🌲Part-439(40:57-64)Ghãfer(Forgiver)
✔️Part-439(40:57-64)Ghãfer(Forgiver)
✔️Video- https://youtu.be/HLoK1ijFytU
.___________________________________________
🟣 Special Message:
নিশ্চয় যিসকলে অহংকাৰ কৰি আল্লাহৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব-৪০:৬৯ৰ টোকাবোৰ চাব।
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
মিনি সূচিঃPart-439(40:57-64)Ghãfer
৪০:৫৭(Awesome Construction of the Universe-see Note)
৪০:৫৮(অন্ধ আৰু দৃষ্টিসম্পন্ন, সৎকৰ্ম আৰু অসৎকৰ্ম কৰা ব্যক্তি কেতিয়াও সমান নহয়, তেওঁলোকে অতি সামান্যইহে উপদেশ গ্ৰহণ কৰে -See note-সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?)
৪০:৫৯(নিশ্চয় কিয়ামত আহিবই। যদি বিশ্বাস কৰে সতৰ্ক নহয় কিয়?-টোকা চাব)
৪০:৬০(Supplication: A Form of Worship/Ibadat-Whenever you need guidance, turn to Quran and you will find the answer- see note)
৪০:৬৪(আল্লাহে মানুহৰ আকৃতিক সুন্দৰ ৰূপদি তাৰ সুৰক্ষাৰো ব্যৱস্থা কৰিছে-লিংক চাব)
.___________________________________________
👔৪০:৫৭(Awesome Construction of the Universe)
لَخَلْقُ السَّمَاوَاتِ وَالْأَرْضِ أَكْبَرُ مِنْ خَلْقِ النَّاسِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ
অৱশ্যে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহে সেয়া নাজানে।
.
✍️Note:
I.e., of the universe as a whole. By stressing the fact that man is only a small, insignificant part of the universe, the Qur'an points out the absurdity of the man-centred world-view alluded to in the preceding verse.(as).(Google translate no guarantee:অৰ্থাৎ সামগ্ৰিকভাৱে বিশ্বব্ৰহ্মাণ্ডৰ। মানুহ যে বিশ্বব্ৰহ্মাণ্ডৰ এটা সৰু, তুচ্ছ অংশহে সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোৰআনে পূৰ্বৰ আয়াতত উল্লেখ কৰা মানুহকেন্দ্ৰিক বিশ্বদৃষ্টিভংগীৰ অৰ্থহীনতাক আঙুলিয়াই দিছে।)
.
✍️Verse/note:
40:57. (These people believe that the outer universe is run by the Divine Laws and that
there is no sovereign over human beings. Accordingly they feel that they are free to do anything they like and that no one would question him. This notion is incorrect.) The fact is that creation of the universe is indeed a far greater phenomenon than the creation of man. (How could human beings remain outside the grip of His Law, when the whole universe
follows the Divine Laws?) Nevertheless most people do not understand this reality (29:61).pz.
.
The entire Universe submits to Divine laws, and so should mankind. 29:61(sa).
সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডই ঐশ্বৰিক নিয়মৰ বশৱৰ্তী হয়, আৰু মানৱ জাতিয়েও বশৱৰ্তী হ’ব লাগে। ২৯:৬১
(২৯:৬১
وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ لَيَقُولُنَّ اللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভোতাই নিয়া হৈছে!
(Pl find the verse/notes 29:61 in link:
⬇️
Those who profess to believe in the One God can actually be mushrik. See verse: 12:106.(sig).
(১২:১০৬
وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।)
.
✍️Ap-ref:
৪৬:৩৩
أَوَلَمْ يَرَوْا أَنَّ اللَّهَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَلَمْ يَعْيَ بِخَلْقِهِنَّ بِقَادِرٍ عَلَىٰ أَنْ يُحْيِيَ الْمَوْتَىٰ ۚ بَلَىٰ إِنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
.___________________________________________
👔৪০:৫৮
وَمَا يَسْتَوِي الْأَعْمَىٰ وَالْبَصِيرُ وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَلَا الْمُسِيءُ ۚ قَلِيلًا مَا تَتَذَكَّرُونَ
অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়, এইদৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম🫖 কৰিছে তেওঁলোকে আৰু যিসকলে অসৎকৰ্ম কৰিছে সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যইহে উপদেশ গ্ৰহণ কৰা।
(🫖Press the link:
ref16:30:সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?
.
✍️Verse/note:
40:58. (All affairs of mankind are judged according to the Divine Law.) A blind man
cannot be equated with the one who can see. Under the same law, how can a man who
believes in the permanent values of life and accordingly works to improve himself and the
society, be equated to those who create chaos and disorder. How strange it is that you do not reflect on such a simple matter!pz.
.___________________________________________
👔৪০:৫৯
إِنَّ السَّاعَةَ لَآتِيَةٌ لَا رَيْبَ فِيهَا وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يُؤْمِنُونَ
নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই; কিন্তু অধিকাংশ লোকে সেয়া বিশ্বাস নকৰে।
(Pl see 40:56 verse and notes)
.
✍️Verse/note:
40:59 Surely, the Hour is coming; of this there is no doubt. Yet most people do not believe.
Note:
That the Revolution will come on this earth and finally, in the Cosmos. 9:33(sa).
(৯:৩৩
هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَىٰ وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ وَلَوْ كَرِهَ الْمُشْرِكُونَ
তেৱেঁই সেই সত্ত্বা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰে, যদিও মুশ্বৰিকসকলে সেয়া অপছন্দ কৰে।
(Please press the link for 9:33 note:
.___________________________________________
👔৪০:৬০(Supplication: A Form of Worship/Ibadat)
وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ ۚ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ
আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম*। নিশ্চয় যিসকলে অহংকাৰ🩸 কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।
.
✍️Note-raf:
অহংকাৰী🩸(https://bit.ly/3j1YaRy) সেইবোৰেই যি কোৰআনৰ বাহিৰৰ শিক্ষাত মইবৰ ভাবত থাকে। সেইবোৰ জাহান্নামি। ✔️বুখাৰিয়ে কয় কি?
Press the link: https://bit.ly/3hqq4pG
.
✍️BB-ref:(25:77)*
২৫:৭৭
قُلْ مَا يَعْبَأُ بِكُمْ رَبِّي لَوْلَا دُعَاؤُكُمْ ۖ فَقَدْ كَذَّبْتُمْ فَسَوْفَ يَكُونُ لِزَامًا
কোৱা, ‘যদি তোমালোকে তেওঁক আহ্বান নকৰিলাহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভ্ৰূক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ’ব শাস্তি’।
.
ref. 2:186(as)*
২:১৮৬
وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ ۖ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ ۖ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ
আৰু মোৰ বান্দাই যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰো, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান আনে, যাতে সিহঁতে সঠিক পথত পৰিচালিত হ’ব পাৰে।
(Pl find the verse note 2:186 in the link:
.___________________________________________
👔৪০:৬১
اللَّهُ الَّذِي جَعَلَ لَكُمُ اللَّيْلَ لِتَسْكُنُوا فِيهِ وَالنَّهَارَ مُبْصِرًا ۚ إِنَّ اللَّهَ لَذُو فَضْلٍ عَلَى النَّاسِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَشْكُرُونَ
আল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক আলোকোজ্জ্বল কৰিছে।* নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে।
.
✍️As-ref*
২৭:৮৬
أَلَمْ يَرَوْا أَنَّا جَعَلْنَا اللَّيْلَ لِيَسْكُنُوا فِيهِ وَالنَّهَارَ مُبْصِرًا ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يُؤْمِنُونَ
সিহঁতে দেখা নাইনে যে, আমিয়েই সিহঁতৰ বাবে ৰাতি সৃষ্টি কৰিছো, যাতে সিহঁতে বিশ্ৰাম লব পাৰে আৰু দিনক কৰিছো দৃশ্যমান? নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
(find 27:86 Verse/Note -link:
.
✍️BB-ref:(7:16-17)
৭:১৬-১৭
قَالَ فَبِمَا أَغْوَيْتَنِي لَأَقْعُدَنَّ لَهُمْ صِرَاطَكَ الْمُسْتَقِيمَ
সি ক’লে, ‘তুমি মোক পথভ্ৰষ্ট কৰাৰ কাৰণে মই অৱশ্যে তোমাৰ সৰল পথত মানুহৰ বাবে ৰৈ থাকিম’।
৭:১৭
ثُمَّ لَآتِيَنَّهُمْ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ وَعَنْ أَيْمَانِهِمْ وَعَنْ شَمَائِلِهِمْ ۖ وَلَا تَجِدُ أَكْثَرَهُمْ شَاكِرِينَ
‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰত আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।
.___________________________________________
👔৪০:৬২
ذَٰلِكُمُ اللَّهُ رَبُّكُمْ خَالِقُ كُلِّ شَيْءٍ لَا إِلَٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُؤْفَكُونَ
তেৱেঁই আল্লাহ, তোমালোকৰ ৰব, সকলো বস্তুৰ স্ৰষ্টা; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে?
.
(29:61-See notes of 40:57 above)
.
✍️Verse/note:
40:62 Such is God, your Sustainer, the Creator of all that exists: there is no deity save Him. How perverted, then, are your minds!
Note.
Sc., "O you who deny this truth!" For my above rendering of tu'fakun, see 5:75.(as).
(৫:৭৫
مَا الْمَسِيحُ ابْنُ مَرْيَمَ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ وَأُمُّهُ صِدِّيقَةٌ ۖ كَانَا يَأْكُلَانِ الطَّعَامَ ۗ انْظُرْ كَيْفَ نُبَيِّنُ لَهُمُ الْآيَاتِ ثُمَّ انْظُرْ أَنَّىٰ يُؤْفَكُونَ
মাৰইয়ামৰ পুত্ৰ মছীহ কেৱল এজন ৰাছুল। তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী। তেওঁলোক দুজনেই খোৱা-বোৱা কৰিছিল। চোৱা, আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰো, তথাপিও চোৱা, সিহঁত কেনেকৈ সত্যবিমুখ হয়।
Pl find verse/notes 5:75-link:
.___________________________________________
👔৪০:৬৩
كَذَٰلِكَ يُؤْفَكُ الَّذِينَ كَانُوا بِآيَاتِ اللَّهِ يَجْحَدُونَ
এইদৰেই ওভোতাই নিয়া হয় সিহঁতক যিসকলে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।
.
✍️Verse/Note:
40:63 [For] thus it is: perverted are the minds of those who knowingly reject God's messages.
Note.
see surah 29:47
২৯:৪৭
وَكَذَٰلِكَ أَنْزَلْنَا إِلَيْكَ الْكِتَابَ ۚ فَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يُؤْمِنُونَ بِهِ ۖ وَمِنْ هَٰؤُلَاءِ مَنْ يُؤْمِنُ بِهِ ۚ وَمَا يَجْحَدُ بِآيَاتِنَا إِلَّا الْكَافِرُونَ
এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছো, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলো তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।
(see verse,note 29:47-link
.___________________________________________
👔৪০:৬৪
اللَّهُ الَّذِي جَعَلَ لَكُمُ الْأَرْضَ قَرَارًا وَالسَّمَاءَ بِنَاءً وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ وَرَزَقَكُمْ مِنَ الطَّيِّبَاتِ ۚ ذَٰلِكُمُ اللَّهُ رَبُّكُمْ ۖ فَتَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ
আল্লাহ, যিজনে তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে ছাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি* দিছে তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ🔺 ৰূপ দিছে লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব। এতেকে সৃষ্টিজগতৰ ৰব আল্লাহ কিমান যে বৰকতময়!
.
✍️BB-ref:(64:3)*
৬৪:৩
خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ ۖ وَإِلَيْهِ الْمَصِيرُ
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি🔺 দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাৱৰ্তন তেওঁৰ ফালেই।
(Press link:🔺
.
✍️Verse/note:
40:64. It is the wonder of His Nizam-e-Rabubiyyat that He (gradually) made the earth
(which at one time was just nebula) suitable for you to live on. He enveloped it with an atmosphere that keeps you safe from falling meteors (21:32). Then He formed your life in
a way that is very balanced and beautiful; and for your development He provided pleasant
means of nourishment. This then is your Allah, Who develops not only you but also the entire universe and all
humanity. He is not the Rabb of one particular group or people or nation, but of all the
worlds. Just think about how much of an embodiment of bounty and bliss He, who has undertaken
the responsibility of providing nourishment universally, is.pz.
.
✍️Note:
God designed the human being perfect, therefore to remove any part of the body as a religious rite, such as circumcision of the male foreskin or the removal of the inner/outer labia or the clitoris
glans in the female, is without foundation. The actual procedure depends on the ethnic group. In
some cultures this is a traditional ritual and in the case of females this genital mutilation (FGM) causes severe health problems. This is performed to desensitise the girl sexually. The male circumcision ritual is borrowed from the Jewish traditions with the exception of the metsitzah b'peh. This is where the mohel (a Jew trained in the practice of brit milah - circumcision) puts the freshly
sliced genitals of the baby into his mouth so that the 'holy soul' may enter the child. It is said in Jewish belief that the 'holy soul' only enters the body during this ritual. It's does not appear that the
Sunni tradition subscribes to this. None of these rites (on males or females) have been decreed by
God, and unless for medical reasons or indeed personal preference, need not be carried out. Any
ritual, no matter how wrong or detrimental, once established over time as 'decreed by God',
becomes difficult, if not impossible, to eradicate. See verses and footnotes 68:37; 82:7; 95:4.(sig).
.___________________________________________
WORD BY WORD MEANING. BB:
[40:57] The (La) creation (Khal'qu) of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di) is greater
(Ak'baru) than (Min') the creation (Khal'qin) of mankind (En'Naasi), but (Walaakinna) most (Ak'thara) of the people (En'Naasi) do not (Laa) know (Ya'lamuun).
[40:58] And (Wa) not (Maa) equal (Yas'tawii) are the blind (El'A'maa) and the seer (Wal' Basiiru), nor (Walaa) are those who (Ellaziina) believe (Aamanu') and (Wa) do (Åmilu') good deeds (Es'Soalihaati) and
(Wa) the sinner (El'Musiiu). Rarely (Qaliilan Maa) do you take heed (Tatazakkaruun).
[40:59] Indeed (Inna), the Hour (Es'Saa'åta) is (La) coming (Atiyatun); no (Laa) doubt (Rai'ba) about it
(Fiihaa), but (Walaakinna) most (Ak'thara) of the people (En'Naasi) do not (Laa) believe (Yu'minuun).
[40:60] And (Wa) your LORD (Rabbu-kumu) said (Qaala), "Invoke ME (Ed'uunii); I will respond to you (25:77)
(As'tajib' Lakum'). Indeed (Inna), those who (Ellaziina) are arrogant (Yas'tak'biruuna) to (Ån') worship ME (Ebaadatii) will enter (Sa Yad'khuluuna) Hell (Jahannama), piling up (Daakhiriin).”
[40:61] GOD (Ellahu) is the One who (Ellazii) made (Jaåla) the night (Ellai'la) for you (Lakumu) that (Li) you may rest (Tas'kunu') therein (Fiihi) and (Wa) the day (En'Nahaara) visible (Mub'siran). Indeed, GOD (Innallaha) possesses (Lazuu) favour (Fad'lin) for (Ålaa) mankind (En'Naasi), but (Walaakinna) most (Ak'thara)
of the people (En'Naasi) are not (Laa) grateful (Tash'kuruun). (7:16-17)
[40:62] That (Zaalikumu) is GOD (Ellahu), your LORD (Rabbu-kum'), Creator (Khaaliqu) of all (Kulli) things (Shai'in); there is no god (Laa ilaaha) except (illa) HIM (Huwa). So (Fa) how (Annaa) are you lying (Tu'fakuun)?
[40:63] Likewise (Kazaalika) did those who (Ellaziina) were (Kaanu') rejecting (Yaj'haduun Bi) the verses of
GOD (Aayaati-llahi) lie (Yu'faku).
[40:64] GOD (Ellahu) is the One who (Ellazii) made (Jaåla) the earth (El'Ar'do) a base (Qaraaran) for you
(Lakumu), and (Wa) the sky (Es'Samaa'a) a structure (Binaa'an), and HE formed you (Sowwara-kum') and (Fa)
perfected (64:3) (Ah'sana) your forms (Suwara-kum') and (Wa) provided you (Razaqa-kum) with (Mina) good
things (Ettoyyibaati). That (Zaalikumu) is GOD (Ellahu), your LORD (Rabbu-kum'); and (Fa) blessed (Tabaaraka) is GOD (Ellahu), LORD (Rabbu) of the worlds (El'Åålamiin).
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 14.12.2022-Naz-villa
🟦Work Progress ~
🟨Approx. Pages~3,252 nos.
⬛Part ~ 439 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~
._______________________________________
Comments
Post a Comment