🌲Part-433(40:10-15)Ghãfer(Forgiver)

✔️Part-433(40:10-15)Ghãfer(Forgiver)
.___________________________________________
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"
ছালামুন আলেইকুম,
ইয়াত আছে, কোৰআনৰ প্ৰত্যেক আয়াতৰ বিশ্লেষণাত্মক ভাষণ আৰু লিখনি,আয়াতক আয়াতৰ দ্বাৰা তফছিৰ (৬:৬৫, ১০:৩৭, ১৬:৮৯,
২৫:৩৩)।
.___________________________________________
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
.___________________________________________
.___________________________________________
মিনি সূচিঃPart-433(40:10-15)Ghãfer(Forgiver)
৪০:১১(দুবাৰ মৃত্যু-Note)
৪০:১২(আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়-৩৯:৪৫ চাওঁক)
৪০:১৪(তোমালোকে কেৱল আল্লাহকেই আহ্বান কৰা তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ।)
৪০:১৫✅(তেৱেঁই নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা তেওঁৰ আদেশৰ পৰা অহী♦️ প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে-See imp link on Wahi/inspiration)
.___________________________________________
🟫৪০:১০
إِنَّ الَّذِينَ كَفَرُوا يُنَادَوْنَ لَمَقْتُ اللَّهِ أَكْبَرُ مِنْ مَقْتِكُمْ أَنْفُسَكُمْ إِذْ تُدْعَوْنَ إِلَى الْإِيمَانِ فَتَكْفُرُونَ
নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ’ব, ‘তোমালোকৰ নিজৰ প্ৰতি (আজি) তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈও ডাঙৰ আছিল, যেতিয়া তোমালোকক ঈমানৰ♦️ প্ৰতি আহ্বান কৰা হৈছিল কিন্তু তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা’।
(♦️see 40:15's ref 42:52 link)
.
✍️Note:
The disbelievers go through two deaths, while the righteous believers do not taste death, beyond the death we already experienced( 44:56).🚸The reason forgoing to Hell is obvious; even those who believe in God associate otherswith Him (see 39:45rk,12:106raf)rk.
(৪৪:৫৬
لَا يَذُوقُونَ فِيهَا الْمَوْتَ إِلَّا الْمَوْتَةَ الْأُولَىٰ ۖ وَوَقَاهُمْ عَذَابَ الْجَحِيمِ
প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে(মুত্তাকিসকল) তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেওঁ তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব,
.
৩৯:৪৫
وَإِذَا ذُكِرَ اللَّهُ وَحْدَهُ اشْمَأَزَّتْ قُلُوبُ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ ۖ وَإِذَا ذُكِرَ الَّذِينَ مِنْ دُونِهِ إِذَا هُمْ يَسْتَبْشِرُونَ
আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়।
.
🚸Death
Death is a great mystery to most people. Not so for the students of the Quran. We learn that death is exactly like sleeping; complete with dreams (6:60, 40:46). The period between death and resurrection passes like one night of sleep (2:259; 6:60; 10:45; 16:21; 18:11, 18:19, 18:25; 30:55).

At the moment of death, everyone knows his or her destiny; Heaven or Hell. For the disbelievers, death is a horrible event; the angels beat them on the faces and rear ends as they snatch away their souls (8:50, 47:27, 79:1).
.___________________________________________
🟫৪০:১১
قَالُوا رَبَّنَا أَمَتَّنَا اثْنَتَيْنِ وَأَحْيَيْتَنَا اثْنَتَيْنِ فَاعْتَرَفْنَا بِذُنُوبِنَا فَهَلْ إِلَىٰ خُرُوجٍ مِنْ سَبِيلٍ
সিহঁতে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক দুবাৰ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰ আমাক জীৱন দান কৰিছা। সেয়ে আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছো। এতেকে (জাহান্নামৰ পৰা) ওলোৱাৰ কোনো উপায় আছে নেকি’?
