🟣Part-352(27:83-93)(An-Namal)End
🟦Part-352(27:83-93)(An-Namal)End.
🟦Video- https://youtu.be/bH18mMzGBWU
।।।
🟦মিনি সূচিঃPart-352(27:83-93)(An-Namal)End
২৭:৮৩(আয়াত মানে কি?){ref-যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল(ইবাদত মানে কোৰআনৰ বাহিৰৰ সকলো)}
২৭:৮৬(দিন-ৰাতিত কিনো নিদৰ্শন আছে)
২৭:৮৯[যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাতোকৈ উৎকৃষ্ট প্ৰতিফল পাব আৰু সেইদিনাৰ ভীতিকৰ অৱস্থাৰ পৰা তেওঁলোকে নিৰাপদ থাকিব।(সৎকৰ্ম মানে কোৰআনৰ মতে আদেশ নিষেধ পালন কৰা)]
।।।
✍️১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✍️২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🌐২৭:৮৩
وَيَوْمَ نَحْشُرُ مِنْ كُلِّ أُمَّةٍ فَوْجًا مِمَّنْ يُكَذِّبُ *بِآيَاتِنَا فَهُمْ يُوزَعُونَ
আৰু স্মৰণ কৰা সেই দিনটোৰ কথা, যিদিনা আমি সমবেত কৰিম প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একো একোটা দল, যিসকলে আমাৰ নিদৰ্শনাৱলী* প্ৰত্যাখ্যান কৰিছিল, তাৰ পিছত সিহঁতক শাৰীবদ্ধভাৱে একত্ৰিত কৰা হ'ব।**
.
✍️Sam-refs*
Arabic: āyāt* See Note refss.
āya / āyāt — proof / proofs
The Traditionalist translates āya and āyāt generally as either the singular or plural of miracle, sign or verse of the Qur’an. He has
no method — it all depends on what value he wants to achieve. Having reviewed every instance of this word in context, my
conclusion is that proof is the operative meaning...READ MORE : LINK:
.
✍️Sam-ref:41:19**
৪১:১৯
وَيَوْمَ يُحْشَرُ أَعْدَاءُ اللَّهِ إِلَى النَّارِ فَهُمْ يُوزَعُونَ
আৰু যিদিনা আল্লাহৰ শত্ৰুবিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেইদিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত।
.
✍️Ap-refs:
৩৭:২২
۞ احْشُرُوا الَّذِينَ ظَلَمُوا وَأَزْوَاجَهُمْ وَمَا كَانُوا يَعْبُدُونَ
(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল,
.
৮১:৭
وَإِذَا النُّفُوسُ زُوِّجَتْ
আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব,
.
🌐২৭:৮৪
حَتَّىٰ* إِذَا جَاءُوا قَالَ أَكَذَّبْتُمْ بِآيَاتِي وَلَمْ تُحِيطُوا بِهَا عِلْمًا أَمَّاذَا كُنْتُمْ تَعْمَلُونَ
অৱশেষত* যেতিয়া সিহঁত আহি যাব, তেতিয়া আল্লাহে সিহঁতক ক’ব, ‘তোমালোকে মোৰ আয়াতসমূহক** অস্বীকাৰ কৰিছিলা, অথচ সেই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই* নাছিল, নে তোমালোকে আৰু কিবা কৰিছিলা?
(**Ayats-see link at 83).
.
✍️ Edip's-ref: See the relationship between this and verse 10:38.
