهِمْ حَقٌّ لِلسَّائِلِ وَالْمَحْرُومِ
আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক্ক।)
.___________________________________________
🅾️৭০:২
لِلْكَافِرِينَ لَيْسَ لَهُ دَافِعٌ
কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।
.
✍️Verse/Note:sam:
70:2- To the false claimers of guidance1 — there is none to avert it —
1. Arabic: al kāfirūn. See note to 2:19 and Notepad II.iii.
(al kāfirūn. See Notepad II.iii.Sam-2:19: https://muktabulraf.blogspot.com/2023/02/ii.html?m=1)
.___________________________________________
🅾️৭০:৩
مِنَ اللَّهِ ذِي الْمَعَارِجِ
এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,
.
✍️Verse/Notes:
70:3- From God, Owner of the Means of Ascent:1 —
1. Lit., “He of the [many] ascents”: a metonymical phrase implying that there are many ways by which man can “ascend” to a comprehension of God’s existence, and thus to spiritual “nearness” to Him - and that, therefore, it is up to each human being to avail himself of any of the ways leading towards Him (cf. 76:3).(as-sam).
("তিনি [অনেক] আরোহের": একটি রূপক বাক্যাংশ যা বোঝায় যে এমন অনেক উপায় রয়েছে যার মাধ্যমে মানুষ ঈশ্বরের অস্তিত্বের বোঝার জন্য "উঠতে" পারে, এবং এইভাবে তাঁর আধ্যাত্মিক "নৈকট্য" - এবং তাই, এটি প্রতিটি মানুষ তার দিকে নিয়ে যাওয়ার যে কোনও উপায় থেকে নিজেকে উপকৃত করতে পারে (cf. 76:3)
(৭৬:৩
إِنَّا هَدَيْنَاهُ السَّبِيلَ إِمَّا شَاكِرًا وَإِمَّا كَفُورًا
নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছো, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।)
.
ref:৫৮:২২
لَا تَجِدُ قَوْمًا يُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ يُوَادُّونَ مَنْ حَادَّ اللَّهَ وَرَسُولَهُ وَلَوْ كَانُوا آبَاءَهُمْ أَوْ أَبْنَاءَهُمْ أَوْ إِخْوَانَهُمْ أَوْ عَشِيرَتَهُمْ ۚ أُولَٰئِكَ كَتَبَ فِي قُلُوبِهِمُ الْإِيمَانَ وَأَيَّدَهُمْ بِرُوحٍ مِنْهُ ۖ وَيُدْخِلُهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ رَضِيَ اللَّهُ عَنْهُمْ وَرَضُوا عَنْهُ ۚ أُولَٰئِكَ حِزْبُ اللَّهِ ۚ أَلَا إِنَّ حِزْبَ اللَّهِ هُمُ الْمُفْلِحُونَ
আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি নাপাবা, যিসকলে এনেলোকক ভালপায়, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে- যদিও সিহঁত তেওঁলোকৰ পিতা অথবা পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওঁক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনে জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এওঁলোকেই আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।
(Pl find the notes on 58:22 in the link:
.___________________________________________
🅾️৭০:৪
تَعْرُجُ الْمَلَائِكَةُ وَالرُّوحُ إِلَيْهِ فِي يَوْمٍ كَانَ مِقْدَارُهُ خَمْسِينَ أَلْفَ سَنَةٍ
ফিৰিস্তাসকল আৰু ৰূহ* এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।
.
✍️BB-ref:(97:4)
৯৭:৪
تَنَزَّلُ الْمَلَائِكَةُ وَالرُّوحُ فِيهَا بِإِذْنِ رَبِّهِمْ مِنْ كُلِّ أَمْرٍ
সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।
⬇️
১৬:২
يُنَزِّلُ الْمَلَائِكَةَ بِالرُّوحِ مِنْ أَمْرِهِ عَلَىٰ مَنْ يَشَاءُ مِنْ عِبَادِهِ أَنْ أَنْذِرُوا أَنَّهُ لَا إِلَٰهَ إِلَّا أَنَا فَاتَّقُونِ
তেওঁ নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা নিজ নিৰ্দেশত ৰূহ🍒 (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এইবুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।
.
