🟥Part-390(34:10-14)Saba'(Sheb)

✔️Part-390(34:10-14)Saba'(Sheb)
.
মিনি সূচিঃPart-390(34:10-14)Saba'(Sheba)
৩৪:১০(David and Solomon)(David mastered iron technology)
৩৪:১১-১২(নবীসকলে ৰাব্বৰ বিধান অনুসৰি কাম কৰিছিল)(বতাহ আৰু জিনক ছুলাইমানৰ অধীন কৰি দিছিল)
৩৪:১২(Accepting the average speed of that day to be 6 km/h, then Solomon was reaching 360 km/h)(Transportation and Petroleum)
৩৪:১৩(ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ✔️ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল-See Note)
৩৪:১৪(মাটিৰ পৰুৱায়❌(دَابَّةُ الْأَرْضِ)। আৰবীত পৰুৱা বুলি নাই। এই শব্দদুটা ২৭:৮২টো আছে:  লিংকত বিচাৰি চাব:)
._____---------_______-------_______--------_______
🟣৩৪:১০(David and Solomon)
۞ وَلَقَدْ آتَيْنَا دَاوُودَ مِنَّا فَضْلًا ۖ يَا جِبَالُ أَوِّبِي مَعَهُ وَالطَّيْرَ ۖ وَأَلَنَّا لَهُ الْحَدِيدَ
আৰু অৱশ্যে আমি আমাৰ ফালৰ দাউদক প্ৰদান কৰিছিলো মৰ্যাদা আৰু আদেশ কৰিছিলো, হে পৰ্বতমালা*! তোমালোকে দাউদৰ লগত বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ কৰিছিলোঁ)। আৰু তেওঁৰ বাবে আমি লোহাক** কোমল কৰি দিছিলোঁ,
.
✍️BB-refs:(38:18)*,(57:25)**
৩৮:১৮
إِنَّا سَخَّرْنَا الْجِبَالَ مَعَهُ يُسَبِّحْنَ بِالْعَشِيِّ وَالْإِشْرَاقِ
নিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলো, যাতে এইবোৰে তেওঁৰ লগত পুৱা-গধূলি মোৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,
.
৫৭:২৫
لَقَدْ أَرْسَلْنَا رُسُلَنَا بِالْبَيِّنَاتِ وَأَنْزَلْنَا مَعَهُمُ الْكِتَابَ وَالْمِيزَانَ لِيَقُومَ النَّاسُ بِالْقِسْطِ ۖ وَأَنْزَلْنَا الْحَدِيدَ فِيهِ بَأْسٌ شَدِيدٌ وَمَنَافِعُ لِلنَّاسِ وَلِيَعْلَمَ اللَّهُ مَنْ يَنْصُرُهُ وَرُسُلَهُ بِالْغَيْبِ ۚ إِنَّ اللَّهَ قَوِيٌّ عَزِيزٌ
নিশ্চয় আমি আমাৰ ৰাছুলসকলক@ সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছো, আৰু তেওঁলোকৰ লগত দিছো কিতাব@ আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰে। আমি আৰু অৱতীৰ্ণ কৰিছো লোহা, য’ত আছে প্ৰচণ্ড শক্তি আৰু মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এয়া এই বাবেই যে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে গায়েব অৱস্থাত তেওঁক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।
(@Hud, Saleh, and Shu'aib (named as messengers in 26:125/ 143/ 178 respectively)
.
✍️Verse/refs:
34:10 AND [thus], indeed, did We grace David with Our favour:*🔺 “O you mountains! Sing with him the praise of God! And [likewise] you birds!"**🔺 And We softened all sharpness***🔺 in him,12(as).

