🍄Part-573-574(64:01-02)(03-07) Al-Taghaabun(Mutual Blaming)
✔️Part-573-574(64:01-02)(03-07) Al-Taghaabun(Mutual Blaming)
✔️Video- Muktabul Hussain
573- https://youtu.be/L9QL2TgOnTc (1-2)
574- https://youtu.be/P5wHey0HAYM (3-7)
.__________________________________________
🟩পাতনি:64:Al-Taghaabun(Mutual Blaming)
এই অধ্যায়ত ৯ নং আয়াতত লোকচানৰ প্ৰকাশৰ দিনটোৰ কথা উল্লেখ কৰা হৈছে। ই কেৱল কাফিৰসকলক তেওঁলোকৰ কৰ্মৰ কু পৰিণতিৰ বিষয়ে সতৰ্ক কৰাই নহয়, আধ্যাত্মিক উন্নতিৰ দিশত যাত্ৰা অব্যাহত ৰাখিবলৈ আৰু সংসাৰিক আকৰ্ষণৰ দ্বাৰা আঁতৰাই নিদিবলৈও মুমিনসকলক উপদেশ দিয়ে। কাফিৰসকলে কেৱল এটা নিৰ্দিষ্ট দিনত নিজৰ লোকচান প্ৰকাশ পোৱাই নহয়, মুমিনসকলেও এনে লোকচান প্ৰকাশ পাব যদিহে তেওঁলোকে নিজৰ বাধ্যবাধকতা পালন কৰাত অসাৱধানতা অৱলম্বন কৰিছে।
.__________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.__________________________________________
🟩Video template verse 9:34(অনুগ্ৰহ কৰি ৫৭৩নং খণ্ডৰ ভিডিঅ'চাব)🟩
৯:৩৪
۞ يَا أَيُّهَا الَّذِينَ آمَنُوا إِنَّ كَثِيرًا مِنَ الْأَحْبَارِ وَالرُّهْبَانِ لَيَأْكُلُونَ أَمْوَالَ النَّاسِ بِالْبَاطِلِ وَيَصُدُّونَ عَنْ سَبِيلِ اللَّهِ ۗ وَالَّذِينَ يَكْنِزُونَ الذَّهَبَ وَالْفِضَّةَ وَلَا يُنْفِقُونَهَا فِي سَبِيلِ اللَّهِ فَبَشِّرْهُمْ بِعَذَابٍ أَلِيمٍ
হে ঈমান্দাৰসকল! পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলৰ মাজত বহুতেই জনসাধাৰণৰ ধন-সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। আৰু যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
(Pl find the verse note 9:34 in the link:
.__________________________________________
🟩মিনি সূচিঃPart-573-574(64:01-02)(03-07) Al-Taghaabun:
৬৪:১(How do you glorify God?)
৬৪:২(ref:সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো অগ্নি)
৬৪:৪(আল্লাহে সকলো জানে আৰু তোমালোকৰ অন্তৰসমূহত যি গোপন আছে তাকো জানে-টোকা আছে)
৬৪:৫(কুফৰী কৰিছে মান কি?-টোকা চাব)
৬৪:৭(পুনৰুত্থিত নিশ্চিত)
.__________________________________________
🍄৬৪:১
يُسَبِّحُ لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۖ لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ ۖ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যিবোৰ আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁৰেই আধিপত্য আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.
✍️Note:With the Glorious Name of God, the Instant and Sustaining Source of all Mercy and Kindness:
7:31, 14:1, 16:5, 18:7, 67:1. God has appointed due measure for all things and events.(Pl see verses:link:
.
✍️Note:
How do you glorify God? God is glorified by the person who follows His guidance and becomes
an example for others by doing his or her duty to God. See footnote to verse 57:1.(sig).
(৫৭:১
سَبَّحَ لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।)
.
