🌀❤️‍🩹৪১-মিনি সূচিঃছুৰা ফুচ্ছিলাত(০১-৫৪)

❤️‍🩹443-মিনি সূচিঃPart-443(41:01-08)Fussilat
৪১:১(হা-মীম।(হুৰুফ মুক্কাতাট)-see link at 41:3)
৪১:২-৩✅(কোৰআন এনেকুৱা এখন কিতাব, যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে, কোৰআনৰূপে আৰবী ভাষাত-see sp notes)
৪১:৬(Muhammed was a Human Like Us-See note)
৪১:৮(নিশ্চয় যিসকলে ঈমান* আনিছে আৰু সৎকৰ্ম* কৰিছে, তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।)
.
❤️‍🩹444-মিনি সূচিঃPart-444(41:09-14)Fussilat
৪১:৯-১০(Cosmology and Ecology
(ব্ৰহ্মাণ্ডবিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান) -See note/link)(The creation of the heavens and earth took place in Two Eras.
The Qur’an divides the time of creation after the appearance of life on the earth into Four Eras. Two(heavens and earth) plus Four makes 'Six Eras' of evolution.
৪১:১২(আল্লাহে দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে-See notes)
৪১:১৩(Warning=Arrogance; a Prime Cause of Decline-Note)
.
❤️‍🩹445-মিনি সূচিঃPart-445(41:15-23)Fussilat
৪১:১৫(যিজনে সিহঁতক(আদ) সৃষ্টি কৰিছে, আল্লাহ সিহঁততকৈও শক্তিশালী-টোকা)
৪১:১৬-১৭(আদ,ছামূদ সম্প্ৰদায়ক শাস্তি প্ৰদান)
৪১:১৮(সৎকৰ্ম, ঈমান, মুত্তাক্বী কি?-লিংক চাব)
৪১:২০-২৩(The Record-কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব)
.
❤️‍🩹446-মিনি সূচিঃPart-446(41:24-31)Fussilat 
৪১:২৪-২৯(দুযখ)(বিচাৰৰ দিনা, পৃথিৱীত "দ্বিতীয় সুযোগ" লাভ কৰাৰ অনুৰোধ, আল্লাহে এই অনুৰোধ নাকচ কৰিব-টোকা চাওঁক){যিয়ে আল্লাহৰ স্মৰণৰ(কোৰআন বুজাৰ) পৰা বিমুখ হয় আল্লাহে তাৰ বাবে নিয়োজিত কৰে এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়-২৫}
৪১:৩০-৩১(যিসকলে অকল আল্লাহক বিশ্বাস কৰে আৰু দৃঢ়তাৰে থিয় দিয়ে তেওঁলোকৰ বাবে সুখৰ খবৰ অৰ্থাৎ তেওঁলোকৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হয়-টোকা চাব)
.
❤️‍🩹447-মিনি সূচিঃPart-447(41:32-36)Fussilat 
৪১:৩৩(The Virtue of calling Others to Allah 
Allah says, 
وَمَنْ أَحْسَنُ قَوْلاً مِّمَّن دَعَا إِلَى اللَّهِ
And who is better in speech than he who invites to Allah)
৪১:৩৪-৩৫(উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা,আৰু এইটো কেৱল তেওঁলোকেই প্ৰাপ্ত হ’ব যিসকল ধৈৰ্যশীল)
৪১:৩৬(যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় বিচাৰিবা-How?see note/link)
.
❤️‍🩹448-মিনি সূচিঃPart-448(41:37-39)Fussilat
৪১:৩৭(তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক- টোকা আৰু এই খণ্ডৰ ভিডিঅ' চাব)
৪১:৩৮(অবিশ্বাসকাৰিয়ে(অহংকাৰী) আল্লাহৰ ইবাদত নকৰিলে তেওঁৰ কোনো লোকচান নহয়।ফিৰিস্তাসকলে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তিবোধো নকৰে)
৪১:৩৯(আল্লাহেই মৃতসকলৰ জীৱন দানকাৰী)
.
❤️‍🩹449-মিনি সূচিঃPart-449(41:40-44)Fussilat
৪১:৪০(কোৰআনৰ আয়াতক ভুল ব্যাখ্যাৰে বিকৃত কৰি ৰচনা কৰা কিতাপেৰে পৰিচালিত হোৱা সকলে সচাঁকৈ কোৰআন মানেনে?)(কোৰআন এটা সুৰক্ষা কাৰ্যসূচীৰ সৈতে সন্নিৱিষ্ট কৰা হৈছে)
৪১:৪১-৪২(আল্লাহৰ বাণী বুজি পঢ়ি(Quran) চিন্তা-চৰ্চা(89:5-و-Quranic oaths)কৰি মনত ৰাখি
(Zikr)সেইমতে ইবাদত* কৰক-See notes)(The message is specifically protected by God, not by humans)
৪১:৪৩(মহম্মদক-আ:ছা কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক-টোকা চাব)
৪১:৪৪(কিয় কোৰআন আৰবী ভাষাত অৱত্তীৰ্ণ হৈছিল -টোকা)
.
❤️‍🩹450-মিনি সূচিঃPart-450(41:45-49)Fussilat
৪১:৪৫(মুছাক কিতাব প্ৰদান কৰা হৈছিল, তাৰ পিছত তাত মতভেদ ঘটিছিল-note/link)
৪১:৪৬(Everyone will be requited according to His Deeds)
৪১:৪৭(Ignorance and Arrogance of Human Beings)(সেইদিনা মূৰ্তিবোৰে নিজৰ অনুগামীক অস্বীকাৰ কৰে)
৪১:৪৯(পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?)
.
❤️‍🩹451-মিনি সূচিঃPart-451(41:50-54)Fussilat
৪১:৫০(ধনী ব্যক্তিসকলে বিশ্বাস কৰেযে দাতব্য আৰু ধর্মীয় কামত যথেষ্ট পৰিমাণ খৰচ কৰিছে,
ভাৱেযে তেওঁলোকে সম্পদ যিভাবেই আহৰণ নকৰক কিয় তেওঁলোক জান্নাতত প্রবেশ কৰিবই।😆 They are spiritual blindness)
৪১:৫২(Prophecy Fulfilled🌀-see link)
৪১:৫৩(God's existence is inferential - all signs point to God, whether we fully understand them or not is a different matter-see note/link)
❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹The End Chapter ❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)