(৩৮:২৪*🔺
قَالَ لَقَدْ ظَلَمَكَ بِسُؤَالِ نَعْجَتِكَ إِلَىٰ نِعَاجِهِ ۖ وَإِنَّ كَثِيرًا مِنَ الْخُلَطَاءِ لَيَبْغِي بَعْضُهُمْ عَلَىٰ بَعْضٍ إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَقَلِيلٌ مَا هُمْ ۗ وَظَنَّ دَاوُودُ أَنَّمَا فَتَنَّاهُ فَاسْتَغْفَرَ رَبَّهُ وَخَرَّ رَاكِعًا وَأَنَابَ ۩
দাউদে ক’লে, ‘তোমাৰ ভেৰাটোক তেওঁৰ ভেৰাবোৰৰ লগত যুক্ত কৰাৰ দাবী কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোক সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলো। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল।
.
২১:৭৯**🔺
فَفَهَّمْنَاهَا سُلَيْمَانَ ۚ وَكُلًّا آتَيْنَا حُكْمًا وَعِلْمًا ۚ وَسَخَّرْنَا مَعَ دَاوُودَ الْجِبَالَ يُسَبِّحْنَ وَالطَّيْرَ ۚ وَكُنَّا فَاعِلِينَ
এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলো আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলো, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলো, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলো এইবোৰৰ কৰ্তা।
.
The Quranic phrase "sharp (hadid) is thy sight today" (50:22)***🔺
৫০:২২
لَقَدْ كُنْتَ فِي غَفْلَةٍ مِنْ هَٰذَا فَكَشَفْنَا عَنْكَ غِطَاءَكَ فَبَصَرُكَ الْيَوْمَ حَدِيدٌ
অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।
.
✍️Verse/note/refs:
34:10. (These are the sort of things the folk of Sheba also used to talk about. They too 
were very proud of their abundant wealth and trade, as well as the large size of their group. They also used to ridicule the Law of Mukafat. Before you hear about what happened to them, a brief reference to their contemporaries David and Solomon appears necessary.) We had endowed David with great powers and excellence. In his kingdom there were mighty and bold chiefs and other chieftains from the tribe of Tair, who had formed numerous cavalry troops (21:79; 27:15-16). We commanded them to obey Our Laws in unison with David. Also, We had taught him the art of making iron pliable.pz.
(Google translate no guarantee:
এইবোৰৰ বিষয়ে চেবাৰ লোকসকলেও কৈছিল।  সিহঁতেও
তেওঁলোকৰ প্ৰচুৰ সম্পদ আৰু বাণিজ্যৰ লগতে তেওঁলোকৰ গোটৰ বৃহৎ আকাৰৰ বাবে অতি গৌৰৱান্বিত আছিল।  মুকাফাতৰ আইনকো উপহাস কৰিছিল।  তেওঁলোকৰ লগত কি হৈছিল সেই বিষয়ে আপুনি শুনাৰ আগতে তেওঁলোকৰ সমসাময়িক দায়ূদ আৰু চলোমনৰ বিষয়ে চমু উল্লেখ কৰাটো প্ৰয়োজনীয় যেন লাগে।) আমি দায়ূদক মহান শক্তি আৰু উৎকৃষ্টতা প্ৰদান কৰিছিলোঁ।  তেওঁৰ ৰাজ্যত তায়ৰ ফৈদৰ পৰা শক্তিশালী আৰু সাহসী মুখীয়াল আৰু অন্যান্য মুখীয়াল আছিল, যিসকলে অসংখ্য অশ্বাৰোহী সৈন্য গঠন কৰিছিল (২১:৭৯; ২৭:১৫-১৬)।  আমি তেওঁলোকক দায়ূদৰ সৈতে একেলগে আমাৰ বিধানসমূহ পালন কৰিবলৈ আজ্ঞা দিলোঁ।  লগতে, আমি তেওঁক লোহা নমনীয় বনোৱাৰ কলা শিকাইছিলোঁ।)
(see 21:79: link: https://bit.ly/3MFG82j )
(see 27:15-16: link: https://bit.ly/3T8ANmd )
.
✍️Note:sa.
David mastered iron technology.21:79,27:15
২১:৭৯
فَفَهَّمْنَاهَا سُلَيْمَانَ ۚ وَكُلًّا آتَيْنَا حُكْمًا وَعِلْمًا ۚ وَسَخَّرْنَا مَعَ دَاوُودَ الْجِبَالَ يُسَبِّحْنَ وَالطَّيْرَ ۚ وَكُنَّا فَاعِلِينَ
এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলো আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলো, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলো, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলো এইবোৰৰ কৰ্তা।
.
২৭:১৫
وَلَقَدْ آتَيْنَا دَاوُودَ وَسُلَيْمَانَ عِلْمًا ۖ وَقَالَا الْحَمْدُ لِلَّهِ الَّذِي فَضَّلَنَا عَلَىٰ كَثِيرٍ مِنْ عِبَادِهِ الْمُؤْمِنِينَ
আৰু অৱশ্যে আমি দাউদ আৰু ছুলাইমানক জ্ঞান দান কৰিছিলো আৰু তেওঁলোক উভয়ে কৈছিল, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাক তেওঁৰ বহুতো মুমিন বান্দাৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’।
._____---------_______-------_______--------_______
🟣৩৪:১১
أَنِ اعْمَلْ سَابِغَاتٍ وَقَدِّرْ فِي السَّرْدِ ۖ وَاعْمَلُوا صَالِحًا ۖ إِنِّي بِمَا تَعْمَلُونَ بَصِيرٌ
(এই নিৰ্দেশ দি যে) তুমি পৰিপূৰ্ণৰূপে বৰ্ম তৈয়াৰ কৰা আৰু যথাৰ্থ পৰিমাণত প্ৰস্তুত কৰা;* আৰু তোমালোকে সৎকৰ্ম কৰা। তোমালোকে যি কৰা নিশ্চয় মই তাৰ সম্যক দ্ৰষ্টা।
.
✍️As-ref:
৩১:২০
أَلَمْ تَرَوْا أَنَّ اللَّهَ سَخَّرَ لَكُمْ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ وَأَسْبَغَ عَلَيْكُمْ نِعَمَهُ ظَاهِرَةً وَبَاطِنَةً ۗ وَمِنَ النَّاسِ مَنْ يُجَادِلُ فِي اللَّهِ بِغَيْرِ عِلْمٍ وَلَا هُدًى وَلَا كِتَابٍ مُنِيرٍ
তোমালোকে লক্ষ্য কৰা নাইনে? নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলোবোৰকেই আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু তোমালোকৰ প্ৰতি তেওঁৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনুগ্ৰহ সম্পূৰ্ণ কৰিছে; আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে কোনো জ্ঞান, কোনো পথনিৰ্দেশ অথবা কোনো দীপ্তিমান পুথিবিহীন আল্লাহ সম্পৰ্কে বিতণ্ডা কৰে।
.
✍️Verse:
34:11. He founded an armoury for making weapons according to Our Laws, where iron was melted to make chain armour with the links fixed properly. At the same time We told 
these people that all this weaponry should be used for their welfare and not for creating 
disturbance on earth. We also told them that We always keep a watch over whatever they 
do!(pz).
._____---------_______-------_______--------_______
🟣৩৪:১২(Transportation and Petroleum)
وَلِسُلَيْمَانَ الرِّيحَ غُدُوُّهَا شَهْرٌ وَرَوَاحُهَا شَهْرٌ ۖ وَأَسَلْنَا لَهُ عَيْنَ الْقِطْرِ ۖ وَمِنَ الْجِنِّ مَنْ يَعْمَلُ بَيْنَ يَدَيْهِ بِإِذْنِ رَبِّهِ ۖ وَمَنْ يَزِغْ مِنْهُمْ عَنْ أَمْرِنَا نُذِقْهُ مِنْ عَذَابِ السَّعِيرِ
আৰু বতাহক* ছুলাইমানৰ অধীন কৰি দিছিলো যিটোৱে ৰাতি পুৱা এমাহৰ পথ অতিক্ৰম কৰিছিল আৰু গধূলি এমাহৰ পথ অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ এটা প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলো আৰু এনে কিছুমান জিনক তেওঁৰ অনুগত কৰি দিছিলোঁ যিবিলাকে তেওঁৰ প্ৰতিপালকৰ অনুমতিক্ৰমে তেওঁৰ সন্মুখত কাম কৰিছিল। সিহঁতৰ মাজৰ যিয়ে আমাৰ নিৰ্দেশ অমান্য কৰিব, আমি তাক জ্বলন্ত জুইৰ শাস্তি আস্বাদন কৰাম।
((Accepting the average speed of that day to be 6 km/h, then Solomon was reaching 360 km/h.))
.
✍️BB-ref:(38:36)
৩৮:৩৬
فَسَخَّرْنَا لَهُ الرِّيحَ تَجْرِي بِأَمْرِهِ رُخَاءً حَيْثُ أَصَابَ
তেতিয়া আমি বতাহক তেওঁৰ অধীন কৰি দিলো, যিয়ে তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুমন্দভাৱে প্ৰবাহিত হৈছিল,
.
✍️Verse/note/refs:
34:12. (Likewise, We endowed his son Solomon with great power and excellence. His fleet of boats used to sail in the seas.) In this regard he had full knowledge of the direction of winds. As a result, in one day or even the earlier part of the day, his boats covered distances that other boats would travel in a month. Similar long distances were covered in the later part of the day. Also, we made the fount of molten copper gush forth for him like a spring; and the uncivilized tribes subjugated to him. They worked in accordance with the Laws of Rabb (21:82; 38:37).pz.
(Google translate no guarantee:
একেদৰে আমি তেওঁৰ পুত্ৰ চলোমনক অতিশক্তি আৰু উৎকৃষ্টতা প্ৰদান কৰিলোঁ।  তেওঁৰ নাওঁৰ বহৰবোৰে সাগৰত যাত্ৰা কৰিছিল।) এই ক্ষেত্ৰত তেওঁৰ বতাহৰ দিশৰ বিষয়ে সম্পূৰ্ণ জ্ঞান আছিল।  ফলত এদিনত বা আনকি দিনটোৰ আগৰ অংশত তেওঁৰ নাওবোৰে এনে দূৰত্ব অতিক্ৰম কৰিলে যিবোৰ দূৰত্ব আন নাৱে এমাহত যাত্ৰা কৰিব।  দিনটোৰ শেষৰ ফালেও একেধৰণৰ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা হৈছিল।  লগতে, আমি তেওঁৰ বাবে গলিত তামৰ ফোটাটো এটা বসন্তৰ দৰে ওলোৱাই দিলোঁ;  আৰু অসভ্য জনগোষ্ঠীবোৰে তেওঁৰ বশ কৰিলে।  তেওঁলোকে ৰাব্বৰ বিধান অনুসৰি কাম কৰিছিল (২১:৮২; ৩৮:৩৭)
(See 21:82 with 38:37: link:
._____---------_______-------_______--------_______
🟣৩৪:১৩
يَعْمَلُونَ لَهُ مَا يَشَاءُ مِنْ مَحَارِيبَ وَتَمَاثِيلَ وَجِفَانٍ كَالْجَوَابِ وَقُدُورٍ رَاسِيَاتٍ ۚ اعْمَلُوا آلَ دَاوُودَ شُكْرًا ۚ وَقَلِيلٌ مِنْ عِبَادِيَ الشَّكُورُ
সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ‘হে দাউদ পৰিয়াল! কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ কিছু সংখ্যকহে* কৃতজ্ঞ!’
.
✍️BB-ref:(7:17)
৭:১৭
ثُمَّ لَآتِيَنَّهُمْ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ وَعَنْ أَيْمَانِهِمْ وَعَنْ شَمَائِلِهِمْ ۖ وَلَا تَجِدُ أَكْثَرَهُمْ شَاكِرِينَ
‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰত আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।
.
✍️Note:
As this verse shows, statues are not necessarily idols for worship: they can be beautiful artefacts for display. Here we are told that Solomon, a messenger of God, has statues made for himself, perhaps to display in his palace. See also verses 26:71; 37:91; 37:125-128 & 68:37; 26:71.(sig).
(Google translate no guarantee:
এই পদটোৱে দেখুৱাইছে যে মূৰ্তিবোৰ পূজাৰ বাবে মূৰ্তি হ’বই লাগিব বুলি ক’ব নোৱাৰি: ই প্ৰদৰ্শনৰ বাবে সুন্দৰ শিল্পকৰ্ম হ’ব পাৰে।  ইয়াত আমাক কোৱা হৈছে যে আল্লাহৰ দূত চলোমনে নিজৰ বাবে মূৰ্তি নিৰ্মাণ কৰিছে, হয়তো তেওঁৰ ৰাজপ্ৰসাদত প্ৰদৰ্শন কৰিবলৈ।  ২৬:৭১ পদও চাওক;  ৩৭:৯১;  ৩৭:১২৫-১২৮ আৰু ৬৮:৩৭;  ২৬:৭১
.
✍️Note:
Solomon, besides being a leader, was also an art enthusiast. It is ironic to see that those who worship the black stone in Mecca, or turn the tombs of dead people into shrines, or hope for the intercession of the dead prophets and saints, those who commit polytheism in a myriad of ways, have such an opposition to statues made for artistic purposes.(edip).
._____---------_______-------_______--------_______
🟣৩৪:১৪
فَلَمَّا قَضَيْنَا عَلَيْهِ الْمَوْتَ مَا دَلَّهُمْ عَلَىٰ مَوْتِهِ إِلَّا دَابَّةُ الْأَرْضِ تَأْكُلُ مِنْسَأَتَهُ ۖ فَلَمَّا خَرَّ تَبَيَّنَتِ الْجِنُّ أَنْ لَوْ كَانُوا يَعْلَمُونَ الْغَيْبَ مَا لَبِثُوا فِي الْعَذَابِ الْمُهِينِ
এতেকে যেতিয়া আমি ছুলাইমানৰ মৃত্যু ঘটালো, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰালে মাটিৰ পৰুৱায়(دَابَّةُ الْأَرْضِ), যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিল, তেতিয়াহে জিনবিলাকে বুজিব পাৰিলে যে, যদি সিহঁতে গায়েব জানিলেহেঁতেন, তেন্তে সিহঁতে লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ নাথাকিলেহেঁতেন।
⬇️
মাটিৰ পৰুৱায়❌(دَابَّةُ الْأَرْضِ)। আৰবীত পৰুৱা বুলি নাই। এই শব্দদুটা ২৭:৮২টো আছে:  লিংকত বিচাৰি চাব:
.
✍️Note:
‘Daabba-tul-ardh’ = Creature of the earth was the highly incompetent Rehoboam, son of Solomon 38:34. Historically, ten of the Israelite Tribes also broke away from the kingdom at that point(sa).
(Google translate no guarantee:
‘দাব্বা-তুল-আৰধ’ = পৃথিৱীৰ সৃষ্টি আছিল চলোমনৰ পুত্ৰ অতি অযোগ্য ৰহবিয়াম ৩৮:৩৪।  ঐতিহাসিকভাৱে সেই সময়ত ইস্ৰায়েলী ফৈদৰ দহ জনগোষ্ঠীও ৰাজ্যৰ পৰা বিচ্ছিন্ন হৈছিল।
৩৮:৩৪
وَلَقَدْ فَتَنَّا سُلَيْمَانَ وَأَلْقَيْنَا عَلَىٰ كُرْسِيِّهِ جَسَدًا ثُمَّ أَنَابَ
অৱশ্যে আমি ছুলাইমানক পৰীক্ষা কৰিছিলো আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলো এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।)
.
✍️Verse/note/ref:
34:14. After Solomon’s death, his son ascended the throne. The son, unlike his father or grand father, was an ordinary below average human being (38:34). As such the grandeur, might and authority of Daud and Sulaiman's period just vanished away (and ten of the Bani-
Israel's tribes revolted against him). Similarly the uncivilzed tribes who were working hard 
in complete submission, realized this fact and became rebellious, feeling sorry that they had remained subjugated to a weak person. Had they known this earlier (that power and might is just in name and that he had lost all his strength), they would never have continued suffering such humiliating servitude.pz.
._____---------_______-------_______--------_______
WORD BY WORD MEANING;
[34:10] And (Wa) We certainly (Laqad') gave (Aatai'naa) David (Daawuuda) a favour (Fad'lan) from Us
(Minnaa), "O (Yaa) mountains (38:18) (Jibaalu), repeat (Awwibii) along with him (Maåhu) and (Wa) the birds 
(Ettoi'ra)." And (Wa) We softened (Alannaa) iron (57:25) (El'Hadiid) for him (Lahu)
[34:11] in order to (Ani) make (E'mal') it long and wide (Saabigaatin) and (Wa) estimate (Qaddir) by (Fii)
enumeration (Es'Sar'di), and act (E'malu') righteous (Soalihan). Indeed, I am (Innii) cognizant (Basiir)of what(Bimaa) you do (Ta'maluuna)."
[34:12] And (Wa) for (Li) Solomon (Sulai'maana) was the wind (38:36)
(Er'Riiha); its coming (Guduwwu-haa)
for a month (Shah'run) and its departure (Rawaahu-ha)
for a month (Shah'run). And (Wa) We caused the 
flow (Asal'naa) of a distilled spring (Åi'nal' Qit'ri) for him (Lahu). And (Wa) among (Mina) the jinn (El'Jinni)
were those who (Man) worked (Ya'malu) in front of him (Bai'na Yadai'hi) by (Bi) the permission (Iz'ni) of 
his LORD (Rabbi-hi). As for (Wa) one who (Man) turned away from (Yazig' Ån') Our command (Am'ri-naa)
among them (Min'hum), We will make him taste (Nuziq'hu) from (Min’) the punishment (Åzaabi) of the 
Inferno (Es'Saeer).
[34:13] They (the jinn) made (Ya'maluuna) for him (Lahu) whatever (Maa) he willed (Yashaau); of (Min)
sanctums 1
(Mahaariiba), statues 2
(Tamaathiila), bowls 3
(Jifaanin) as (Ka) pools (El'Jawaabi), as well as (Wa)
anchored (Raasiyaat') kettles 4
(Quduurin). The family (Aala) of David (Daawuuda) worked (E'maluu') in 
gratitude (Shuk'ran). And (Wa) few (7:17) (Qaliilun) of (Min') MY servants (Ebaadiya) are grateful (Es'Shakuur).
[34:14] And (Fa) when (Lammaa) We decreed (Qadoi'naa) death (El'Maw'ta) for him (Solomon) (Ålai'hi), they (the 
jinn) were not (Maa) indicated (Dalla-hum Ålaa) his death (Maw'ti-hi) if not (illa) a creature (Daabbatu) of 
the earth (El'Ar'di)(دَابَّةُ الْأَرْضِ) ate (Ta'kulu) his staff (Minsa-ata-hu), so (Fa) when (Lammaa) it fell down (Kharra), it 
became clear (Tabayyanati) to the jinn (El'Jinnu) that (An) if only (Law' Kaanu') they knew (Ya'lamuuna) the 
unseen (El'Gai'ba), they would not (Maa) have remained (Labithu') in (Fii) the humiliating (El'Muhiin)
punishment (El'Åzaabi). 
.
syedraf #muktabulhussain

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)