✍️Verse/Note:
64:1. Everything in the heavens and on earth is actively fulfilling the designated
programme of Allah the Almighty. He is the source of all power and Hamd; and
accordingly He has devised measures (Laws) for everything over which He exercises full
control (7:31-36; 14:1-2; 16:5-6; 18:7; 67:1-5).pz
.__________________________________________
🍄৬৪:২
هُوَ الَّذِي خَلَقَكُمْ فَمِنْكُمْ كَافِرٌ وَمِنْكُمْ مُؤْمِنٌ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ
তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজত কিছুমান হৈছে কাফিৰ আৰু কিছুমান হৈছে মুমিন; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
.
✍️Verse/Note:Sam:
He it is that created you; and among you is a false claimer of guidance,1 and among you is a believer;2 and God sees what you do.
1. Arabic: kāfir. Typically rendered an unbeliever. See note to 2:19 and Notepad II.iii.(Pl open the link and see:
2. Arabic: (al) mu’min. See note to 8:2.
(Pl open the link: :(al)mu’minūn(the belivers)
https://bit.ly/3SdaQTe
.
✍️Note: See the link:
.
✍️Verse/Note:
64:2. It is He Who gave you human form. (And the greatest quality of a human being
is his capability of choice and discretion. Accordingly) Some of you are Kafir (who do
not accept Divine Laws) and others are Momin (who accept these Laws). (No other
creation in the universe has been given the discretionary ability to either accept or reject
Divine Laws. This discretion is given exclusively to human beings, and that is why they
are held responsible for their actions ~ 18:29. (Although mankind have been given this
choice, they do not have the authority to go on the wrong path and expect to be rewarded
as if the right one had been taken.) The consequences of his deeds will be compiled
according to Allah's Law of Mukafat, which sees everything.pz.
(১৮:২৯
وَقُلِ الْحَقُّ مِنْ رَبِّكُمْ ۖ فَمَنْ شَاءَ فَلْيُؤْمِنْ وَمَنْ شَاءَ فَلْيَكْفُرْ ۚ إِنَّا أَعْتَدْنَا لِلظَّالِمِينَ نَارًا أَحَاطَ بِهِمْ سُرَادِقُهَا ۚ وَإِنْ يَسْتَغِيثُوا يُغَاثُوا بِمَاءٍ كَالْمُهْلِ يَشْوِي الْوُجُوهَ ۚ بِئْسَ الشَّرَابُ وَسَاءَتْ مُرْتَفَقًا
আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), সেয়ে যাৰ ইচ্ছা সি ঈমান আনক আৰু যাৰ ইচ্ছা সি কুফৰী কৰক’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো অগ্নি, যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিছে। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিয়ে সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!)
.__________________________________________
🍄৬৪:৩
خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ ۖ وَإِلَيْهِ الْمَصِيرُ
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাৱৰ্তন তেওঁৰ ফালেই।
.
✍️Verse/Notes:as:
64:3 He has created the heavens and the earth in accordance with [an inner] truth,*1 and has formed you - and formed you so well;*2 and with Him is your journey's end.
Note*1
See surah 10:5,
১০:৫
هُوَ الَّذِي جَعَلَ الشَّمْسَ ضِيَاءً وَالْقَمَرَ نُورًا وَقَدَّرَهُ مَنَازِلَ لِتَعْلَمُوا عَدَدَ السِّنِينَ وَالْحِسَابَ ۚ مَا خَلَقَ اللَّهُ ذَٰلِكَ إِلَّا بِالْحَقِّ ۚ يُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
Note*2
I.e., in accordance with the exigencies of human life. See on 7:11.
৭:১১
وَلَقَدْ خَلَقْنَاكُمْ ثُمَّ صَوَّرْنَاكُمْ ثُمَّ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ لَمْ يَكُنْ مِنَ السَّاجِدِينَ
আৰু নিশ্চয় আমি তোমালোকক সৃষ্টি কৰিছো, তাৰ পিছত আমি তোমালোকক আকৃতি প্ৰদান কৰিছো, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছো, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।
.
