🔥Part-572(63:06-11)Munaafeqoon(The Hypocrites)
✔️Part-572(63:06-11)Munaafeqoon(The Hypocrites)
✔️Video- https://youtu.be/giOtzkMtBVA
.___________________________________________
✔️Video Template- আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰো(لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ) : https://bit.ly/3NsOnku
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ https://bit.ly/42OQRis
💥ভিডিঅ': মুক্তাবুলহুছেইন, লিখনি:চৈয়দৰফ
.___________________________________________
মিনি সূচিঃPart-572(63:06-11)Munaafeqoon
৬৩:৬(Muhammed(a.s) Did Not Have Power of Intercession-see link)
৬৩:১০-১১(মৃত্যু অহাৰ আগতে তাৰ পৰা ব্যয় কৰা -টোকা চাব)
.___________________________________________
🔥৬৩:৬(Muhammed Did Not Have Power of Intercession)
سَوَاءٌ عَلَيْهِمْ أَسْتَغْفَرْتَ لَهُمْ أَمْ لَمْ تَسْتَغْفِرْ لَهُمْ لَنْ يَغْفِرَ اللَّهُ لَهُمْ ۚ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الْفَاسِقِينَ
তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা, উভয়ে সিহঁতৰ বাবে সমান। আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। নিশ্চয় আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
.
✍️Note:Muhammed Did Not Have Power of Intercession: https://bit.ly/3LkB6YK
.___________________________________________
🔥৬৩:৭
هُمُ الَّذِينَ يَقُولُونَ لَا تُنْفِقُوا عَلَىٰ مَنْ عِنْدَ رَسُولِ اللَّهِ حَتَّىٰ يَنْفَضُّوا ۗ وَلِلَّهِ خَزَائِنُ السَّمَاوَاتِ وَالْأَرْضِ وَلَٰكِنَّ الْمُنَافِقِينَ لَا يَفْقَهُونَ
সিহঁতে কয়, ‘তোমালোকে আল্লাহৰ ৰাছুলৰ সহচৰসকলৰ বাবে ব্যয় নকৰিবা, যাতে সিহঁত আঁতৰি যায়’। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰ* আল্লাহৰেই, কিন্তু মুনাফিক্বসকলে নুবুজে।
.
✍️BB-ref:(17:100)*
১৭:১০০
قُلْ لَوْ أَنْتُمْ تَمْلِكُونَ خَزَائِنَ رَحْمَةِ رَبِّي إِذًا لَأَمْسَكْتُمْ خَشْيَةَ الْإِنْفَاقِ ۚ وَكَانَ الْإِنْسَانُ قَتُورًا
কোৱা, ‘যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ’লাহেঁতেন, তথাপিও সেয়া ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে সেয়া ধৰি ৰাখিলাহেঁতেন; অৱশ্যে মানুহ বৰ কৃপণ’।
.
✍️Note-sa:
Ansar, the helping hosts, Muslim residents of Madinah, were supporting the needy Mahaajireenor immigrants from Makkah.
.___________________________________________
🔥৬৩:৮
يَقُولُونَ لَئِنْ رَجَعْنَا إِلَى الْمَدِينَةِ لَيُخْرِجَنَّ الْأَعَزُّ مِنْهَا الْأَذَلَّ ۚ وَلِلَّهِ الْعِزَّةُ وَلِرَسُولِهِ وَلِلْمُؤْمِنِينَ وَلَٰكِنَّ الْمُنَافِقِينَ لَا يَعْلَمُونَ
সিহঁতে কয়, ‘আমি মদীনালৈ উভতি গ’লে নিশ্চয় তাৰ পৰা শক্তিশালীসকলে দুৰ্বলসকলক বহিষ্কাৰ কৰিব’। অথচ শক্তি-সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ*। কিন্তু মুনাফিক্বসকলে সেয়া নাজানে।
.
✍️BB-ref:(38:82)*
৩৮:৮২
قَالَ فَبِعِزَّتِكَ لَأُغْوِيَنَّهُمْ أَجْمَعِينَ
সি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! অৱশ্যে মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম,
.___________________________________________
🔥৬৩:৯
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تُلْهِكُمْ أَمْوَالُكُمْ وَلَا أَوْلَادُكُمْ عَنْ ذِكْرِ اللَّهِ ۚ وَمَنْ يَفْعَلْ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْخَاسِرُونَ
হে ঈমান্দাৰসকল! তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ* পৰা উদাসীন নকৰে; আৰু যিসকলে এনেকুৱা উদাসীন হ’ব সিহঁতেই ক্ষতিগ্ৰস্ত।
.
