🌀⚫২৬:মিনি সূচিঃছূৰা আশ্ব-শ্বুআৰা-(০১-২২৭)

Pre-Page....
২৬:১-২(হুৰুফ মুক্কাতাট আৰু ইয়াৰ উত্তৰ -টোকা)
২৬:৩-৪📍(আমি পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ হাদিসৰ প্ৰতি আহ্বান কৰো। ইয়াৰ প্ৰতি বিশ্বাস কৰা বা নকৰাৰ ফলাফলেই এই দুই আয়াত:২৬:৩-৪-টোকা)
২৬:১০(Moses and Aaron Risk Their Lives to Free the Children of Israel)
২৬:১৩[২০:২৫-২৬-দোৱা:
قَالَ (رَبِّ اشْرَحْ لِي صَدْرِي وَيَسِّرْ لِي أَمْرِي.......)]
২৬:১৪(মুছাৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো* আছে, অভিযোগ ২৮:১৫ - টোকা চাওঁক)
.
26:18-33(Moses is Called and Sent to Pharaoh-Verses 26:10-33)
26:34-37(Moses and the Enchanters-Verses 26:34-51)
.
২৬:৪৬(The Experts See the Truth-
তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল)
২৬:৪৯(🟣Extra: এই আয়াতত أَرْجُلَكُمْ শব্দটো আছে। টোকা চাওঁক)
২৬:৫৩(ফিৰআউনৰ দাসত্ব বজাই ৰখাৰ প্ৰচেষ্টা বিফল হয়)
.
২৬:৬৯(ABRAHAM: SERVE NONE BUT GOD)
২৬:৭০-৭৬✅(মূৰ্তিপূজা-৭১ত লিংক চাব)
২৬:৮৬✅(ইব্ৰাহিমে-আ:ছা: পিতৃক ক্ষমাৰ দোৱা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে-৯:১১৪)
২৬:১০২-১০৩(প্ৰকৃত মুমিন কোন? টোকা/লিংক চাওঁক)
.
২৬:১০৫(Noah and his Arrogant People)
২৬:১২৩(HUD: SHOW APPRECIATION)
২৬:১৪১(SALEH: PRACTICE RESTRAINT)
.
২৬:১৪১(Salih and the People of Thamud)
২৬:১৪৬(A Reminder to Them of their Circumstances and the Blessings)
২৬:১৫৩(The Response of Thamud, Their Demand for a Sign, and Their Punishment)
.
২৬:১৬০(Lot and Transgrassing Homosexuals)
২৬:১৭১(The old woman was Lots' wife-Note)
২৬:১৭৬(শ্বুয়াইব আৰু আল-আইকাহৰ বাসিন্দাসকলৰ ওচৰত তেওঁৰ প্ৰচাৰ)
২৬:১৮১(সম্পূৰ্ণ জোখ দিবলৈ আদেশ)
২৬:১৮৫(শ্বুয়াইবৰ সমাজৰ প্ৰতিক্ৰিয়া, তেওঁৰ ওপৰত তেওঁলোকৰ অবিশ্বাস আৰু তেওঁলোকৰ ওপৰত শাস্তিৰ আগমন)
২৬:১৯২-১৯৪✅(The Qur'an was revealed by Allah through Ruh-ul-Qudus On Muhammad -47:2,6:19-see note)
২৬:১৯৫(in the clear Arabic tongue)
২৬:১৯৬(The Qur'an was mentioned in the Previous Scriptures-2:97).
.
26:213(আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা-Ref/notes)
26:214✅(কোৰআনৰ সত্য প্ৰচাৰ কৰিবলৈ প্ৰত্যেক বিশ্বাসীজন বাধ্য,ই আল্লাহৰ হুকুম-addressed to man in general-26:213)
26:01-227💥(SRV-Similarly Repeated Verses:
See bottom)
26:221-222✅(চয়তান অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত।)
🟡🟡The end Chapter🟡🟡

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)