🌀🌗৪৬-মিনি সূচিঃছুৰা আল-আহক্কাফ(০১-৩৫)
🌗👉481-মিনি সূচিঃPart-481(46:01-05)Al-Ahqãf
(VIDEO PRE-LECTURE,CHAPTER PRE-PAGE)
৪৬:৩(আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তু আল্লাহে যথাযথভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছে,কিন্তু সিহঁতৰ সৰহভাগেই নাজানে)
৪৬:৪-৫(Calling on others besides God/আল্লাহৰ বাহিৰে আনক আহ্বান কৰা:link)
.
🌗482-মিনি সূচিঃPart-482(46:06-10)Al-Ahqãf
৪৬:৬(মূৰ্তিবোৰে নিজৰ উপাসকক অস্বীকাৰ কৰিব)
(🕋extra-Now the Hajj(Rock worshipping.
In Macca nothing is Original.See the Video:
৪৬:৮(refs-৬৯:৪৪-৪৭(তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন)
৪৬:৯(নবী মহম্মদক(আ:ছা:) আনসকল নবীৰ ওপৰত বিশেষ মৰ্য্যদা দিবলৈ কোনে কৈছে?-See special Note at link)
.
🌗483-মিনি সূচিঃPart-483(46:11-15)Al-Ahqãf
৪৬:১৩-১৪("যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব"-ইয়াতো তাতো। যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, অৰ্থাৎ কোৰআনৰ আদেশ নিষেধ প্ৰতিষ্ঠা কৰিব লাগিব মানে আখৰে আখৰে পালন কৰিব লাগিব। যিদৰে ইয়াত ইছতাক্বামৰ-ق و م(اسْتَقَامُو) ৰূট ব্যৱহাৰ হৈছে ছালাতৰ ক্ষেত্ৰতো একেই ৰূট ব্যৱহাৰ হৈছে একেই অৰ্থত।)
৪৬:১৫(HONOUR YOUR PARENTS-
সন্তানক স্তনপান এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তিপ্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ ৰব! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰো-See Notes)
.
🌗484-মিনি সূচিঃPart-484(46:16-20)Al-Ahqãf
৪৬:১৬(উৎকৃষ্ট আমলসমূহ মানে ঈমান অনা আৰু সৎকৰ্ম কৰা-👾ত লিংক চাব)৪৬:১৮(জিন-Jinn-See link)
৪৬:২০(ইয়াত কুফৰী কৰিছে মানে মূৰ্তি পূজকক বুজোৱা নাই, বুজাইছে যি কোৰআনৰ উপদেশ/সতৰ্কবাণী নেমানে-See sp note)(যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে তেওঁলোকেই ফাছিক-টোকা)
.
🌗485-মিনি সূচিঃPart-485(46:21-26)Al-Ahqãf
৪৬:২৩(Prophet Muhammad(a.s)duty and mission is to convey to people the message he have been entrusted with)
৪৬:২৫(ref-ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।
আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা,)
.
🌗486-মিনি সূচিঃPart-486(46:27-35)Al-Ahqãf
৪৬:২৯-৩০(Believers Among the Jinns-Note)(Quran had been revealing since Adam-see note at 30).
৪৬:৩৫(concept of "time")(হঠাৎ আল্লাহে যালিম সম্প্ৰদায়ক ধ্বংস নকৰে কিয়-৬:৪৭?-see link)
(৪৬:৩৫-আল্লাহেঃ নবীসকলৰ পৰা অঙ্গীকাৰ গ্ৰহণ/দ্বীন বিধিবদ্ধ কৰিছে/কাফিৰসকলক আৰু ধনী অধিকাৰীসকলক কিছু সময় অৱকাশ দিয়া হৈছে- সেইদিনা সিহঁতৰ এইটো ধাৰণা হ'ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অৱস্থান কৰা নাছিল।)
.
🌗🌗🌗🌗 Chapter end 🌗🌗🌗🌗
Comments
Post a Comment