🌀🌔৫৪
🌔528-529-মিনি সূচিঃPart-528-529(54:01-04)(54:05-15)
Al-Qamar (The Moon)
৫৪:১(কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হোৱাৰ নিদৰ্শন: MOON SPLIT and APOLLO 11)
৫৪:২-৩ টোকা ("আল্লাহৰ-আয়াত")
৫৪:৪-৫(আগতে ঘটি যোৱা সতৰ্কবাণীৰ পৰা যদি মানুহে শিক্ষা ললেহেঁতেন তেতিয়া বিপদত নপৰিলেহেঁতেন)
৫৪:৯-১৫(NOAH: A LESSON FROM HISTORY:
নূহৰ-আ:ছা: নৌযানত আৰোহণ নিদৰ্শনৰূপে আল্লাহে ৰাখি থৈছে যাতে মানুহে উপদেশ গ্ৰহণ কৰিব পাৰে। এই নৌযানত(ডাঙৰ জাহাজ) আজিও মানুহে আৰোহণ কৰি থাকে।)
.
🌔530-মিনি সূচিঃPart-530(54:16-32)Al-Qamar
৫৪:১৭{(২২,৩২,৪০)আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো। মখৰজৰ সৈতে আৰবী ভাষা বুজিলেই কোৰআন বুজিবনে?নুবুজিবও পাৰে-টোকা চাব)
৫৪:১৮(আদ: প্ৰত্যাখ্যানকাৰীসকলৰ বাবে পৰিণতি)
৫৪:২৩(COMMUNITY OF THAMOUD TESTED-Thamud and Lot’s People-54:23-40)
.
🌔531-মিনি সূচিঃPart-531(54:33-55)Al-Qamar
৫৪:৩৩(LOT SAVED FROM CORRUPT PEOPLE)
৫৪:৪১(FIRAWN WARNED BEFORE RETRIBUTION)
৫৪:৪৮(এটা স্পষ্ট ঘোষণাপত্ৰৰ চিন প্ৰত্যাখ্যান কৰাৰ যন্ত্ৰণা-টোকাৰ গুৰুত্বপূৰ্ণ লিংক চাব)
৫৪:৪৯(আল্লাহে সকলো বস্তুৰ বাবে আইন নিৰ্ধাৰণ কৰে যিদৰে হ’ব লাগে।)
৫৪:৫০(আল্লাহৰ আদেশ কেৱল এটা কথা, চকুৰ পলকৰ দৰে-টোকা চাব)
৫৪:৫২(আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’* (লিপিবদ্ধ) আছে,)
৫৪:৫৫(ছুৰাৰ সাৰাংশ: কোৰআনত উল্লেখ কৰা ইতিহাসৰ পৰা শিক্ষা নলয় কিয়? ভালক নাকচ কৰাৰ পৰিণতি
পৰামৰ্শবোৰ কঠোৰ। ইতিহাসৰ মানুহে বাৰে বাৰে ভুল কৰি আহিছে। কোৰআনে উত্তম পথ প্ৰদৰ্শন কৰে।
- ✅শেষ বিচাৰৰ দিনা উত্তম ফলাফলৰ বাবে এটাই সূত্ৰঃ ১-যিকোনো তাগুত(শ্বিৰ্ক) বৰ্জন কৰা, ২-তওবাহ কৰা(পুনৰাবৃত্তি নহব), ৩-ঈমান অনা আৰু ৪-কোৰআনৰ মতে সৎকৰ্ম কৰা।।)
🌔🌔🌔🌔🌔The end chapter 🌔🌔🌔🌔🌔
Comments
Post a Comment