.
✍️Verse/note:
40:11 They will say, "Our Lord, twice You have made us die, just as twice You have made us live. But now we confess that we did trail behind in making progress. Is there any way out of this (second death)?”

Note:
Two lives and deaths, see 2:28
Pl find the verse/notes 2:28 in the link:
.___________________________________________
🟫৪০:১২
ذَٰلِكُمْ بِأَنَّهُ إِذَا دُعِيَ اللَّهُ وَحْدَهُ كَفَرْتُمْ ۖ وَإِنْ يُشْرَكْ بِهِ تُؤْمِنُوا ۚ فَالْحُكْمُ لِلَّهِ الْعَلِيِّ الْكَبِيرِ
(সিহঁতক কোৱা হ’ব) ‘এইটো এইবাবে যে, যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰী কৰিছিলা, আৰু যেতিয়া তেওঁৰ লগত শ্বিৰ্ক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ, মহান আল্লাহৰেই’।
.
✍️As-ref:
৩৯:৪৫
وَإِذَا ذُكِرَ اللَّهُ وَحْدَهُ اشْمَأَزَّتْ قُلُوبُ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ ۖ وَإِذَا ذُكِرَ الَّذِينَ مِنْ دُونِهِ إِذَا هُمْ يَسْتَبْشِرُونَ
আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়।
Pl find the verse note 39:45-see link:
.___________________________________________
🟫৪০:১৩
هُوَ الَّذِي يُرِيكُمْ آيَاتِهِ وَيُنَزِّلُ لَكُمْ مِنَ السَّمَاءِ رِزْقًا ۚ وَمَا يَتَذَكَّرُ إِلَّا مَنْ يُنِيبُ
তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে। সেয়ে উপদেশ কেৱল সেই ব্যক্তিয়েহে গ্ৰহণ কৰে যিজন আল্লাহ অভিমুখী।
.
✍️Verse/note:
13. (O Rasool! Present these facts before your addresses and tell them that this 
invitation is from the Almighty, Who continues showing you His Signs in the universe so 
that you may adopt the right course. For example) He brings down rain from the skies, which in turn produces sustenance for you. (If you ponder only over this phenomenon, it will lead you to so many other realities.) However such matters can only become clear to 
the person who pays attention to them.pz.
.___________________________________________
🟫৪০:১৪
فَادْعُوا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ وَلَوْ كَرِهَ الْكَافِرُونَ
এতেকে তোমালোকে কেৱল আল্লাহকেই আহ্বান কৰা তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ। যদিও কাফিৰসকলে অপছন্দ কৰে।
.
✍️Verse/ref:
40:14 Therefore, call on God while devoting the system solely to Him, even if the ingrates dislike it.
See ref: 39:11.edip.
(৩৯:১১
قُلْ إِنِّي أُمِرْتُ أَنْ أَعْبُدَ اللَّهَ مُخْلِصًا لَهُ الدِّينَ
কোৱা, ‘মোক আদেশ কৰা হৈছে, মই যেন আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁৰেই ইবাদত কৰো,
Pl find the verse note 39:11-link,:
.___________________________________________
🟫৪০:১৫
رَفِيعُ الدَّرَجَاتِ ذُو الْعَرْشِ يُلْقِي الرُّوحَ مِنْ أَمْرِهِ عَلَىٰ مَنْ يَشَاءُ مِنْ عِبَادِهِ لِيُنْذِرَ يَوْمَ التَّلَاقِ
তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰছৰ🌲 অধিপতি, তেৱেঁই নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা তেওঁৰ আদেশৰ পৰা অহী♦️ প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে।
(🌲Arsh see 40:7-link: https://bit.ly/3BjALRS)
.
✍️BB-ref:(42:52)*♦️, (16:2)🔷
(the inspiration=l-rūḥa=الرُّوحَ)♦️
৪২:৫২
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا ۚ مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَٰكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,
(♦️Wahi=inspiration=Ruh: Press link:
.