✍️Ap-ref:
৪০:৬৪
اللَّهُ الَّذِي جَعَلَ لَكُمُ الْأَرْضَ قَرَارًا وَالسَّمَاءَ بِنَاءً وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ وَرَزَقَكُمْ مِنَ الطَّيِّبَاتِ ۚ ذَٰلِكُمُ اللَّهُ رَبُّكُمْ ۖ فَتَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ
আল্লাহ, যিজনে তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে ছাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি দিছে তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব। এতেকে সৃষ্টিজগতৰ ৰব আল্লাহ কিমান যে বৰকতময়!
.__________________________________________
🍄৬৪:৪
يَعْلَمُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ وَيَعْلَمُ مَا تُسِرُّونَ وَمَا تُعْلِنُونَ ۚ وَاللَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে; আৰু অন্তৰসমূহত🐞 যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী।
.✍️Note:64:4-Meaning of hearts/selves,chests in the Quran:
.__________________________________________
🍄৬৪:৫
أَلَمْ يَأْتِكُمْ نَبَأُ الَّذِينَ كَفَرُوا مِنْ قَبْلُ فَذَاقُوا وَبَالَ أَمْرِهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ
ইয়াৰ আগত যিসকলে কুফৰী🌿 কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰত আহি পোৱা নাইনে? সিহঁতে নিজ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
✍️Note:sam:Arabic: alladhīna kafarū.🌿 See note to 2:6 and Notepad II.i.
(34:31-Quranic meaning:alladhīna kafarū-কুফুৰী🌿 কৰা: link:
alladhīna kafarū — those who ignore warning The Traditionalist renders alladhīna kafarū as those who disbelieve and synonyms thereof.
.__________________________________________
🍄৬৪:৬
ذَٰلِكَ بِأَنَّهُ➡️ كَانَتْ تَأْتِيهِمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَقَالُوا أَبَشَرٌ يَهْدُونَنَا فَكَفَرُوا وَتَوَلَّوْا ۚ وَاسْتَغْنَى اللَّهُ ۚ وَاللَّهُ غَنِيٌّ حَمِيدٌ
এয়া এইবাবেই⬅️ যে, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল অথচ সিহঁতে কৈছিল, ‘মানুহেই আমাক পথৰ সন্ধান দিব নেকি’? তাৰ পিছত সিহঁতে কুফৰী কৰিলে আৰু মুখ ঘূৰাই ল’লে; আৰু আল্লাহেও (সিহঁতৰ ঈমানৰ বিষয়ে) ভ্ৰূক্ষেপ নকৰিলে; আৰু আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।
.
✍️➡️Arabic: dhālika bianna. See note to 22:6 and Notepad XIV.
(47:3-sam-Note on-"dhālika bianna(ذَٰلِكَ بِأَنَّ/For it is that):find note 47:3-https://bit.ly/43FpGHp
.__________________________________________
🍄৬৪:৭
زَعَمَ الَّذِينَ كَفَرُوا أَنْ لَنْ يُبْعَثُوا ۚ قُلْ بَلَىٰ وَرَبِّي لَتُبْعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلْتُمْ ۚ وَذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ
কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।
.
✍️Ap-refs:
১০:৫৩
۞ وَيَسْتَنْبِئُونَكَ أَحَقٌّ هُوَ ۖ قُلْ إِي وَرَبِّي إِنَّهُ لَحَقٌّ ۖ وَمَا أَنْتُمْ بِمُعْجِزِينَ
আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এইটো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো অৱশ্যে সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।
.