১০:৩৮-৩৯
أَمْ يَقُولُونَ افْتَرَاهُ ۖ قُلْ فَأْتُوا بِسُورَةٍ مِثْلِهِ وَادْعُوا مَنِ اسْتَطَعْتُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ
সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ নিজেই এইটো ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’।
১০:৩৯
بَلْ كَذَّبُوا بِمَا لَمْ يُحِيطُوا بِعِلْمِهِ وَلَمَّا يَأْتِهِمْ تَأْوِيلُهُ ۚ كَذَٰلِكَ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الظَّالِمِينَ
বৰং সিহঁতে যি বিষয়ৰ জ্ঞান আয়ত্ত কৰা নাই সেইবোৰ সিহঁতে অস্বীকাৰ কৰিছে, আৰু যাৰ প্ৰকৃত পৰিণতি এতিয়াও সিহঁতৰ ওচৰত আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।
(অনুগ্ৰহ কৰি ১০:৩৮-৩৯ নং আয়াতটো তলৰ লিংকত বিচাৰি চাওঁক:
.
✍️sam-ref:Arabic: ḥattā idhā. See to 3:152.
৩:১৫২
وَلَقَدْ صَدَقَكُمُ اللَّهُ وَعْدَهُ إِذْ تَحُسُّونَهُمْ بِإِذْنِهِ ۖ حَتَّىٰ* إِذَا فَشِلْتُمْ وَتَنَازَعْتُمْ فِي الْأَمْرِ وَعَصَيْتُمْ مِنْ بَعْدِ مَا أَرَاكُمْ مَا تُحِبُّونَ ۚ مِنْكُمْ مَنْ يُرِيدُ الدُّنْيَا وَمِنْكُمْ مَنْ يُرِيدُ الْآخِرَةَ ۚ ثُمَّ صَرَفَكُمْ عَنْهُمْ لِيَبْتَلِيَكُمْ ۖ وَلَقَدْ عَفَا عَنْكُمْ ۗ وَاللَّهُ ذُو فَضْلٍ عَلَى الْمُؤْمِنِينَ
নিশ্চয় আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল যেতিয়া* তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱালা আৰু নিৰ্দেশ সম্পৰ্কে মতভেদ সৃষ্টি কৰিলা আৰু যি তোমালোকে ভাল পোৱা সেইটো দেখুৱাৰ পিছত তোমালোক অবাধ্য হ’লা। কাৰণ, তোমালোকৰ কিছুমান পাৰ্থিৱ সম্পদৰ অভিলাষী আছিল আৰু কিছুমান আখিৰাতৰ অভিলাষী আছিল। তেতিয়া তেওঁ তোমালোকক পৰীক্ষা কৰাৰ বাবে সিহঁতৰ (তোমালোকৰ শত্ৰুসকলৰ) পৰা পশ্চাদৱৰ্তী কৰালে। নিশ্চয় তেওঁ তোমালোকক ক্ষমা কৰি দিছে আৰু আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল।
.
✍️BB-ref:(10:39)
১০:৩৯
بَلْ كَذَّبُوا بِمَا لَمْ يُحِيطُوا بِعِلْمِهِ وَلَمَّا يَأْتِهِمْ تَأْوِيلُهُ ۚ كَذَٰلِكَ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الظَّالِمِينَ
বৰং সিহঁতে যি বিষয়ৰ জ্ঞান আয়ত্ত কৰা নাই সেইবোৰ সিহঁতে অস্বীকাৰ কৰিছে, আৰু যাৰ প্ৰকৃত পৰিণতি এতিয়াও সিহঁতৰ ওচৰত আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।
.
🌐২৭:৮৫
وَوَقَعَ الْقَوْلُ عَلَيْهِمْ بِمَا ظَلَمُوا فَهُمْ لَا يَنْطِقُونَ
আৰু অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব; ফলত সিহঁতে একোৱে ক’ব নোৱাৰিব।
.
🌐২৭:৮৬
أَلَمْ يَرَوْا أَنَّا جَعَلْنَا اللَّيْلَ لِيَسْكُنُوا فِيهِ وَالنَّهَارَ مُبْصِرًا ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ* لِقَوْمٍ يُؤْمِنُونَ
সিহঁতে দেখা নাইনে যে, আমিয়েই সিহঁতৰ বাবে ৰাতি সৃষ্টি কৰিছো, যাতে সিহঁতে বিশ্ৰাম লব পাৰে আৰু দিনক কৰিছো দৃশ্যমান📍? নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
(*Ayats-see link at 83).
.
✍️As-note:
In the present context (as in 10:67 or 40:61) the reference to "night" and "day" has a symbolic significance: namely, man's God-given ability to gain insight through conscious reasoning ("the day that makes them see") as well as through the intuition that comes from a restful surrender to the voice of one's own heart ("the night made for rest") - both of which tell us that the existence of God is a logical necessity, and that a rejection of His messages is a sin against ourselves.
(১০:৬৭
هُوَ الَّذِي جَعَلَ لَكُمُ اللَّيْلَ لِتَسْكُنُوا فِيهِ وَالنَّهَارَ مُبْصِرًا ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَسْمَعُونَ
তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহু নিদৰ্শন।
.
৪০:৬১
اللَّهُ الَّذِي جَعَلَ لَكُمُ اللَّيْلَ لِتَسْكُنُوا فِيهِ وَالنَّهَارَ مُبْصِرًا ۚ إِنَّ اللَّهَ لَذُو فَضْلٍ عَلَى النَّاسِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَشْكُرُونَ
আল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক আলোকোজ্জ্বল কৰিছে। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে।)
.
🌐২৭:৮৭
وَيَوْمَ يُنْفَخُ فِي الصُّورِ فَفَزِعَ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ إِلَّا مَنْ شَاءَ اللَّهُ ۚ وَكُلٌّ أَتَوْهُ دَاخِرِينَ
আৰু যিদিনা শিঙাত ফুঁ দিয়া হ’ব, সেইদিনা আকাশসমূহ আৰু পৃথিৱীৰ সকলোৱে ভীত-বিহ্বল হৈ পৰিব, কিন্তু আল্লাহে যিসকলক ইচ্ছা কৰিব তেওঁলোকৰ বাহিৰে, আৰু সকলোৱে তেওঁৰ ওচৰত হীন অৱস্থাত উপস্থিত হ’ব।
.
✍️Ap-refs:
১৭:৫২
يَوْمَ يَدْعُوكُمْ فَتَسْتَجِيبُونَ بِحَمْدِهِ وَتَظُنُّونَ إِنْ لَبِثْتُمْ إِلَّا قَلِيلًا
যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা আৰু তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময় অৱস্থান কৰিছিলা।
.
৩০:২৫
وَمِنْ آيَاتِهِ أَنْ تَقُومَ السَّمَاءُ وَالْأَرْضُ بِأَمْرِهِ ۚ ثُمَّ إِذَا دَعَاكُمْ دَعْوَةً مِنَ الْأَرْضِ إِذَا أَنْتُمْ تَخْرُجُونَ
তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আৰু আছে যে, তেওঁৰ আদেশতেই আকাশ আৰু পৃথিৱী স্থিতিশীল হৈ থাকে, তাৰ পিছত আল্লাহে যেতিয়া তোমালোকক মাটিৰ পৰা উঠাৰ বাবে এবাৰ আহ্বান কৰিব তেতিয়া তোমালোকে ওলাই আহিবা।
.
🌐২৭:৮৮
وَتَرَى الْجِبَالَ تَحْسَبُهَا جَامِدَةً وَهِيَ تَمُرُّ مَرَّ السَّحَابِ ۚ صُنْعَ اللَّهِ الَّذِي أَتْقَنَ كُلَّ شَيْءٍ ۚ إِنَّهُ خَبِيرٌ بِمَا تَفْعَلُونَ
আৰু তুমি যিবোৰ পাহাৰ-পৰ্বত দেখি আছা, ভাৱিছা এইবোৰ অচল, অথচ এইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ’ব। এইটো আল্লাহৰেই সৃষ্টি-নৈপুণ্য, যিজনে সকলো বস্তুকেই কৰিছে সুষম। তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত।
.
✍️Ap-refs:20:105-107, 18:47
৫২:৯-১০
يَوْمَ تَمُورُ السَّمَاءُ مَوْرًا
যিদিনা প্ৰবলভাৱে আকাশখন প্ৰকম্পিত হ’ব,
৫২:১০
وَتَسِيرُ الْجِبَالُ سَيْرًا
আৰু পৰ্বতসমূহে দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব;
.
🌐২৭:৮৯✔️
مَنْ جَاءَ بِالْحَسَنَةِ فَلَهُ خَيْرٌ مِنْهَا وَهُمْ مِنْ فَزَعٍ يَوْمَئِذٍ آمِنُونَ
যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাতোকৈ উৎকৃষ্ট প্ৰতিফল পাব আৰু সেইদিনাৰ ভীতিকৰ অৱস্থাৰ পৰা তেওঁলোকে নিৰাপদ থাকিব।
.
✍️Ap-refs:21:103, 41:40, 34:37
২১:১০৩
لَا يَحْزُنُهُمُ الْفَزَعُ الْأَكْبَرُ وَتَتَلَقَّاهُمُ الْمَلَائِكَةُ هَٰذَا يَوْمُكُمُ الَّذِي كُنْتُمْ تُوعَدُونَ
মহাভীতিয়েও তেওঁলোকক চিন্তিত নকৰিব আৰু ফিৰিস্তাসকলে তেওঁলোকক অভ্যৰ্থনা কৰিব এই বুলি, ‘এইটোৱে তোমালোকৰ সেই দিন, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল’।
.
🌐২৭:৯০
وَمَنْ جَاءَ بِالسَّيِّئَةِ فَكُبَّتْ وُجُوهُهُمْ فِي النَّارِ هَلْ تُجْزَوْنَ إِلَّا مَا كُنْتُمْ تَعْمَلُونَ
আৰু যিয়ে অসৎকৰ্ম* লৈ আহিব, তাক অধোমুখে জুইত নিক্ষেপ কৰা হ’ব। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।
.
✍️*sam note: sayyi’ah — evil: link:
.
🌐২৭:৯১
إِنَّمَا أُمِرْتُ أَنْ أَعْبُدَ رَبَّ هَٰذِهِ الْبَلْدَةِ الَّذِي حَرَّمَهَا وَلَهُ كُلُّ شَيْءٍ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ الْمُسْلِمِينَ
মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ* প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পনকাৰীসকলৰ** অন্তৰ্ভুক্ত হওঁ।
.
✍️BB-ref:(3:96)*
৩:৯৬
إِنَّ أَوَّلَ بَيْتٍ وُضِعَ لِلنَّاسِ لَلَّذِي بِبَكَّةَ مُبَارَكًا وَهُدًى لِلْعَالَمِينَ
নিশ্চয় মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেইটো হৈছে মক্কাত, বৰকতময় আৰু হিদায়ত বিশ্ববাসীৰ বাবে।
[Sam's note: It is clear that al masjid al ḥarām was the focus of the Prophet’s proselytising activities, and it is reasonable to deduce that some of the Qur’an was sent down to him at that place. Petra had been a sanctuary from ancient times, a fact which is liberally confirmed in the historical record. Mecca, at least according to Dan Gibson (Quranic Geography, 2011), does not appear on any map until 300 years after the Qur’anic revelation. Petra is now closed (see note 9:28]
.
✍️Sam-ref: See to muslīm at 2:128.
.
✍️Ap-refs:3:58, 28:3, 13:40, 11:12
৩:৫৮
ذَٰلِكَ نَتْلُوهُ عَلَيْكَ مِنَ الْآيَاتِ وَالذِّكْرِ الْحَكِيمِ
এইটো আমি তোমাৰ ওপৰত তিলাৱাত কৰিছো, আয়াতসমূহ আৰু হিকমতৰ (প্ৰজ্ঞাপূৰ্ণ উপদেশৰ) পৰা।
.
১১:১২
فَلَعَلَّكَ تَارِكٌ بَعْضَ مَا يُوحَىٰ إِلَيْكَ وَضَائِقٌ بِهِ صَدْرُكَ أَنْ يَقُولُوا لَوْلَا أُنْزِلَ عَلَيْهِ كَنْزٌ أَوْ جَاءَ مَعَهُ مَلَكٌ ۚ إِنَّمَا أَنْتَ نَذِيرٌ ۚ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ وَكِيلٌ
তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু ইয়াৰ দ্বাৰা তোমাৰ মন সংকুচিত হ’ব নেকি, সিহঁতৰ এই কথা কোৱাৰ বাবে যে, ‘তাৰ ওচৰত ধন-ভান্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? তুমিহে কেৱল এজন সতৰ্ককাৰী আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।
.
🌐২৭:৯২
وَأَنْ أَتْلُوَ الْقُرْآنَ ۖ فَمَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَقُلْ إِنَّمَا أَنَا مِنَ الْمُنْذِرِينَ
মোক আৰু নিৰ্দেশ দিয়া হৈছে, কোৰআন** তিলাৱত* কৰিবলৈ। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে, তেন্তে তুমি কোৱা, ‘মইহে কেৱল এজন সতৰ্ককাৰী’।
.
✍️BB-ref:(18:27)*
১৮:২৭
وَاتْلُ مَا أُوحِيَ إِلَيْكَ مِنْ كِتَابِ رَبِّكَ ۖ لَا مُبَدِّلَ لِكَلِمَاتِهِ وَلَنْ تَجِدَ مِنْ دُونِهِ مُلْتَحَدًا
আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰত যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।
(অনুগ্ৰহ কৰি ১৮:২৭নং আয়াতটো তলৰ লিংকত বিচাৰি চাওঁক: https://bit.ly/3KWXrLe
.
✍️Sam-note: Arabic: qur’ān — reading, recital, recitation, something which is read out.
.
🌐২৭:৯৩
وَقُلِ الْحَمْدُ لِلَّهِ سَيُرِيكُمْ 🔺آيَاتِهِ فَتَعْرِفُونَهَا ۚ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُونَ
আৰু কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই, অচিৰেই তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, তেতিয়া তোমালোকে সেয়া চিনিব পাৰিবা’। তোমালোকে যি কৰা সেই সম্পৰ্কে তোমাৰ ৰব অমনোযোগী নহয়।
.
✍️Sam-note/ref:(Ayats-see link at 83).
.
✍️Ap-ref:
৪১:৫৩
سَنُرِيهِمْ آيَاتِنَا فِي الْآفَاقِ وَفِي أَنْفُسِهِمْ حَتَّىٰ يَتَبَيَّنَ لَهُمْ أَنَّهُ الْحَقُّ ۗ أَوَلَمْ يَكْفِ بِرَبِّكَ أَنَّهُ عَلَىٰ كُلِّ شَيْءٍ شَهِيدٌ
অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, অৱশ্যে এইটো (কোৰআন) সত্য। এইটো তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?
.
।।।ছুৰা সমাপ্ত।।।
.
🟦WORD BY WORD MEANING:
[27:83] And (Wa) the day (Yaw'ma) We will assemble (Nah'shuru) from (Min) every (Kulli) nation
(Ummatin) a group (Faw'jan) of those who (Mimman) denied (Yukazzibu Bi) Our verses (Aayaati-naa), and
(Fa) they (Hum') will be distributed (Yuuza'uun)
[27:84] until (Hattaa), when (Izaa) they arrive (Jaauu'), HE (God) will say (Qaala), "Did you deny (Akazzab'tum
Bi) MY verses (Aayaatii), while (Wa) you have not (Lam') encompassed them (Tuhiitu' Bi-haa) in knowledge
(10:39) (il'man), or what (Ammaaza) did you (Kuntum) do (Ta'maluun)?"
[27:85] And (Wa) the word (El'Qaw'lu) will come across them (Waqaå Ålai'him) for what (Bimaa) they did
wrong (Zolamu'), and (Fa) they (Hum') will not (Laa) speak (Yantiquun).
[27:86] Do they not (Alam') see (Yaraw') that (Annaa) We have made (Jaål'naa) the night (Ellai'la) so that (Li)
they may rest (Yas'kunu') therein (Fiihi) and (Wa) the daytime (En'Nahaara) visible (Mub'siran)? Indeed
(Inna), there are (La) signs (Aayaatin) in (Fii) that (Zaalika) for (Li) people (Qaw'min) who believe (Yu'minuun).
[27:87] And (Wa) the day (Yaw'ma) the horn (Es'Suuri) will be blown (Yunfakhu Fii), then (Fa) whoever
(Man) is in (Fii) the heavens (Es'Samaawaati) and whoever (Waman) is on earth (Fiil' Ar'di) will be
frightened (Faziå) except (illa) whom (Man) GOD wills (Shaa'a-llahu). And (Wa) all (Kullun) will come to
HIM (Ataw'hu), piling up (Daakhiriin).
[27:88] And (Wa) you will see (Taraa) the mountains (El'Jibaala), you think they (Tah'sabu-haa) are rigid
(Jaamidatan), but (Wa) they (Hiya) will pass (Tamurru) as the passing (Marra) of the clouds (Es'Sahaabi); such
is the work of GOD (Sun'å-llahii), who (Ellazii) has perfected (At'qana) all (Kulla) things (Shai'in). Indeed, HE
(Innahu) is conversant (Khabiiru) with what (Bimaa) you do (Taf'åluun).
[27:89] Whoever (Man) comes (Jaa'a) with (Bi) a good deed (El'Hasanati) will have (Lahu) better (Khai'run)
than it (Min'haa), and (Wa) they (Hum) will be secured (Aaminuun) from (Min) the fright (Fazaen) on that
day (Yaw'maizin).
[27:90] And (Wa) whoever (Man) comes (Jaa'a) with (Bi) a bad deed (Es'Sayyiati), then (Fa) their faces
(Wujuuhu-hum') will be toppled (Kubbat') into (Fii) the Fire (En'Naari), "Will (Hal') you be requited
(Tuj'zaw'na) if not for (illa) what (Maa) you have (Kuntum') done (Ta'maluun)?"
[27:91] "I (Mohammed) have only (Innamaa) been commanded (-Umir'tu) to (An') worship (A'buda) the LORD
(Rabba) of this (Haazihi) city (3:96) (El'Bal'dati), who (Ellaziia) has made it sacred (holy) (Harrama-haa); and (Wa)
to HIM belongs (Lahu) all (Kullu) things (Shai'in). And (Wa) I have been commanded (Umir'tu) to (An') be
(Akuuna) of (Mina) the submitters (El'Mus'limiin)
[27:92] and (Wa) to (An') recite (18:27) (At'luu') the Koran (El'Qur'aana)." So (Fa) whoever (Mani) is guided
(Eh'tadaa), then (Fa) he is only (Innamaa) guided (Yah'tadii) for (Li) himself (Naf'si-hi); and (Wa) whoever
(Man) is misguided (Dolla), then (Fa) say (Qul'), "I am (Ana') only (Innamaa) one of (Mina) the warners
(El'Munziriin)."
[27:93] And (Wa) say (Quli): "Praise (El'Hamdu) be to GOD (Lillahi), HE will show you (p) (Sa Yurii-kum') HIS
signs (Aayaati-hi), and (Fa) you will recognize them (Ta'rifuuna-haa). And (Wa) your LORD (S) (Rabbu-ka) is
not (Maa Bi) heedless (Gaafilin) of what (Åmmaa) you do (Ta'maluun)."
.
...End of this Chapter...
syedraf, #muktabulhussain,08-09-2022, Nzvil.
Comments
Post a Comment