✅Part-537(55:46-78)Ar-Rahmaan(Most gracious)
✔️Part-537(55:46-78)Ar-Rahmaan(Most gracious)
✔️Video- https://youtu.be/upNvAPS-Ry8
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
(👉সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায়-৪১:৩৩)
👉কোৰআন কি?: https://bit.ly/3IvpK2H
👉ৰছুল মানে কি?: https://bit.ly/3KCIsbb
👉 পৃথিৱীৰ বেছিভাগ মুছলিম ভুলনে?
- https://bit.ly/3L0B35S
💥মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিব পাৰে:https://bit.ly/3TsZRWc
💥ভিডিঅ': মুক্তাবুল, লিখনি:চৈয়দৰফ)
.___________________________________________
মিনি সূচিঃPart-537(55:46-78)Ar-Rahmaan
৫৫:৪৬-৭৮(আল্লাহক যেনেকৈ ভয় কৰিব লাগে তেনেকৈ ভয় কৰিলে অৰ্থাৎ উত্তম কামৰ সৈতে তাক্কৱা অবলম্বন কৰিলে ইহকাল আৰু পৰকালত দুখন চিৰ সতেজ "সেউজীয়া" জান্নাত অৰ্থাৎ বহু জান্নাত-৫৫:৬২ পাব)-see v.imp link)
৫৫:৬০(উত্তম কামৰ প্ৰতিদান উত্তম: কোনবোৰ উত্তম কাম?-টোকা চাব)
৫৫:৭২(হূৰসকলৰ(which is both masculine and feminine) বিষয়ে লিংকত চাব)
.___________________________________________
💚৫৫:৪৬
وَلِمَنْ خَافَ مَقَامَ رَبِّهِ جَنَّتَانِ
আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ 🏕️ভয় পোষণ কৰে, তাৰ বাবে আছে দুখন জান্নাত।
.
✍️Note:
আল্লাহক যেনেকৈ ভয় কৰিব লাগে তেনেকৈ ভয় কৰিলে অৰ্থাৎ 🏕️তাক্কৱা অবলম্বন কৰিলে ইহকাল আৰু পৰকালত দুখন জান্নাত পাব।
ref:৩:১৩৩
۞ وَسَارِعُوا إِلَىٰ مَغْفِرَةٍ مِنْ رَبِّكُمْ وَجَنَّةٍ عَرْضُهَا السَّمَاوَاتُ وَالْأَرْضُ أُعِدَّتْ لِلْمُتَّقِينَ
আৰু তোমালোকে দ্ৰুত অগ্ৰসৰ হোৱা নিজ প্ৰতিপালকৰ ক্ষমাৰ পিনে আৰু সেই জান্নাতৰ পিনে যাৰ পৰিধি আকাশসমূহ আৰু পৃথিৱীৰ সমান, যাক প্ৰস্তুত কৰা হৈছে 🏕️মুত্ত্বাক্বীসকলৰ বাবে।
(আল্লাহলৈ ভয় কৰাই তাক্কৱা - লিংক চাব:
তাকৱা কি?কোৰআনৰ পৰা ইয়াৰ উপকাৰ:
.
✍️Verse/Note:
55:46. This will be the end of those who rebel against and violate the Divine Laws.
On the other hand for those who were conscious of the fact that they were
accountable for every action of theirs and that nothing would remain unaccounted
(and thus spent their lives avoiding such pitfalls), there will be two Jannahs. One
will be in this world and the other in the hereafter.pz.
(যারা ঐশ্বরিক আইনের বিরুদ্ধে বিদ্রোহ করে এবং লঙ্ঘন করে তাদের এই পরিণতি হবে।
পক্ষান্তরে যারা সচেতন ছিলেন তাদের জন্য
তাদের প্রতিটি কর্মের জন্য দায়বদ্ধ এবং কোন কিছুই হিসাবহীন থাকবে না
(এবং এইভাবে তাদের জীবন এই ধরনের বিপদ এড়িয়ে কাটিয়েছে), দুটি জান্নাত হবে। এক
ইহকালে এবং পরকালে হবে।
.
✍️Verse/Note-sam:
55:46 But for him who fears the standing1 of his Lord2 are two gardens
1. Arabic: maqām. See note to 2:125.
2. Cf. 79:40.
৭৯:৪০
وَأَمَّا مَنْ خَافَ مَقَامَ رَبِّهِ وَنَهَى النَّفْسَ عَنِ الْهَوَىٰ
আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,
.
✍️Note: Status: (Arabic: maqam). Be aware of your Sustainer's status and respond accordingly by fulfilling
your obligations, because to Him is your final accountability. See verse 2:125.(sig).
.___________________________________________
💚৫৫:৪৭✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.
✍️Verse/ref/Note:
৫৫:১৩
فَبِأَيِّ آلَاءِ✔️ رَبِّكُمَا➡️ تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
Note:এই আয়াত গোটেই ছুৰাটোত ৩১বাৰ আহিছে:➡️كُمَا আৰু ✔️آلَاءِৰ বিশ্লেষণৰ বাবে তলৰ লিংকত চাওঁক: https://bit.ly/3ndQJbV
(✔️এই চিহ্নিৰ তলৰ আটাইকেইটা আয়াতৰ টোকা একেই)
.___________________________________________
💚৫৫:৪৮
ذَوَاتَا أَفْنَانٍ
উভয়েই বহু ফল শাখাবিশিষ্ট।
.
✍️As-ref:
৩২:১৭
فَلَا تَعْلَمُ نَفْسٌ مَا أُخْفِيَ لَهُمْ مِنْ قُرَّةِ أَعْيُنٍ جَزَاءً بِمَا كَانُوا يَعْمَلُونَ
এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে নয়ন জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপ!
.___________________________________________
💚৫৫:৪৯✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৫০
فِيهِمَا عَيْنَانِ تَجْرِيَانِ
উভয় জান্নাতত আছে প্ৰবাহমান দুটা নিজৰা;
.___________________________________________
💚৫৫:৫১✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৫২
فِيهِمَا مِنْ كُلِّ فَاكِهَةٍ زَوْجَانِ
উভয়ৰ মাজত আছে প্ৰত্যেক ফল দুই দুই প্ৰকাৰ।
.___________________________________________
💚৫৫:৫৩✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৫৪
مُتَّكِئِينَ عَلَىٰ فُرُشٍ بَطَائِنُهَا مِنْ إِسْتَبْرَقٍ ۚ وَجَنَى الْجَنَّتَيْنِ دَانٍ
তাত সিহঁতে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈয়াৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।
.
✍️Ap-refs:
৬৯:২৩
قُطُوفُهَا دَانِيَةٌ
যাৰ ফল-মূল নিচেই ওচৰত ওলমি থাকিব।
.
৭৬:১৪
وَدَانِيَةً عَلَيْهِمْ ظِلَالُهَا وَذُلِّلَتْ قُطُوفُهَا تَذْلِيلًا
সিহঁতৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ আৰু ইয়াৰ ফলমূলৰ থোকবোৰ সিহঁতৰ সম্পূৰ্ণ আয়ত্ত্বাধীন কৰা হ’ব।
.___________________________________________
💚৫৫:৫৫✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৫৬
فِيهِنَّ قَاصِرَاتُ الطَّرْفِ لَمْ يَطْمِثْهُنَّ إِنْسٌ قَبْلَهُمْ وَلَا جَانٌّ
তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল*, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।
.
✍️BB-ref:(38:52)*
৩৮:৫২
۞ وَعِنْدَهُمْ قَاصِرَاتُ الطَّرْفِ أَتْرَابٌ
আৰু তেওঁলোকৰ ওচৰত থাকিব আনত নয়না সমবয়সীয়া (গাভৰু ছোৱালীবোৰ)।
(find 38:52-link:
.___________________________________________
💚৫৫:৫৭✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৫৮
كَأَنَّهُنَّ الْيَاقُوتُ وَالْمَرْجَانُ
সিহঁত যেনিবা হীৰা আৰু মুকুতা।
.____________________________________________
💚৫৫:৫৯✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৬০
هَلْ جَزَاءُ الْإِحْسَانِ إِلَّا الْإِحْسَانُ
উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰু কি হ’ব পাৰে?
.
✍️Note:
(A)Good doers(مُحْسِنِينَ) with (B)Do-Don't in Quran (C)Video of A’maal Saaleh(righteous deeds): https://bit.ly/3lGvRK7
.
✍️Ap-ref:
১০:২৬
۞ لِلَّذِينَ أَحْسَنُوا الْحُسْنَىٰ وَزِيَادَةٌ ۖ وَلَا يَرْهَقُ وُجُوهَهُمْ قَتَرٌ وَلَا ذِلَّةٌ ۚ أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ ۖ هُمْ فِيهَا خَالِدُونَ
যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু বেছি। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰস্থায়ী হ’ব।✔️
.
✍️Verse/Note:
55:60. In this life the nature of mutual help and assistance will ensure that no one would
have any inadequacy or lose balance. Other people would compensate for any
shortcoming and help restore the balance. The balance and beauty in one’s personality
and society will thus be maintained. No one will ask for any reward for this effort as the
one who successfully restores the balance of others is himself rewarded for his efforts
(10:26; 16:30; 76:9).pz.
.___________________________________________
💚৫৫:৬১✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৬২
وَمِنْ دُونِهِمَا جَنَّتَانِ
আৰু সেই দুখন* জান্নাতৰ বাহিৰেও আছে আৰু দুখন জান্নাত।
.
✍️(পূৰ্বে উল্লেখ কৰা "দুখন"ৰ সৈতে-৫৫:৪৬ "আন দুখন বাগিচা"ৰ অৰ্থ হৈছে স্বৰ্গৰ ধাৰণাটোৰ সৈতে জড়িত অসীমৰ ধাৰণাটো তেনেকৈয়ে প্ৰকাশ কৰা: বাগিচাৰ সিপাৰৰ বাগিচাৰ সিপাৰৰ বাগিচাবোৰ অন্তহীন দৃশ্যত, বৰ্ণনাত সামান্য ভিন্নতা, কিন্তু সকলোবোৰেই প্ৰতীক পৰম আনন্দৰ-as)
.
✍️BB-ref:(both-55:46)*
.
✍️Verse/Note:
55:62. All this will be for those who have been the pioneers in setting up the Divine
System. Their status and position will certainly be higher (56:10; 57:10). The
heavenly life will also be for those who join this struggle at a later stage.pz.
.___________________________________________
💚৫৫:৬৩✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৬৪
مُدْهَامَّتَانِ
জান্নাত দুখন হৈছে ঘন সেউজীয়া।
.
✍️Verse/Note:
55:64 two [gardens] of the deepest green.
Note:
I.e., It is to be noted that the adjective "green" is often used in the Qur'an to indicate ever-fresh life: e.g., the "green garments" which the inmates of paradise will wear ( 18:31 and 76:21), or the "green meadows" upon which they will recline (cf. verse 55:76).(as).
(মন কৰিবলগীয়া যে কোৰআনত চিৰ সতেজ জীৱন বুজাবলৈ "সেউজীয়া" বিশেষণটো প্ৰায়ে ব্যৱহাৰ কৰা হৈছে: যেনে, জান্নাতৰ বন্দীসকলে পিন্ধিব পৰা "সেউজীয়া কাপোৰ" ( ১৮:৩১ আৰু ৭৬:২১), বা "সেউজীয়া ঘাঁহনি" যাৰ ওপৰত তেওঁলোকে হেলান দিব (৫৫:৭৬ পদৰ সৈতে তুলনা কৰক)
.___________________________________________
💚৫৫:৬৫✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৬৬
فِيهِمَا عَيْنَانِ نَضَّاخَتَانِ
এই দুটা জান্নাতত আছে উচ্ছলিত দুটা নিজৰা।
.
✍️Note:
Personal delight and shared joy 52:25(sa).
৫২:২৫
وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَاءَلُونَ
আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সুধিব,
.___________________________________________
💚৫৫:৬৭✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৬৮
فِيهِمَا فَاكِهَةٌ وَنَخْلٌ وَرُمَّانٌ
তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।
.___________________________________________
💚৫৫:৬৯✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৭০
فِيهِنَّ خَيْرَاتٌ حِسَانٌ
সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।
.
✍️Khair = Good thing = Beneficial = Excellent. Hisaan = Nicely balanced = Beautifully symmetrical = Symmetrically beautiful(sa).
.___________________________________________
💚৫৫:৭১✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৭২
حُورٌ مَقْصُورَاتٌ فِي الْخِيَامِ
চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।
.
✍️See 44:54.(edip).
৪৪:৫৪
كَذَٰلِكَ وَزَوَّجْنَاهُمْ بِحُورٍ عِينٍ
এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকৰ বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ🌹 লগত,
(🌹 find 44:54 হূৰসকল:See in the link:
.
✍️Note-as:Hur:
For this rendering of the plural noun hur (which is both masculine and feminine), see 56:22, the earliest occurrence of this term in the Qur'an; also on 56:34)
.
✍️BB-refs:(52:20 / 44:54)
.___________________________________________
💚৫৫:৭৩✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৭৪
لَمْ يَطْمِثْهُنَّ إِنْسٌ قَبْلَهُمْ وَلَا جَانٌّ
যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।
.
✍️Verse/Note:sa:
55:74 Companions never touched by human vices or evil prompting. [55:15, 55:56]
.___________________________________________
💚৫৫:৭৫✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৭৬
مُتَّكِئِينَ عَلَىٰ رَفْرَفٍ خُضْرٍ وَعَبْقَرِيٍّ حِسَانٍ
সিহঁতে আউজি বহিব সেইউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।
.___________________________________________
💚৫৫:৭৭✔️
فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ
এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?
.___________________________________________
💚৫৫:৭৮
تَبَارَكَ اسْمُ رَبِّكَ ذِي الْجَلَالِ وَالْإِكْرَامِ
বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।(55:1-2)pz.
.
...ছুৰা সমাপ্ত...
.___________________________________________
WORD BY WORD MEANING BB:
[55:46] And (Wa) for whoever (Liman') feared (Khaafa) the position (Maqaama) of his LORD (Rabbi-hi) are two gardens (Jannataani),
[55:47] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
16
[55:48] both containing (Zawaataa) branches (Af'naan),
[55:49] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
17
[55:50] in both (Fiihimaa) are two springs (Åi'naani), flowing (Taj'riyaan).
[55:51] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny
(Tukazzibaan)?
18
[55:52] in both (Fiihimaa) are two kinds (Zaw'jaani) of (Min) every (Kulli) fruit (Faakihatin).
[55:53] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny
(Tukazzibaan)?
19
[55:54] They will be resting (Muttaki'iina) on (Ålaa) beds (Furushi) whose linings (Batoa’inu-haa) are of
(Min') brocade (Is'tab'raqin), while (Wa) the fruit (Janaa) of the two gardens (El'Jannatai'ni) is near (Daan).
[55:55] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny
(Tukazzibaan)?
20
[55:56] in them (Fiihinna) is a party (Ettor'fi) of young women (38:52) (Qaasiraatu) whom (-hunna) no (Lam')
human (Insun) nor (Walaa) jinn (Jaanu) has touched (Yat'mith'-) before them (the achievers)
(Qabla-hum’).
[55:57] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny
(Tukazzibaan)?
21
[55:58] as if they (f)
(Ka'anna-hunna) were rubies (El'Yaaquutu) and corals (Wal' Mar'jaan).
[55:59] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
22
[55:60] Is there (Hal') a reward (Jazaau) for good deeds (El' Ih'saani) if not (illa)goodness (El' Ih'saan)?
[55:61] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
23
[55:62] And (Wa) beneath them both (55:46) (Min Duuni-himaa) are two gardens (Jannataani),
[55:63] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
24
[55:64] dark-green on both sides (Mud'haammataani),
[55:65] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
25
[55:66] In both (Fiihimaa) are two springs (Åi'naani), spouting (Naddoakhataani).
[55:67] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
26
[55:68] In both (Fiihimaa) are fruits (Faakihatun) as well as (Wa) date palm (Nakh'lun) and (Wa)
pomegranate (Rummaan).
[55:69] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
27
[55:70] In them (Fiihinna) are good (f) (Khai'raatun) and beautiful (Hisaan)
[55:71] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
28
[55:72] houri (Huurun) young women (Maq'suuraatun) in (Fii) tents (El'Khiyaam),
(52:20 / 44:54)
[55:73] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
29
[55:74] whom (-hunna) no (Lam') human (Insun) nor (Walaa) jinn (Jaann) has touched (Yat'mith’-) before
them (the achievers)
(Qab'lahum').
[55:75] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny (Tukazzibaan)?
30
[55:76] They will be resting (Muttaki'iina) on (Ålaa) green (Khud'rin) cushions (Raf'rafin) and (Wa)
beautiful (Hisaan) wonderlands (Åb'qariyyin).
[55:77] So (Fa) in (Bi) which (Ayyi) favours (Aalaai) of your LORD (Rabbi-kumaa) would you both deny
(Tukazzibaan)?
31
[55:78] Blessed (Tabaaraka) is the name (55:1) (Es'mu) of your LORD (s) (Rabbi-ka), Possessor (Zii) of
SPLENDOUR (El' Jalaali) and HONOUR (Wal' Ik'raam).
(SRV - 55:13, 55:16, 55:18, 55:21, 55:23, 55:25, 55:28, 55:30, 55:32, 55:34, 55:36, 55:38, 55:40, 55:42, 55:45, 55:47, 55:49, 55:51, 55:53, 55:55, 55:57, 55:59, 55:61,
55:63, 55:65, 55:67, 55:69, 55:71, 55:73, 55:75, 55:77)
.
...Chapter End...
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 27.03.2023-Naz-villa✔️
🔴Work Progress ~ 86.57%
🟡Approx. Pages~ 3688 nos.
⚫Parts ~ 537 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE..
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment