🌲Part-438(40:49-56)Ghãfer(Forgiver)

✔️Part-438(40:49-56)Ghãfer(Forgiver)
.___________________________________________
🟣 Special Message:
সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ
{arrogance (Kib'run)},কি অহংকাৰ?See-৪০:৫৬
.___________________________________________
মিনি সূচিঃPart-438(40:49-56)Ghãfer 
৪০:৪৯(Too Late)
৪০:৫১(On the Resurrection Day, humans will have a newly awakened consciousness within themselves/পুনৰুত্থান দিৱসত মানুহৰ নিজৰ ভিতৰত নতুনকৈ জাগ্ৰত চেতনা থাকিব)
৪০:৫৪(বোধশক্তিসম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশস্বৰূপ।)
Special Message:
সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ
{arrogance (Kib'run)},কি অহংকাৰ?See-৪০:৫৬
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
🟤৪০:৪৯(Too Late)
وَقَالَ الَّذِينَ فِي النَّارِ لِخَزَنَةِ جَهَنَّمَ ادْعُوا رَبَّكُمْ يُخَفِّفْ عَنَّا يَوْمًا مِنَ الْعَذَابِ
আৰু জাহান্নামীবিলাকে জাহান্নামৰ প্ৰহৰীসকলক ক’ব, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত (আমাৰ বাবে) প্ৰাৰ্থনা কৰা, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে শাস্তি লাঘৱ কৰি দিয়ে’।
.
✍️Ap-ref:
And those in the Fire will say to the keepers (angels) of Hell:"Call upon your Lord to lighten for us the torment for a day!"

They know that Allah will not answer them and will not listen to their prayer, because He said,

اخْسَيُواْ فِيهَا وَلَا تُكَلِّمُونِ

Remain you in it with ignominy! And speak you not to Me! (23:108),
(২৩:১০৭-১০৮
رَبَّنَا أَخْرِجْنَا مِنْهَا فَإِنْ عُدْنَا فَإِنَّا ظَالِمُونَ
‘হে আমাৰ ৰব্ব! এই অগ্নিৰ পৰা আমাক মুক্ত কৰা; ইয়াৰ পিছতো যদি আমি পুনৰ কুফৰী কৰোঁ তেন্তে নিশ্চয় আমি যালিম হম’।
২৩:১০৮
قَالَ اخْسَئُوا فِيهَا وَلَا تُكَلِّمُونِ
আল্লাহে ক’ব, ‘তোমালোকে নিকৃষ্ট অৱস্থাত ইয়াতেই থাকা আৰু মোৰ লগত কোনো কথা নকবা’।)
.___________________________________________
🟤৪০:৫০
قَالُوا أَوَلَمْ تَكُ تَأْتِيكُمْ رُسُلُكُمْ بِالْبَيِّنَاتِ ۖ قَالُوا بَلَىٰ ۚ قَالُوا فَادْعُوا ۗ وَمَا دُعَاءُ الْكَافِرِينَ إِلَّا فِي ضَلَالٍ
তেওঁলোকে ক'ব’, ‘তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ তোমালোকৰ ৰাছুলসকল অহা নাছিলনে’? জাহান্নামীবিলাকে ক’ব, ‘হয় অৱশ্যে আহিছিল’। প্ৰহৰীসকলে ক’ব, ‘এতেকে তোমালোকেই প্ৰাৰ্থনা কৰা; আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হয়’।
.
✍️Note:
According to the classical commentators, this answer implies no more than a refusal on the part of the "keepers of hell" to intercede for the doomed sinners, telling them, as it were, "Pray yourselves, if you can." It seems, however, that we have here an indirect allusion to the sinners' erstwhile, blasphemous devotion to false objects of worship and false values - the meaning being, "Pray now to those imaginary powers to which you were wont to ascribe a share in God's divinity, and see whether they can help you!" This interpretation finds support in the next sentence, which speaks of the delusion (dalal) inherent in the prayers of "those who deny the truth", i.e., during their life on earth - for, obviously, on the Day of Judgment all such delusions will have disappeared.(as).