৩৪:৩
وَقَالَ الَّذِينَ كَفَرُوا لَا تَأْتِينَا السَّاعَةُ ۖ قُلْ بَلَىٰ وَرَبِّي لَتَأْتِيَنَّكُمْ عَالِمِ الْغَيْبِ ۖ لَا يَعْزُبُ عَنْهُ مِثْقَالُ ذَرَّةٍ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ وَلَا أَصْغَرُ مِنْ ذَٰلِكَ وَلَا أَكْبَرُ إِلَّا فِي كِتَابٍ مُبِينٍ
আৰু কাফিৰসকলে কয়, ‘আমাৰ ওচৰলৈ কিয়ামত নাহিব’। কোৱা, ‘অৱশ্যে আহিব, শপত মোৰ প্ৰতিপালকৰ! নিশ্চয় তোমালোকৰ ওচৰত সেয়া আহিব’। তেওঁ গায়েব সম্পৰ্কে সম্যক পৰিজ্ঞাত; আকাশসমূহ আৰু পৃথিৱীত অণু পৰিমাণ কোনো বস্তু অথবা তাতোকৈ সৰু বা ডাঙৰ একোৱেই তেওঁৰ অগোচৰ নহয়; প্ৰতিটো বস্তুৱেই সুস্পষ্ট কিতাবত লিপিবদ্ধ আছে।
(Pl find the verse note of 34:3-link
.__________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[64:1] Whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and whatever (Wamaa) is on earth (Fiil' Ar'di)
gives glory (Yusabbihu) to GOD (Lillahi). To HIM belongs (Lahu) the dominion (El'Mul'ku), and (Wa) to
HIM belongs (Lahu) the praise (1:2) (El'Ham'du). For (Wa) HE (Huwa) is capable of (Qadiir Ålaa) all (Kulli)
things (Shai'in).
[64:2] HE (Huwa) is the One who (Ellazii) created you (Khalaqa-kum’), then (Fa) among you (Minkum) is a
disbeliever (Kaafirun), and (Wa) among you (Minkum) is a believer (Mu'minun). And (Wa) GOD (Ellahu) is
cognizant (Basiir) of what (Bimaa) you do (Ta'maluun).
[64:3] HE (God) created (Khalaqa) the heavens (Es'Samaawaati) and the earth (Wal' Ar'do) in truth (Bil' Haqqi)
and (Wa) formed you (p) (Sowwara-kum’) and then (Fa) perfected (40:64) (Ah'sana) your forms (Suwara-kum').
And (Wa) to HIM (ilai'hi) is the destiny (El'Masiir).
[64:4] HE knows (Ya'lamu) whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and the earth (Wal' Ar'di)
and knows (Ya’lamu) what (Maa) you confide (Tusirruuna) and what (Wamaa) you declare (Tu'linuuna);
and (Wa) GOD (Ellahu) is aware of (Åliimu Bi) the essence (Zaati) of the bosoms (Es'Suduur).
[64:5] Has (A-) the news (Nabau') of those who (Ellaziina) disbelieved (Kafaru') before (Min Qab'lu) not (-
lam') reached you (p) (Ya'ti-kum)? Consequently (Fa) they tasted (Zaaqu') the evil consequences (Wabaala)
of their affair (Am'ri-him’); and (Wa) they will have (Lahum) a painful (Aliim) punishment (Åzaabun).
[64:6] That (Zaalika) is because (Bi'annahu) their messengers (Rusulu-hum) brought them (Ya'tii-him Bi)
proofs (El'Bayyinaati), but (Fa) they said (Qaaluu'), "Shall (A-) a human (-basharun) guide us (Yah'duuna-
naa)?" So (Fa) they disbelieved (Kafaru') and (Wa) turned away (Tawallaw') and relinquished GOD
(Es'tag'naa-llahu); but (Wa) GOD (Ellahu) is Rich (Ganiyyun) and Praiseworthy (Hamiid).
[64:7] Those who (Ellaziina) have disbelieved (Kafaruu') claim (Zaåma) that (An) they will never (Lan) be
resurrected (Yub'åthu'). Say (Qul'): "In fact (Balaa), by (Wa) my LORD (Rabbii) you will be (La) resurrected
(Tub'åthunna), then (Thumma) you will be (La) informed (Tunabbaunna) of what (Bimaa) you have done
(Åmil'tum); and (Wa) that (Zaalika) is easy (Yasiir) for GOD (Ålaallahi).”
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 03.05.2023-Naz-villa✔️
🔴Work Progress ~ 90.32%
🟡Approx. Pages~ 3,848 nos.
⚫Parts ~ 573-574 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment