🌀🎹৫৩
🎹522-মিনি সূচিঃPart-522(53:01-10)Al-Najm
৫৩:১-৪✅{Misinterpretation 53:4(2-4)-see link)(Note on revelation & inspiration-53:4)
৫৩:৫-৮(নবী মহম্মদে-আ:ছা: দুবাৰ ফিৰিস্তাজনক ওচৰৰ পৰা দেখিছিল আৰু ✔️সকলো যোগাযোগ মানসিকভাৱে কৰা হৈছিল, -টোকা চাব)
৫৩:৯-১০(দুয়োজন দুখন ধেনুৰ দুৰত্ব ৰ’ল মানে নিচেই ওচৰত-টেম্পপ্লেত চাব)
.
🎹523-মিনি সূচিঃPart-523(53:11-23)Al-Najm
৫৩:১২-১৮✅(Miraj from Viraz-See imp link)
(ইছৰা আৰু মিৰাজ: ইছৰা ঘটিছিল-১৭:১, ৫৩:১-১৮, কিন্তু ইয়াৰ লগত জড়িত সাধুকথাবোৰ কোৰআনৰ পোহৰত তন্ন তন্নকৈ পৰীক্ষা কৰিলে কোনো যুক্তিযুক্ততা নাথাকে।)(এই চিহ্নিত 🌹১৭:১ৰ টোকা চাব)
৫৩:১৯(মক্কাৰ মূৰ্তিবোৰ আছিল মিছা বৈশিষ্ট্যৰ)
(Meccan mushriks (polytheists) were praying in the Sacred Masjid, practicing pilgrimage, and were also fasting (8:35; 9:19; 2:199)
.
🎹524-মিনি সূচিঃPart-524(53:24-28)Al-Najm
৫৩:২৫-২৬✅(ছুপাৰিছঃ শেষ বিচাৰৰ দিনা আল্লাহৰ বাহিৰে আন কোনো ছুপাৰিছকাৰী নেথাকিব। কোৰআনত উল্লেখ কৰা মহম্মদৰ একমাত্ৰ ছুপাৰিছকাৰীৰ ভিতৰত তেওঁৰ লোকসকলে কোৰআন পৰিত্যাগ কৰি তেওঁক মূৰ্তি হিচাপে লোৱাৰ অভিযোগ থাকিব-২৫:৩০;৭২:২১-
তলত লিংকত চাব)✔️
৫৩:২৭(আখিৰাতক বিশ্বাস নকৰা সকলে, ফিৰিস্তাসকলক নাৰীবাচক বুলি ভাবে। তেওঁলোকে তথাকথিত হাদীছৰ প্ৰভাৱত ফেৰেস্তাক ডেউকাত উঠি ইফালে সিফালে উৰি থকা ধুনীয়া দৈহিক সত্তা বুলি ভাবে। তদুপৰি তেওঁলোকে কল্পনা কৰে যে এই সত্তাবোৰে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰে। এইবোৰ মিছা কথা।ফিৰিস্তা অৱতীৰ্ণ হলে, তেন্তে বিষয়টোৰ চূড়ান্ত ফয়চালাই হৈ গ'ল হেঁতেন।)
৫৩:২৮(সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে-লিংক চাব)
.
🎹525-মিনি সূচিঃPart-525(53:29-32)Al-Najm
৫৩:২৯-৩০(সমাজত প্ৰচলিত ভুৱা প্ৰতিচ্ছবিবোৰ অন্ধভাৱে অনুসৰণ কৰাটো পছন্দ কৰা মানে আল্লাহৰ প্ৰকাশক আওকাণ কৰা। গতিকে সমাজৰ জ্ঞানতেই তেওঁলোক সীমাবদ্ধ)
৫৩:৩১(ref: যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) পাব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল সেই অনুপাতেই প্ৰতিদান দিয়া হ’ব। সৎকৰ্মৰ লগত ঈমানৰ কথা আগতে আহিব🌹টোকা চাব)
৫৩:৩২: {১)ডাঙৰ -পাপ,২)সৰু-পাপ,৩)অশ্লীল কাৰ্যকলাপ,৪)জাকা আৰু জাকাত, ৫)তাক্কৱা আৰু মুত্তাক্কুনৰ কোৰআনিক সূত্ৰ -লিংক চাব}
১)-ithm/ডাঙৰ পাপ, ২)-lamam/সৰু পাপ
৩)-fāḥishat, faḥshā’/অশ্লীল/যৌন কাৰ্যকলাপ
৪)-Purity/zakkā and Purification/Zakaat
৫)-Taqwa/Muttaqun
.
🎹526-মিনি সূচিঃPart-526(53:33-42)Al-Najm
৫৩:৩৬-৩৭✅(কোৰআনত নিৰ্ধাৰণ কৰা মানদণ্ড একেই যিটো বিভিন্ন নবীৰ জৰিয়তে মানৱ জাতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল, অৰ্থাৎ আগৰ কিতাপৰ(ahle kitab) ৱহীবোৰ কোৰআনত আহি গৈছে-Pl see the imp note/link on Ahle Kitab)
৫৩:৩৮(কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব। টোকা/লিংক চাব)
৫৩:৩৯-৪২(মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে।) আনহাতে মানুহে যি বিচাৰে সেইটোৱে সি পায় নে?-৫৩:২৪)-See refs. at 40)
.
🎹527-মিনি সূচিঃPart-527(53:43-62)Al-Najm
৫৩:৩৮-৫০(মানুহ যিমানেই বুদ্ধিমান নহওক কিয় যিমানেই স্মাৰ্টভাৱে নচলক কিয়, যদি আল্লাহৰ ব্যৱস্থাক প্ৰতিষ্ঠা কৰিবলৈ অস্বীকাৰ কৰে। তেন্তে পতন হোৱাটো নিশ্চিত। কাৰণ আল্লাহে কেতিয়াও নিজৰ নিয়ম সলনি নকৰে।)
(Read i-xii(53:38-50):https://bit.ly/3ZS4wDq)
(see at fb: https://bit.ly/3JLQTjs)
৫৩:৫৬-৫৭(সতৰ্কবাণী" - ইয়াৰ অৰ্থ হ'ল যে মহম্মদক প্ৰদান কৰা প্ৰকাশৰ লক্ষ্য "নতুন" ধৰ্ম প্ৰতিষ্ঠা কৰা নহয় বৰঞ্চ, ইয়াৰ বিপৰীতে, অৰ্পণ কৰা মৌলিক বাৰ্তাক অব্যাহত ৰখা আৰু নিশ্চিত কৰে পূৰ্বৰ এই বিশেষ দৃষ্টান্তত শেষ ঘণ্টাৰ আগমনৰ নিশ্চয়তা আৰু আল্লাহৰ চূড়ান্ত বিচাৰৰ ইংগিত দিয়া। অৰ্থাৎ কোৱা হৈছে: তোমাক কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক। কাৰণ: কিয়ামত নিকটৱৰ্তী।)
৫৩:৫৯(Note on Hadith(حَدِيثِ)
৫৩:৬২(আল্লাহৰ ওচৰত সফল হ'বলৈ মুমিন হ'ব লাগিব। মুমিন হ'বলৈ ৰুকু, ছাজদাহেৰে নিজক আত্মসমৰ্পণ কৰিব লাগিব। কেৱল উঠা বহাই সমৰ্পণ নহয়। ইয়াৰ বাবে লাগিব সৎকৰ্মৰ সৈতে আল্লাহৰ ইবাদত। ইবাদত কি? লিংক চাওঁক)
🎹🎹🎹The end chapter 🎹🎹🎹🎹
Comments
Post a Comment