🌀🌐মিনি সূচিঃ২৯:মিনি সূচিঃছূৰা আল-আনকাবুত-(০১-৬৯)
🔺বি:টোকা:PART-361(29:01-10)Al-'Ankaboot
Introduction and Assume Sections
২৯:২-৩(The Test is Mandatory)
২৯:৬✅{জিহাদ=strives(প্ৰচেষ্টা চলোৱা) =jāhada=جَاهَدَ}{সৎকৰ্ম/অসৎকৰ্ম নিজৰ বাবেই কৰে (ref:মানুহক সৃষ্টি কৰা হৈছে কঠোৰ দুখ-কষ্টৰ মাজত।)}
২৯:৭(ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, ইত্যাদি: তলৰ লিংকত ২৮:৬৭ আয়াতৰ টোকা চাওঁক)
২৯:৮{শ্বিৰ্ক* বাদ দি পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা(*The fact is that there is none in the entire universe who can share any
authority with Allah)}
২৯:১০(মুনাফিকসকলৰ মনোভাৱ আৰু আল্লাহে মানুহক পৰীক্ষা কৰাৰ উপায়)
.
🔺362-বিঃটোকাঃPART-362(29:11-22)Al-'Ankaboot
🌀২৯:১১(Qur’anic definition: munāfiqūn- Note)
🌀২৯:১২-১৩(প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব- টোকা চাওঁক)
🌀২৯:১৪✅(According to the Quran Noah was 950 old when he died. Using “Sana” in the verse when historical research will become conclusive- SEE NOTES)
🌀২৯:১৬(Abraham, the Legendary Iconoclast)
🌀২৯:১৮✅(আল্লাহৰ বাণী প্ৰচাৰ কৰাটোৱেই কেৱল ৰাছুলৰ গুৰু দায়িত্ব। Obey Messenger মানে কি? - টোকা চাওঁক)
🌀২৯:১৯-২০✅(Study the Origin of Life(EDIP Note):link:)
🌀২৯:২২(never - not on earth and not in the heavens - you can hope to defy Allah's laws)
.
🔺363-বিঃটোকাঃPART-363(29:23-31)Al-'Ankaboot
২৯:২৪✅(ইব্ৰাহীমক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া- আচলতে তেওঁক জুইত নিক্ষেপেই কৰিবই নোৱাৰিলে- টোকাত লিংক চাওঁক)(MALAIKA VISIT ABRAHAM AND LOT)
২৯:২৫{মূৰ্তি-পূজা বিগত প্ৰজন্মৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা মনোভাৱৰ কেৱল অন্ধ অনুকৰণ (তাকলিদ)ৰ ফল}
২৯:২৭(আল্লাহে ইব্ৰাহীমক দান কৰিলে ইছহাক্ব আৰু ইয়াকূব।)
২৯:৩১(Historical note: Abraham lived in Hebron, Palestine about 2,000 BC.)(Now,2,000+2,022=4,022yrs)
.
২৯:৩৬(GOD'S IMMUTABLE SYSTEM: THE CORRUPT ARE DESTROYED)(Shu`aib)
২৯:৪১(THE SPIDER'S WEB IS FRAGILE AND UNSAFE)
২৯:৪৩(আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেই সেয়া বুজি পায়।)
.
২৯:৪৫(প্ৰচলিত হাদিস/ফিকাহআদিৰে মানুহে বনোৱা "নামাজ"ৰ(A-Z) লগত কোৰআনৰ ছালাতৰ কোনো সন্মন্ধ নাই। যিকিৰ কি?- see Note Pl)
২৯:৪৮(এই আয়াতত মহম্মদেযে পূৰ্বে নাযিল হোৱা কোনো কিতাব পঢ়া বা লিখা নাছিল সেই কথা কৈছে। বৰ্তমান গোটেই পৃথিৱীৰ আলিম ওলামা জাতীয় মজহাবিসকলে মহম্মদেযে অশিক্ষিত নাছিল(উম্মি) তাক মানিব নোখোজে-টোকা চাওঁক)
২৯:৫৫(দোযখৰ বৰ্ননা- টোকা চাওঁক)
.
💥২৯:৫৬(মুমিনে যিকোনো পৰিস্থিতিতে আল্লাহৰ ইবাদত কৰে, প্ৰয়োজনত হিজৰত কৰে- টোকা চাব)
(I have not created the jinn and the humans except to worship Me. 51:56, BUT WHAT IS IBADAH/WORSHIP -see v.sp.link)
💥২৯:৫৭(প্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; -টোকা চাব)
💥২৯:৫৮-৫৯( যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে অৱশ্যে আল্লাহে তেওঁলোকৰ জান্নাতত ৰাখিব- টোকা চাব)
💥২৯:৬০(ref:পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই)
💥২৯:৬১(Most Believers Destined for Hell- ref:সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে)
💥২৯:৬৪(এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই প্ৰকৃত জীৱন)
💥২৯:৬৭(The Blessing of the Sanctuary Mecca- see notes)
💥২৯:৬৮("সত্য" অৰ্থাৎ কোৰআন আহি যোৱাৰ পাছত তাক অস্বীকাৰ কৰি মিছা ৰচনাৰ কিতাপেৰে আমল কৰা সকল যালিম। জাহান্নামেই তেওঁলোকৰ আবাসস্থল। মহম্মদ (আ:ছা:) কাৰো কাৰ্যনিৰ্বাহক নহয়- টোকা চাব)
💥২৯:৬৯(যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা(Jihad)* চলায়, আমি তেওঁলোকক অৱশ্যে আমাৰ পথসমূহৰ হিদায়ত দান কৰিম-টোকা চাওঁক)
।।ছুৰা অন্ত।।
🔺-🔺-🔺
Comments
Post a Comment