✍️BB-ref:(57:16)*
৫৭:১৬
۞ أَلَمْ يَأْنِ لِلَّذِينَ آمَنُوا أَنْ تَخْشَعَ قُلُوبُهُمْ لِذِكْرِ اللَّهِ وَمَا نَزَلَ مِنَ الْحَقِّ وَلَا يَكُونُوا كَالَّذِينَ أُوتُوا الْكِتَابَ مِنْ قَبْلُ فَطَالَ عَلَيْهِمُ الْأَمَدُ فَقَسَتْ قُلُوبُهُمْ ۖ وَكَثِيرٌ مِنْهُمْ فَاسِقُونَ
যিসকলে ঈমান আনিছে তেওঁলোকৰ হৃদয় আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ বাবে তেওঁলোকৰ অন্তৰ পমি যোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যাতে সিহঁতৰ দৰে নহয়, যিসকলক ইয়াৰ আগত কিতাব দিয়া হৈছিল-- তাৰ পিছত বহু কাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল; আৰু সিহঁতৰ অধিকাংশই ফাছিক্ব।
.___________________________________________
🔥৬৩:১০
وَأَنْفِقُوا مِنْ مَا رَزَقْنَاكُمْ مِنْ قَبْلِ أَنْ يَأْتِيَ أَحَدَكُمُ الْمَوْتُ فَيَقُولَ رَبِّ لَوْلَا أَخَّرْتَنِي إِلَىٰ أَجَلٍ قَرِيبٍ فَأَصَّدَّقَ وَأَكُنْ مِنَ الصَّالِحِينَ
আৰু মই তোমালোকক যি জীৱিকা দান কৰিছো তোমালোকৰ ওচৰত মৃত্যু অহাৰ আগতে তাৰ পৰা ব্যয় কৰা🏺,(কাৰণ মৃত্যু অহাৰ পিছত সি ক’ব) হে মোৰ প্ৰতিপালক! ‘মোক আৰু কিছু সময়ৰ বাবে অৱকাশ দিলে মই ছাদক্বা কৰিলোহেঁতেন আৰু সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’!
.
✍️ref-as:🏺
২:৩-৪
الَّذِينَ يُؤْمِنُونَ بِالْغَيْبِ وَيُقِيمُونَ الصَّلَاةَ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ
যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, চালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে ।
২:৪
وَالَّذِينَ يُؤْمِنُونَ بِمَا أُنْزِلَ إِلَيْكَ وَمَا أُنْزِلَ مِنْ قَبْلِكَ وَبِالْآخِرَةِ هُمْ يُوقِنُونَ
আৰু যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু যিসকলে আখিৰাতৰ প্ৰতি পূৰ্ণ বিশ্বাসী ।
.
✍️Ap-refs:
১৪:৪৪
وَأَنْذِرِ النَّاسَ يَوْمَ يَأْتِيهِمُ الْعَذَابُ فَيَقُولُ الَّذِينَ ظَلَمُوا رَبَّنَا أَخِّرْنَا إِلَىٰ أَجَلٍ قَرِيبٍ نُجِبْ دَعْوَتَكَ وَنَتَّبِعِ الرُّسُلَ ۗ أَوَلَمْ تَكُونُوا أَقْسَمْتُمْ مِنْ قَبْلُ مَا لَكُمْ مِنْ زَوَالٍ
আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেইদিন সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাছুলসকলৰ অনুসৰণ কৰিম’। (উত্তৰত কোৱা হ’ব) কিয় তোমালোকে জানো ইয়াৰ আগতে শপত কৰি কোৱা নাছিলা যে, তোমালোকৰ কেতিয়াও পতন নহয়?
.
২৩:৯৯-১০০
حَتَّىٰ إِذَا جَاءَ أَحَدَهُمُ الْمَوْتُ قَالَ رَبِّ ارْجِعُونِ
অৱশেষত যেতিয়া সিহঁতৰ কাৰোবাৰ ওচৰত মৃত্যু আহে, তেতিয়া সি কয়, হে মোৰ ৰব! মোক আকৌ ওভোতাই দিয়া,
২৩:১০০
لَعَلِّي أَعْمَلُ صَالِحًا فِيمَا تَرَكْتُ ۚ كَلَّا ۚ إِنَّهَا كَلِمَةٌ هُوَ قَائِلُهَا ۖ وَمِنْ وَرَائِهِمْ بَرْزَخٌ إِلَىٰ يَوْمِ يُبْعَثُونَ
যাতে মই সৎকৰ্ম কৰিব পাৰোঁ যিটো মই আগতে কৰা নাছিলো। নহয়, এইটো কেতিয়াও নহ'ব। সি যি কৈছে নিশ্চয় সেয়া এটা বাক্য মাত্ৰ। পুনৰুত্থানৰ দিৱসলৈকে সিহঁতৰ সন্মুখত থাকিব বাৰযাখ।
.___________________________________________
🔥৬৩:১১
وَلَنْ يُؤَخِّرَ اللَّهُ نَفْسًا إِذَا جَاءَ أَجَلُهَا ۚ وَاللَّهُ خَبِيرٌ بِمَا تَعْمَلُونَ
আৰু যেতিয়া কাৰোবাৰ নিৰ্দিষ্ট সময় উপস্থিত হ’ব, তেতিয়া আল্লাহে তাক কেতিয়াও অৱকাশ নিদিব। তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
.
ছুৰা সমাপ্ত
___________________________________________
WORD BY WORD MEANING BB:
[63:6] It is the same (Sawaaun) for them (Ålai'him) whether you (s)
seek forgiveness (-As'tag'fir'ta) for them
(Lahum) or (Am') you do not (Lam') seek forgiveness (Tas'tag'fir') for them (Lahum), GOD (Ellahu) will never
(Lan) forgive them (Yag'fira La-hum’). Indeed, GOD (Innallaha) does not (Laa) guide (Yah'dii) the immoral
(El'Faasiqiin) people (El'Qaw'ma).(9:80)
[63:7] They (the hypocrites) (Humu) are those who (Ellaziina) say (Yaqiiluuna), "Do not (Laa) spend on (Tunfiqu'
Ålaa) those who (Man') are with (Enda) the messenger of GOD (Rasuuli-llahi) until (Hattaa) they shake off (Yanfaddu')." And (Wa) to GOD belongs (Lillahi) the treasures (17:100) (Khazaa’inu) of the heavens
(Es'Samaawaati) and the earth (Wal' Ar'di), but (Walaakinna) the hypocrites (El'Munaafiqiina) do not (Laa)
comprehend (Yaf'qahuun).
[63:8] They say (Yaquuluuna), "If (La'in) we return (Raja'naa) to (ilaa) Medina (El'Madiinati), the mightier
ones (El'Aåzzu) will (La) expel (Yukh'rijanna) the subdued ones (El'Azalla) from it (Min'haa)." And (Wa) to
GOD belongs (Lillahi) the might (38:82) (El'Ezzatu), as well as (Wa) to (Li) HIS messenger (Rasuuli-hi) and to
the believers (Lil' Mu'miniina), but (Walaakinna) the hypocrites (El'Munaafiqiina) do not (Laa) know (Ya'lamuun).
[63:9] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), let not (Laa) your wealth (Am'waali-kum) nor
(Walaa) your children (Aw'laadu-kum) distract you (Tul'hi-kum) from (Ån) the remembrance of GOD (57:16)
(Zik'ri-llahi). And (Wa) whoever (Man) does (Yaf'ål') that (Zaalika), then (Fa) those (U'laaika) are (Humu) the
losers (El'Khaasiruun).
[63:10] And (Wa) disburse (Anfiqu') from what (Min'mmaa) We have provided you (p) (Razaq'naa-kum)
before (Min Qab'li An) death (El'Maw'tu) comes to (Ya'tiya) one of you (Ahada-kumu), then (Fa) he says
(Yaquula), "LORD (Rabbi), why not (Law' Laa) delay me (Akkhar'ta-nii) to (ilaa) a nearby (Qariibin) term (Ajalin),
then (Fa) I would give alms (Assoddaqa) and (Wa) be (Akun) among (Mina) the righteous (Es'Soalihiin)?"
[63:11] And (Wa) GOD (Ellahu) never (Lan) delays (Yu'k'khira) a soul (Naf'san) when (Izaa) its term (Ajalu-
haa) has come (Jaa'a). And (Wa) GOD (Ellahu) is conversant (Khabiiru) with what (Bimaa) you do (Ta'maluun).
••••••••••||||||||||||||||||||||||||||||||||||||||||||||||||||||••••••••••
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 01.05.2023-Naz-villa✔️
.........Jorhat..........
🔴Work Progress ~
🟡Approx. Pages~ 3,844 nos.
⚫Parts ~ 572 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment