🟤Part-679(110:01-03)(111:01-05)Al-Nassr/Al-Masad(Tabbat...)
✔️Part-679(110:01-03)(111:01-05)
Al-Nassr/Al-Masad
✔️Video- https://rb.gy/u085h by Muktabul
.____________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.____________________________________________
✔️Pre-Page:Al-Nassr-110:01-03
শ্বানে নুযুল(https://t.ly/mQr31) হ'ল কোৰআনৰ পৰা মানুহক আঁতৰাই ৰখা এক নিকৃষ্ট কৌশল।
পৰম্পৰাগত ধাৰাবাহিকসমূহে(Traditional commentaries), এই দৃষ্টান্তত, আমাক দেখুৱাইছে যে আল্লাহে নিজৰ মহান মিছন সম্পূৰ্ণ কৰাৰ পিছত ৰছুলজনক জিৰণি ল’বলৈ, প্ৰাৰ্থনাৰ জাইনামাজত বহি তচবিহ লৈ থাকিবলৈ, তেওঁৰ প্ৰশংসা কৰিবলৈ আৰু তেওঁৰ পাপৰ ক্ষমা বিচাৰিবলৈ পৰামৰ্শ দিয়ে। এই সকলোবোৰ মূল কোৰআনৰ বাহিৰৰ ফল, কোৰআনৰ ডাঙৰ ছবিখনক অৱহেলা কৰি ভিত্তিহীন পৰম্পৰাৰ ওচৰত বলি হোৱা।
Traditional commentaries, in this instance, show us God admonishing the exalted Messenger, after completing His Noble mission, to relax, sit down on a prayer-rug, hold on to a rosary bead, hymn His praises and ask forgiveness for his sins! All this is the consequence of disregarding the original Qur’anic dialect, the Big Picture of the Qur’an, and succumbing to unfounded traditions-(sa).
.____________________________________________
✔️The latest Academic & Rational Translation:
110:1-3 “Now when God’s succor has come and the big victory is achieved, and you have witnessed people entering the divine System of Conduct in flocks, you must get down to exert all your resources (fa-sabbih) towards creating a general state in society where your Sustainer’s praise and appreciation becomes imminent (bi-hamdi Rabbi-ka); and keep seeking His protection (astaghfir-hu). Indeed, He is the One who reverts to you with mercy."(Aurng).
(শেহতীয়া একাডেমিক আৰু যুক্তিসংগত অনুবাদ:
১১০:১-৩ “এতিয়া যেতিয়া আল্লাহৰ সহায় আহিব আৰু ডাঙৰ বিজয় হ’ব, আৰু আপুনি মানুহক জাক-জাকত আল্লাহৰ আচৰণ ব্যৱস্থাত প্ৰৱেশ কৰা দেখিব(তলত ২নংত ref. চাব), তেতিয়া আপুনি আপোনাৰ সকলো সম্পদ (ফা-ছাব্বী) প্ৰয়োগ কৰিবলৈ নামিব লাগিব সমাজৰ সাধাৰণ অৱস্থা য'ত আপোনাৰ জীৱিকাৰ প্ৰশংসা আৰু প্ৰশংসা আগতীয়া হৈ পৰে (বি-হামদি ৰাব্বি-কা); আৰু তেওঁৰ ৰক্ষা বিচাৰি থাকিব (আস্তাঘফিৰ-হু)। সঁচাকৈয়ে তেওঁৱেই সেইজন যিয়ে তোমালোকৰ ওচৰলৈ দয়াৰে উভতি আহে।")
.____________________________________________
মিনি সূচিঃPart-679(110:01-03)(111:01-05)
Al-Nassr/Al-Masad
(Shane Nuzul? See in Pre-Page link)
১১০:১-৩(যেতিয়া আল্লাহৰ সহায় আহিব আৰু ডাঙৰ বিজয় হ’ব, আৰু আপুনি মানুহক জাক-জাকত আল্লাহৰ আচৰণ ব্যৱস্থাত প্ৰৱেশ কৰা দেখিব(তলত ২নংত ref. চাব)।
তাছবীহ(from Sabah) আৰু জিকিৰ(উপদেশ অৰ্থাৎ কোৰআন) এটা মুদ্ৰাৰ ইপিঠ সিপিঠ -২০:৩৩-৩৪।
১১১:১-৫(আবু নহয় আবি লাহাব মানে জুইশিখাৰ বাপেক। এওঁ ইবলিছৰ পৰা চয়তান হোৱা জন। কোনো ৰছুল মহম্মদৰ অঙহী বঙহী নহয়।)
.____________________________________________
🟤১১০:১
إِذَا جَاءَ نَصْرُ اللَّهِ وَالْفَتْحُ
যেতিয়া আল্লাহৰ সহায় আৰু বিজয়* আহিব,
.
✍️BB-ref:(48:1)*
৪৮:১
إِنَّا فَتَحْنَا لَكَ فَتْحًا مُبِينًا
নিশ্চয় আমি তোমাক প্ৰদান কৰিছো সুস্পষ্ট বিজয়,
(মিনি সূচিৰ সৈতে ৪৮:১নং আয়াতৰ বিশ্লেষণ তলৰ লিংকত বিচাৰি চাওক:
.____________________________________________
🟤১১০:২
وَرَأَيْتَ النَّاسَ يَدْخُلُونَ فِي دِينِ اللَّهِ أَفْوَاجًا
আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত* প্ৰৱেশ কৰোতে দেখিবা,
.
✍️BB-ref:(3:83)*
৩:৮৩
أَفَغَيْرَ دِينِ اللَّهِ يَبْغُونَ وَلَهُ أَسْلَمَ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ طَوْعًا وَكَرْهًا وَإِلَيْهِ يُرْجَعُونَ
সিহঁতে আল্লাহৰ দ্বীনৰ পৰিবৰ্তে আন কিবা বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে ইচ্ছাতে হওঁক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে; আৰু তেওঁৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
.
✍️Verse/Note:(1-2).
110:2 And you see the people enter God’s Religion in throngs. [19:96](sa).
(১৯:৯৬
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَيَجْعَلُ لَهُمُ الرَّحْمَٰنُ وُدًّا
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (বান্দাসকলৰ হৃদয়ত) ভালপোৱা সৃষ্টি কৰিব।
-Pl find the verse notes of 19:96 in the link:
.
✍️ref-as:
৩:১৯
إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱল-মাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
.____________________________________________
🟤১১০:৩
فَسَبِّحْ* بِحَمْدِ رَبِّكَ وَاسْتَغْفِرْهُ ۚ إِنَّهُ كَانَ تَوَّابًا
তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাসহ* তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।
.
✍️Note-sam:2:30.
Tasbeeh from Sabah = Swim with long strides = Strive hard = Apply oneself to a mission. Moses and Aaron Haroon did Tasbeeh -strove hard against Pharaoh 20:33.
(২০:৩৩-৩৪
كَيْ نُسَبِّحَكَ كَثِيرًا
‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ,
২০:৩৪
وَنَذْكُرَكَ كَثِيرًا
‘আৰু অধিক পৰিমাণে স্মৰণ কৰিব পাৰোঁ।)
Arabic root: *s-b-ḥ. The form II of this root is generally translated extol or glory — both of which are correct. However, this is not simply a mouthing of empty sentiments but an engaged consideration and expression of the majesty and wonder of that Being who created the heavens and the earth and everything within them, the function of which is to render to God that which is his due. See 87:1-5.
.
✍️Verse/Note-sa:
110:3 (Think not that your job is done.) Then strive hard to make the Divine System a living witness to the glory and praise of your Lord. And you shall remain vigilant to guard the System as a helmet guards the head. Indeed, He is ever Responsive to your efforts. [47:38, 94:7-8]
(Google translate as it found, no guarantee:
১১০:৩ (আপোনাৰ কাম সম্পূৰ্ণ হৈছে বুলি নাভাবিব।) তেতিয়া আল্লাহৰ ব্যৱস্থাক আপোনাৰ প্ৰভুৰ মহিমা আৰু প্ৰশংসাৰ জীৱন্ত সাক্ষী কৰি তুলিবলৈ কঠোৰ চেষ্টা কৰক। আৰু হেলমেটে মূৰটো পহৰা দিয়াৰ দৰে আপুনি চিষ্টেমটোক পহৰা দিবলৈ সজাগ হৈ থাকিব। সঁচাকৈয়ে, তেওঁ আপোনাৰ প্ৰচেষ্টাৰ প্ৰতি সদায় সঁহাৰি জনায়। [৪৭:৩৮, ৯৪:৭-৮]
(৪৭:৩৮
هَا أَنْتُمْ هَٰؤُلَاءِ تُدْعَوْنَ لِتُنْفِقُوا فِي سَبِيلِ اللَّهِ فَمِنْكُمْ مَنْ يَبْخَلُ ۖ وَمَنْ يَبْخَلْ فَإِنَّمَا يَبْخَلُ عَنْ نَفْسِهِ ۚ وَاللَّهُ الْغَنِيُّ وَأَنْتُمُ الْفُقَرَاءُ ۚ وَإِنْ تَتَوَلَّوْا يَسْتَبْدِلْ قَوْمًا غَيْرَكُمْ ثُمَّ لَا يَكُونُوا أَمْثَالَكُمْ
চোৱা, তোমালোকেই সেইসকল লোক, যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে, কিন্তু যিয়ে কৃপণালি কৰিছে সি নিজৰ প্ৰতিহে কৃপণালি কৰিছে। (জানি থোৱা!) আল্লাহ অভাৱমুক্ত আৰু তোমালোক অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব; সিহঁত কিন্তু তোমালোকৰ দৰে নহ’ব।
.
৯৪:৭-৮
فَإِذَا فَرَغْتَ فَانْصَبْ
এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।
৯৪:৮
وَإِلَىٰ رَبِّكَ فَارْغَبْ
আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।)
.____________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[110:1] When (Izaa) the victory (Nas'ru)* of GOD (Ellahi) comes (Jaa'a) and (Wa) the conquest (48:1) (El'Fat'h),
[110:2] and (Wa) you (s) see (Ra’ai'ta) the people (En'Naasa) entering (Yad'khuluuna) into (Fii) the religion of
GOD (3:83) (Diini-llahi) in droves (Af'waajaa),
[110:3] then (Fa) glorify (Sabbih') with (Bi) praise (Ham'di) of your LORD (s) (Rabbi-ka) and (Wa) seek HIS
forgiveness (Es'tag'fir'hu). Indeed, HE (Innahu) is (Kaana) Compassionate (Tawwaaba).
____________________________________________
⬇️Al-Masad(111:01-05)(Tabbat Yadaa)⬇️
.___________________________________________
✔️ Pre-Page: আবু নহয় আবি লাহাব মানে জুইশিখাৰ বাপেক। এওঁ ইবলিছৰ পৰা চয়তান হোৱা জন। কোনো ৰছুল মহম্মদৰ অঙহী বঙহী নহয়। এইবোৰ KCN তকৈ জহৰ বুখাৰিআদিৰ আবিস্কাৰ (এই ছুৰাৰ শ্বানে নুযুল চাওঁক-https://t.ly/HIprF)
চয়তানৰ বাপেকৰ মানুহৰ ৰূপটো ফেৰাওন হিচাপে প্ৰতিফলিত হৈছে। Abu lahab is firuan and his wife was a good one she take the burden on her neck form musa.
refs:৪০:৩৬-৩৭, ২২:১৫।।১১:১০১(-১০৯),২৮:৩৮।।
v=3 ১১:৯৬-৯৮, ২৮:৩৯-৪০, ৪০:৪৫
.___________________________________________
🟢১১১:১
تَبَّتْ يَدَا أَبِي لَهَبٍ وَتَبَّ
ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে।(see the word by word translation below)
.
✍️BB-refs: (7:11-18 / 18:50)
৭:১১
وَلَقَدْ خَلَقْنَاكُمْ ثُمَّ صَوَّرْنَاكُمْ ثُمَّ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ لَمْ يَكُنْ مِنَ السَّاجِدِينَ
আৰু নিশ্চয় আমি তোমালোকক সৃষ্টি কৰিছো, তাৰ পিছত আমি তোমালোকক আকৃতি প্ৰদান কৰিছো, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছো, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।
(Pl see 7:11-18 in the link in the mini content Part -✔️142 then open the explanation inside fb link:
.
১৮:৫০
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ كَانَ مِنَ الْجِنِّ فَفَسَقَ عَنْ أَمْرِ رَبِّهِ ۗ أَفَتَتَّخِذُونَهُ وَذُرِّيَّتَهُ أَوْلِيَاءَ مِنْ دُونِي وَهُمْ لَكُمْ عَدُوٌّ ۚ بِئْسَ لِلظَّالِمِينَ بَدَلًا
আৰু স্মৰণ কৰা, আমি যেতিয়া ফিৰিস্তাসকলক কৈছিলো, ‘আদমৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে, সি আছিল জিনসকলৰ বংশধৰ, সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে। তেন্তে তোমালোকে মোৰ পৰিবৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিবা নেকি? অথচ সিহঁত তোমালোকৰ শত্ৰু। যালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট!
.___________________________________________
🟢১১১:২
مَا أَغْنَىٰ عَنْهُ مَالُهُ وَمَا كَسَبَ
তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।
.
✍️Note-caps.gp-rf:V:1-2.
৪০:৩৬-৩৭
وَقَالَ فِرْعَوْنُ يَا هَامَانُ ابْنِ لِي صَرْحًا لَعَلِّي أَبْلُغُ الْأَسْبَابَ
আৰু ফিৰআউনে ক’লে, ‘হে হামান! মোৰ বাবে তুমি এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা যাতে মই উপায় পাওঁ,
৪০:৩৭
أَسْبَابَ السَّمَاوَاتِ فَأَطَّلِعَ إِلَىٰ إِلَٰهِ مُوسَىٰ وَإِنِّي لَأَظُنُّهُ كَاذِبًا ۚ وَكَذَٰلِكَ زُيِّنَ لِفِرْعَوْنَ سُوءُ عَمَلِهِ وَصُدَّ عَنِ السَّبِيلِ ۚ وَمَا كَيْدُ فِرْعَوْنَ إِلَّا فِي تَبَابٍ
‘আকাশসমূহত আৰোহণৰ উপায়, যাতে মই মুছাৰ ইলাহক ভুমুকি মাৰি চাব পাৰো, অৱশ্যে মই তাক মিছলীয়া বুলিহে ভাৱোঁ’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰা হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল আৰু ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল।
.
১১:১০১
وَمَا ظَلَمْنَاهُمْ وَلَٰكِنْ ظَلَمُوا أَنْفُسَهُمْ ۖ فَمَا أَغْنَتْ عَنْهُمْ آلِهَتُهُمُ الَّتِي يَدْعُونَ مِنْ دُونِ اللَّهِ مِنْ شَيْءٍ لَمَّا جَاءَ أَمْرُ رَبِّكَ ۖ وَمَا زَادُوهُمْ غَيْرَ تَتْبِيبٍ
আৰু আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলো সিহঁতে নিজেই নিজৰ অন্যায় কৰিছিল। তাৰ পিছত যেতিয়া তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ আহি পালে, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যি উপাস্যসমূহৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত নাহিল; আৰু সিহঁতে নিজৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।
.
২৮:৩৮
وَقَالَ فِرْعَوْنُ يَا أَيُّهَا الْمَلَأُ مَا عَلِمْتُ لَكُمْ مِنْ إِلَٰهٍ غَيْرِي فَأَوْقِدْ لِي يَا هَامَانُ عَلَى الطِّينِ فَاجْعَلْ لِي صَرْحًا لَعَلِّي أَطَّلِعُ إِلَىٰ إِلَٰهِ مُوسَىٰ وَإِنِّي لَأَظُنُّهُ مِنَ الْكَاذِبِينَ
ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইটা তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, সম্ভৱতঃ তাত উঠি মই মুছাৰ ইলাহক দেখিব পাৰিম। কিন্তু মোৰ মতে সি এজন মিছলীয়া’।
.___________________________________________
🟢১১১:৩
سَيَصْلَىٰ نَارًا ذَاتَ لَهَبٍ
অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।
.
✍️Note-cap.gp-rf:V-3.
১১:৯৬-৯৮
وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِآيَاتِنَا وَسُلْطَانٍ مُبِينٍ
আৰু অৱশ্যে আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো।
১১:৯৭
إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ فَاتَّبَعُوا أَمْرَ فِرْعَوْنَ ۖ وَمَا أَمْرُ فِرْعَوْنَ بِرَشِيدٍ
ফিৰআউন আৰু তাৰ নেতৃবৃন্দৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল।
১১:৯৮
يَقْدُمُ قَوْمَهُ يَوْمَ الْقِيَامَةِ فَأَوْرَدَهُمُ النَّارَ ۖ وَبِئْسَ الْوِرْدُ الْمَوْرُودُ
সি কিয়ামতৰ দিনা তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সি সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেয়া উপনীত হোৱাৰ কিমান যে নিকৃষ্ট স্থান!
.
২৮:৩৯-৪০
وَاسْتَكْبَرَ هُوَ وَجُنُودُهُ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَظَنُّوا أَنَّهُمْ إِلَيْنَا لَا يُرْجَعُونَ
ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাৱিছিল যে, সিহঁতক আমাৰ ওচৰলৈ ওভোতাই অনা নহ’ব।
২৮:৪০
فَأَخَذْنَاهُ وَجُنُودَهُ فَنَبَذْنَاهُمْ فِي الْيَمِّ ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الظَّالِمِينَ
সেয়ে আমি তাক আৰু তাৰ সৈন্যবাহিনীক ধৰিলো আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিলো। এতেকে চোৱা, যালিমসকলৰ পৰিণাম কেনেকুৱা হৈছিল!
.
৪০:৪৫
فَوَقَاهُ اللَّهُ سَيِّئَاتِ مَا مَكَرُوا ۖ وَحَاقَ بِآلِ فِرْعَوْنَ سُوءُ الْعَذَابِ
ফলত আল্লাহে তেওঁক সিহঁতৰ যড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰআউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে,
.___________________________________________
🟢১১১:৪
وَامْرَأَتُهُ حَمَّالَةَ الْحَطَبِ
আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,
.
✍️Note-rf:
Abu lahab is firuan and his wife was a good one she take the burden on her neck form musa.
🍁V:4-5
২৮:৮-৯
فَالْتَقَطَهُ آلُ فِرْعَوْنَ لِيَكُونَ لَهُمْ عَدُوًّا وَحَزَنًا ۗ إِنَّ فِرْعَوْنَ وَهَامَانَ وَجُنُودَهُمَا كَانُوا خَاطِئِينَ
তাৰ পিছত ফিৰআউনৰ পৰিয়ালে তাক (সাগৰৰ পৰা) তুলি নিলে। যাতে তেওঁ সিহঁতৰ শত্ৰু আৰু দুখৰ কাৰণ হয়। নিশ্চয় ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনী আছিল অপৰাধী।
২৮:৯
وَقَالَتِ امْرَأَتُ فِرْعَوْنَ قُرَّتُ عَيْنٍ لِي وَلَكَ ۖ لَا تَقْتُلُوهُ عَسَىٰ أَنْ يَنْفَعَنَا أَوْ نَتَّخِذَهُ وَلَدًا وَهُمْ لَا يَشْعُرُونَ
ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ‘এই শিশুটি মোৰ আৰু তোমাৰ নয়ন-প্ৰীতিকৰ। ইয়াক হত্যা নকৰিবা। ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰো’। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাই।
.
🟢১১১:৫
فِي جِيدِهَا حَبْلٌ مِنْ مَسَدٍ
তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[111:1] The handwork (Yadaa) of the father (don) (Abii) of flames (Lahabin) has been destroyed (Tabbat'),
and (Wa) he will perish (Tabba). (7:11-18 / 18:50)
[111:2] Neither (Maa) his wealth (Maalu-hu) nor what (Wamaa) he earned (Kasab) will avail him (Ag'naa
Ån'hu).
[111:3] He will burn (Sa Yas'laa) in a fire (Naaran) of (Zaata) flame (Lahab),
[111:4] and (Wa) his wife (Em'ra-atu-hu), will be the carrier (Hammaalata) of firewood (El'Hatob)
[111:5] with a rope (Hab'lun) of (Min) fibre (Masad)* around (Fii) her neck (Jiidi-haa).
।।।______________________________________।।।
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 28.08.2023-Naz-villa✔️
🔴Work Progress ~ 99.90%
🟡Approx. Pages~ 4,537 nos.
⚫Parts ~ 679 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"
Comments
Post a Comment