১৬:২🔷
يُنَزِّلُ الْمَلَائِكَةَ بِالرُّوحِ مِنْ أَمْرِهِ عَلَىٰ مَنْ يَشَاءُ مِنْ عِبَادِهِ أَنْ أَنْذِرُوا أَنَّهُ لَا إِلَٰهَ إِلَّا أَنَا فَاتَّقُونِ
তেওঁ নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা নিজ নিৰ্দেশত ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এইবুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।
(find the verse note 16:2:link:
.___________________________________________
WORD BY WORD MEANING: BB:
[40:10] Indeed (Inna), those who (Ellaziina) disbelieve (Kafaru') will be summoned (Yunaadaw'na), "The (La)
abhorrence of GOD (Maq'tu-llahi) is greater (Ak'baru) than (Min) your abhorrence (Maq'ti-kum) of 
yourselves (Anfusa-kum’), because (Iz') you were invited (Tud'åw'na) to (ilaa) the faith (42:52) (El' iimaani), but (Fa) you disbelieved (Tak'furuun)." 
[40:11] They (the disbelievers) will say (Qaalu'), "Our LORD (Rabba-naa), YOU caused us to die (Amatta-naa) two 
times (Eth'natai'ni) and (Wa) gave us life (Ah'yai'ta-na) two times (Eth'natai'ni); so (Fa) we have confessed 
(E'taraf'na Bi) our sins (Zunuubi-naa). Therefore (Fa) is there (Hal') any (Min) way (Sabiil') to (ilaa) exit 
(Khuruujin)?"
[40:12] That (Zaalikum) is because (Bi'annahu), when (Izaa) GOD (Ellahu) alone (39:45) (Wah'dahu) was 
invoked (Dueya), you disbelieved (Kafar'tum’), but (Wa) when (In) others were associated (Yush'rak') with 
HIM (Bi-hi), you believed (Tu'minu'). So (Fa) the judgement (El'Huk'mu) belongs to GOD (Lillahi), the 
SUPREME (El' Åliyyi), the MAGNIFICENT (El' Kabiir). 
[40:13] HE (Huwa) is the One who (Ellazii) shows you (Yurii-kum) HIS signs (Aayaati-hi) and (Wa) sends 
down (Yunazzilu) sustenance (Riz'qa) from (Mina) the sky (Es'Samaai); but (Wa) none (Maa) takes heed (Yatazakkaru) except (illa) those who (Man) repent (Yuniib).
[40:14] So (Fa) invoke GOD (Ed'u'llaha), being sincere (Mukh'lisiina) to HIM (Lahu) in religion (Ed'Diina), 
even if (Walaw') the disbelievers (El'Kaafiruun) dislike it (Kariha).
[40:15] HE is exalted (Rafiiu) in degrees (Ed'Darajaati), Possessor (Zuu) of the Throne (El'År'shi); HE casts (Yul'qii) the Spirit (Er'Ruuha) of (Min') HIS command (Am'ri-hi) upon (Ålaa) whomever (Man) HE wills 
(Yashaau) among (Min') HIS servants (Ebaadi-hi) that (Li) he may warn (Yunzira) of the Day of Meeting
(Yaw'ma-ttalaaq), 
(16:2)
🟩jiaulhussain(syedraf) #muktabulhussain
🟧Date of Starting(Video)~10/August/2021
🟥Date of Today ~ 08.12.2022-N.villa
🟦Work Progress ~ 
🟨Approx. Pages~3,212 nos.
⬛Part ~ 433 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
.___________________________________________
•Syed Raf(Facebook): https://bit.ly/3UvAodN
•Muktabul-Hussain-UT https://bit.ly/3h1bchy
.___________________________________________
CONTINUE....
.___________________________________________
"বিশ্লেষণাত্মক কোৰআন চৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)