(Google translate no guarantee:
ধ্রুপদী ভাষ্যকারদের মতে, এই উত্তরটি ধ্বংসপ্রাপ্ত পাপীদের জন্য সুপারিশ করতে "জাহান্নামের রক্ষকদের" পক্ষ থেকে প্রত্যাখ্যান করা ছাড়া আর কিছু বোঝায় না, তাদের বলা, "যদি পারো তাহলে নিজেদের প্রার্থনা কর।" তবে, আমাদের এখানে পাপীদের পূর্ববর্তী, উপাসনার মিথ্যা বস্তু এবং মিথ্যা মূল্যবোধের প্রতি নিন্দামূলক ভক্তির একটি পরোক্ষ ইঙ্গিত রয়েছে - এর অর্থ হল, "এখন সেই কাল্পনিক শক্তিগুলির কাছে প্রার্থনা করুন যেগুলির প্রতি আপনি দায়ী ছিলেন না৷  ঈশ্বরের দেবত্বে অংশ নিন, এবং দেখুন তারা আপনাকে সাহায্য করতে পারে কিনা!"  এই ব্যাখ্যাটি পরবর্তী বাক্যে সমর্থন খুঁজে পায়, যা "যারা সত্যকে অস্বীকার করে" এর প্রার্থনার অন্তর্নিহিত বিভ্রান্তির (দালাল) কথা বলে, অর্থাৎ, পৃথিবীতে তাদের জীবনকালে - কারণ, স্পষ্টতই, বিচারের দিনে এই ধরনের সমস্ত বিভ্রম।  অদৃশ্য হয়ে যাবে।)
.___________________________________________
🟤৪০:৫১
إِنَّا لَنَنْصُرُ رُسُلَنَا وَالَّذِينَ آمَنُوا فِي الْحَيَاةِ الدُّنْيَا وَيَوْمَ يَقُومُ الْأَشْهَادُ
নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।
.
✍️As-ref: See 39:69.
৩৯:৬৯
وَأَشْرَقَتِ الْأَرْضُ بِنُورِ رَبِّهَا وَوُضِعَ الْكِتَابُ وَجِيءَ بِالنَّبِيِّينَ وَالشُّهَدَاءِ وَقُضِيَ بَيْنَهُمْ بِالْحَقِّ وَهُمْ لَا يُظْلَمُونَ
আৰু পৃথিৱী তেওঁৰ প্ৰতিপালকৰ নূৰত উদ্ভাসিত হ'ব আৰু আমলনামা উপস্থাপন কৰা হ'ব। নবীসকলক আৰু সাক্ষীসকলক উপস্থিত কৰা হ'ব আৰু তেওঁলোকৰ মাজত ন্যায় বিচাৰ কৰা হ'ব, এনেকৈ যে সিহঁত কাৰো প্ৰতি অন্যায় কৰা নহ’ব।
(Pl find the verse/notes 39:69 in the link:
.___________________________________________
🟤৪০:৫২
يَوْمَ لَا يَنْفَعُ الظَّالِمِينَ مَعْذِرَتُهُمْ ۖ وَلَهُمُ اللَّعْنَةُ وَلَهُمْ سُوءُ الدَّارِ
যিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে লা’নত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।
.
✍️Note:
"the evil of the [otherworldly] abode". As regards the term la'nah, its primary significance is "estrangement" or "rejection"; in Quranic terminology it denotes "rejection from all that is good" (Lisan al-Arab) and, specifically, "estrangement from God's grace"(as).
.___________________________________________
🟤৪০:৫৩(Learn From History)
وَلَقَدْ آتَيْنَا مُوسَى الْهُدَىٰ وَأَوْرَثْنَا بَنِي إِسْرَائِيلَ الْكِتَابَ
আৰু অৱশ্যে আমি মুছাক হিদায়ত দান কৰিছিলো আৰু বনী ইছৰাঈলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলো,
.
✍️BB-ref:(17:2)
১৭:২
وَآتَيْنَا مُوسَى الْكِتَابَ وَجَعَلْنَاهُ هُدًى لِبَنِي إِسْرَائِيلَ أَلَّا تَتَّخِذُوا مِنْ دُونِي وَكِيلًا
আৰু আমি মূছাক কিতাব প্ৰদান কৰিছিলো আৰু সেইখনক আমি বনী ইছৰাঈলৰ বাবে পথনিৰ্দেশক কৰি দিছিলো। যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়কৰূপে গ্ৰহণ নকৰা।
(Press link:
.___________________________________________
🟤৪০:৫৪
هُدًى وَذِكْرَىٰ لِأُولِي الْأَلْبَابِ
বোধশক্তিসম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশস্বৰূপ।
.
✍️Verse/note:
40:54 as a [means of] guidance and a reminder for those who were endowed with insight:

Note:
Sc., "and thus, too, have We bestowed Our revelation upon Muhammad". This connects with the opening words of verse 51, "We shall indeed succour Our apostles and those who have attained to faith", thus explaining the purport of the preceding story of the believer who stood up for Moses. The reference to "those [of the children of Israel] who were endowed with insight" and therefore could benefit from the message of Moses, is undoubtedly meant to remind the followers of the Qur'an that this divine writ, too, is for "those who are endowed with insight" (ulu l-albab), for "people who think" (qawm yatafakkarun), and "people who use their reason" (qawm ya'qilun).
(Google translate no guarantee:
"এবং এইভাবে, আমরা মুহাম্মদের উপর আমাদের ওহী দান করেছি"।  এটি 51 শ্লোকের প্রারম্ভিক শব্দের সাথে সংযোগ করে, "আমরা প্রকৃতপক্ষে আমাদের প্রেরিতদের এবং যারা বিশ্বাস অর্জন করেছে তাদের সহায়তা করব", এইভাবে মুসার পক্ষে দাঁড়ানো বিশ্বাসীর পূর্ববর্তী গল্পের উদ্দেশ্য ব্যাখ্যা করে।  "যারা [ইসরায়েলের সন্তানদের] অন্তর্দৃষ্টিসম্পন্ন ছিল" এবং সেইজন্য মূসার বার্তা থেকে উপকৃত হতে পারে তার উল্লেখটি নিঃসন্দেহে কুরআনের অনুসারীদের মনে করিয়ে দেওয়ার জন্য যে এই ঐশ্বরিক লেখাটিও "  যারা অন্তর্দৃষ্টি সম্পন্ন" (উলুল-আলবাব), "লোকদের জন্য যারা চিন্তা করে" (কওম ইয়াতফাক্কারুন), এবং "লোকেরা যারা তাদের যুক্তি ব্যবহার করে" (কওম ইয়াকিলুন)।)
.___________________________________________
🟤৪০:৫৫
فَاصْبِرْ إِنَّ وَعْدَ اللَّهِ حَقٌّ وَاسْتَغْفِرْ لِذَنْبِكَ وَسَبِّحْ بِحَمْدِ رَبِّكَ بِالْعَشِيِّ وَالْإِبْكَارِ
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা-মহিমা ঘোষণা কৰা।
.
✍️Verse/Note:
40:55. (Moses stood steadfast in this tussle. Like this O Rasool1) You should also remain firm and steadfast and continue in your mission. Allah's promise always comes true; 
whatever He says will definitely happen. Through the Divine Laws you should seek protection against whatever your opponents say or from those who cast aspersions on you. The way to achieve this is to continue establishing the Nizam-e-Rabubiyyat. On seeing its pleasant results, everyone will be appreciative and say that it really deserves entire praise 
and Hamd (47:19;48:2).pz.
(1
 This could also mean minor errors which might occur during the implementation of the Divine Programme.)
(৪৭:১৯
فَاعْلَمْ أَنَّهُ لَا إِلَٰهَ إِلَّا اللَّهُ وَاسْتَغْفِرْ لِذَنْبِكَ وَلِلْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ ۗ وَاللَّهُ يَعْلَمُ مُتَقَلَّبَكُمْ وَمَثْوَاكُمْ
সেয়ে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত।
.
৪৮:২
لِيَغْفِرَ لَكَ اللَّهُ مَا تَقَدَّمَ مِنْ ذَنْبِكَ وَمَا تَأَخَّرَ وَيُتِمَّ نِعْمَتَهُ عَلَيْكَ وَيَهْدِيَكَ صِرَاطًا مُسْتَقِيمًا
যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে,-ref:24:55, 40:55, 47:19)
.___________________________________________
🟤৪০:৫৬
إِنَّ الَّذِينَ يُجَادِلُونَ فِي آيَاتِ اللَّهِ بِغَيْرِ سُلْطَانٍ أَتَاهُمْ ۙ إِنْ فِي صُدُورِهِمْ إِلَّا كِبْرٌ مَا هُمْ بِبَالِغِيهِ ۚ فَاسْتَعِذْ بِاللَّهِ ۖ إِنَّهُ هُوَ السَّمِيعُ الْبَصِيرُ
নিশ্চয় যিসকলে নিজৰ ওচৰত কোনো দলীল-প্ৰমাণ নথকা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ🩸, সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
(🩸 40:47-Arrogant(অহংকাৰ)
.
✍️Verse/Note:
40:56. (Although human beings are not capable of succeeding in this fight against the Divine Laws ~ 40:35.) All your opponents who are disputing the Divine Laws without reason, are doing this in order to 
capture authority in the country. However they cannot acquire authority in this way. (It can only be 
achieved by following the Divine Laws. Their desire to become superior is making them do all this. This is not the way to become superior ~ 7:146.) (O Rasool! Do not give any importance to what they say. In order to remain safe from the ill effects of their designs) You should take protection behind the shield of Allah's Laws. These Laws are of God, Who is all-hearing and all-seeing.pz.(7:146, 40:35).
(৭:১৪৬
سَأَصْرِفُ عَنْ آيَاتِيَ الَّذِينَ يَتَكَبَّرُونَ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَإِنْ يَرَوْا كُلَّ آيَةٍ لَا يُؤْمِنُوا بِهَا وَإِنْ يَرَوْا سَبِيلَ الرُّشْدِ لَا يَتَّخِذُوهُ سَبِيلًا وَإِنْ يَرَوْا سَبِيلَ الْغَيِّ يَتَّخِذُوهُ سَبِيلًا ۚ ذَٰلِكَ بِأَنَّهُمْ كَذَّبُوا بِآيَاتِنَا وَكَانُوا عَنْهَا غَافِلِينَ
পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এইবাবে যে, সিহঁতে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে আৰু সেই সম্পৰ্কে সিহঁত আছিল অমনোযোগী।
.
৪০:৩৫
الَّذِينَ يُجَادِلُونَ فِي آيَاتِ اللَّهِ بِغَيْرِ سُلْطَانٍ أَتَاهُمْ ۖ كَبُرَ مَقْتًا عِنْدَ اللَّهِ وَعِنْدَ الَّذِينَ آمَنُوا ۚ كَذَٰلِكَ يَطْبَعُ اللَّهُ عَلَىٰ كُلِّ قَلْبِ مُتَكَبِّرٍ جَبَّارٍ
যিসকলে নিজৰ ওচৰত (সিহঁতৰ দাবীৰ সমৰ্থনত) কোনো দলীল-প্ৰমাণ নহা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়। সিহঁতৰ এই কৰ্ম আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত অতি ঘৃণাৰ যোগ্য। এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে।)
.___________________________________________
[40:49] And (Wa) those (Ellaziina) in (Fii) the Fire (En'Naari) will say (Qaala) to (Li) the keepers (Khazanati)
of Hell (Jahannama), "Invoke (Ed'u') your LORD (Rabba-kum') to reduce (Yukhaffif') for us (Ånnaa) a day
(Yaw'man) from (Mina) the punishment (El'Åzaab)." 
[40:50] They will say (Qaaluu'), "Or did (Awa-) your messengers (Rusulu-kum) not (-lam') bring you (Ta'tii-kum' Bi) proofs (El'Bayyinaati)?" They (the disbelievers) will say (Qaalu'), "Certainly (Balaa)." They (the keepers) will say (Qaalu'), "Then (Fa) invoke (Ed'u'), but (Wa) the invocation (Duåå'u) of the disbelievers (El'Kaafiriina) is only 
(Maa illa) in (Fii) error (Dolaal)."
[40:51] Indeed (Innaa), We will (La) help (Nansuru) Our messengers (Rusula-naa) and (Wa) those who (Ellaziina) believe (Aamanu') during (Fii) the worldly (Ed'Dun'yaa) life (El'Hayaati) and the day (Yaw'ma) the witnesses (El'Ash'haad) will stand (Yaquumu); 
[40:52] it is the day (Yaw'ma) their excuse (the witnesses) (Ma'ziratu-hum') will not (Laa) benefit (Yanfau) the transgressors (Ez'Zoalimiina), for (Wa) they (the transgressors) will have (Lahumu) the curse (Ella'natu), and they will have (Lahum') the worst (Suu'u) Home (Ed'Daar). 
[40:53] And (Wa) We certainly (Laqad') gave (Aatai'naa) Moses (Muusaa) the Guidance (El'Hudaa), and We 
transmitted (-Aw'rath'naa) the Book (El'Kitaab) to the Children of Israel (Banii Is'raa'iila) (17:2)
[40:54] as guidance (Hudan) and (Wa) remembrance (Zik'raa) for (Li) those of intelligence (U'liil' Al'baab). 
[40:55] So (Fa) be patient (Es'bir'); indeed (Inna), the promise of GOD (Wa'da-llahi) is true (Haqqun). And (Wa) seek forgiveness (Es'tag'fir') for (Li) your sin (s) (Zanbi-ka) and glorify (Sabbih') with (Bi) praise (Ham'di)
of your LORD (Rabbi-ka) in (Bi) the evening (El'Åshiyyi) and early in the morning (Wal' Ib'kaar).
[40:56] Indeed (Inna), those who (Ellaziina) argue (Yujaadiluuna) against (Fii) the verses of GOD (Aayaati-llahi) without (Bi-Gai'ri) authority (Sul'toanin) coming to them (Ataa-hum'), there is only (In illa) arrogance 
(Kib'run) in (Fii) their bosoms (Suduuri-him') which (-hi) they (Hum) cannot (Maa Bi) reach (Baaligi-). So (Fa) seek protection (Es'taez') with GOD (Billahi); indeed, HE (Innahu) is (Huwa) the HEARER (Es' Samiiu), the SEER (El' Basiir).
.___________________________________________
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 13.12.2022-Naz-villa
🟦Work Progress ~ 
🟨Approx. Pages~3,244 nos.
⬛Part ~ 438 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
~~~~~~~~~~~~~~~~~~~~~~~~~~~~

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)