Note on Ruh🍒 (رُّوحِ)-See link(7parts):
(https://muktabulraf.blogspot.com/2022/04/sl-no154-1ruhsoulpsychesprit-etc.html?m=1).
[ref:(43:52, 6:124, 22:75, 40:15-16)].
(source:Find the Notes on 16:3 in the link:
.
✍️Note:
These are allegorical periods: in some languages, for example, to say 'we stayed there but for four
days' means we stayed only a few days and to say 'thousands' means countless. So numbers are used
figuratively and do not necessarily signify the actual count used. See footnote to verse 70:7.(sig).
.___________________________________________
🅾️৭০:৫
فَاصْبِرْ صَبْرًا جَمِيلًا
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।
.___________________________________________
🅾️৭০:৬
إِنَّهُمْ يَرَوْنَهُ بَعِيدًا
সিহঁতে এই দিনক বহু দূৰত থকা বুলি ভাৱে।
.___________________________________________
🅾️৭০:৭
وَنَرَاهُ قَرِيبًا
আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছো।
.
✍️Note:
We live in a time oriented matrix and even a thousand years is long time. God is not subject to time and He created the heavens and the earth with time not in time, this is why for God, everything is 'close': past, present and future.(sig).
.___________________________________________
🅾️৭০:৮
يَوْمَ تَكُونُ السَّمَاءُ كَالْمُهْلِ
সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,
.
✍️Verse/Note:
70:8. At that time the authority and powers of these grand chieftains will wither
away. Their high positions shall crumble down to earth; and their firm grips would
loosen (55:37).pz.
(৫৫:৩৭
فَإِذَا انْشَقَّتِ السَّمَاءُ فَكَانَتْ وَرْدَةً كَالدِّهَانِ
যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;)
.
✍️Note:
This could mean meteorites falling from the sky.(sig).
.___________________________________________
🅾️৭০:৯
وَتَكُونُ الْجِبَالُ كَالْعِهْنِ
আৰু পৰ্বতসমূহ হৈ যাব ৰং-বিৰঙৰ ঊণৰ দৰে,
.
✍️Verse/Note:
70:9. And the people who presently seem to be firmly fixed like mountains, will
appear like flakes of wool blowing away in air (101:5); and bent like a broken bow.pz.
(১০১:৫
وَتَكُونُ الْجِبَالُ كَالْعِهْنِ الْمَنْفُوشِ
আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।)
.___________________________________________
🅾️৭০:১০
وَلَا يَسْأَلُ حَمِيمٌ حَمِيمًا
আৰু কোনো অন্তৰঙ্গ বন্ধুৱে অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,
.
✍️Verse:
70:10. Everyone will be so self-centered that even the dearest of friends will not
care about each other (as to what is happening to them).pz.
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[70:1] A questioner (Sa'ala) may ask (Saa'ilu) about (Bi) the actual (Waaqie) punishment (Åzaabin)
[70:2] to the disbelievers (Lil' Kaafiriina); it has (Lahu) no (Lai'sa) repellent (Daafiu)
[70:3] against GOD (Minallahi), Possessor (Zii) of the ladders (El'Ma'åårij)*.
[70:4] The Angels (El'Malaa’ikatu) and (Wa) the Spirit (97:4) (Er'Ruuhu) will ascend (Ta'ruju) to HIM (ilai'hi) in (Fii) a period (Yaw'min) whose extent (Miq'daaru-hu) is (Kaana) fifty (Kham'siina) thousand (Al'fa) years (Sana’).
[70:5] Therefore (Fa) be patient (Es'bir') with a beautiful (Jamiilaa) patience (Sob'ran).
[70:6] Indeed, they (Innahum) see it (Yaraw'na-hu) faraway (Baeedaa),
[70:7] but (Wa) We see it (Naraa-hu) near (Qariibaa).
[70:8] The day (Yaw'ma) the sky (Es'Samaau) will be (Takuunu) like (Ka) molten brass (El'Muh'l),
[70:9] and (Wa) the mountains (El'Jibaalu) will be (Takuunu) like (Ka) wool (El'Eh'n),
[70:10] And (Wa) no (Laa) close friend (Hamiimun) will ask of (Yas'alu) a close friend (Hamiimaa).
.___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 31.05.2023-Naz-villa✔️
🔴Work Progress ~ 92.58%
🟡Approx. Pages~ 3,946 nos.
⚫Part ~ 598-599 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment