😈Part-670(98:01-08)Al-Bayyinah (Proof)

✔️Part-670(98:01-08)Al-Bayyinah (Proof)
.___________________________________________
✔️"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"ৰ খণ্ডৰ আৰম্ভণিত বিশেষ টোকা আৰু লিংক:
.___________________________________________
✔️98:1-8: The latest Academic & Rational Translation: https://rb.gy/mjf1s 
.___________________________________________
মিনি সূচিঃPart-670(98:01-08)Al-Bayyinah (Proof)
৯৮:১(Who are Ahle-Kitab. Allah does is not talking about Jews or Christians when referring to Yahood or Nasara- as all wrong translation-see Note)
৯৮:২-৩(ৰছুলৰ হাতত কিতাপ আছিল যিখন তেওঁ পাঠ কৰিছিল য'ত দ্বীন ইছলামৰ বিধান আগতে যিটো আছিল আজিও সেইটোৱেই আছে আৰু ইয়াক কাগজ ধৰণৰ কাগজত লিখা হৈছিল তাকো নিজ হাতে চাহাবাক লগতলৈ লিখিছিল- টোকা আছে)
৯৮:৪-৬{আহলে-কিতাপধাৰিসকলৰ(ইয়াৰ সূত্ৰৰ বাবে ১চাব) মাজত যিসকলে নিজকে মুছলিম বুলি কৈ আহিছিল কোৰআন অহাৰ পাছত তেওঁলোক মুমিন আৰু ফাছিক হিচাপে ভাগহৈ গ'ল)
৯৮:৭-৮(ইছলামৰ মূলমন্ত্ৰ হৈছে, যিসকলে ঈমান আনিছে আৰু নেক কাম কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।)
.___________________________________________
😈৯৮:১
 لَمْ يَكُنِ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ🌴 وَالْمُشْرِكِينَ مُنْفَكِّينَ حَتَّىٰ تَأْتِيَهُمُ الْبَيِّنَةُ
আহলে কিতাবসকলৰ🌴 মাজত যিসকলে কুফৰী কৰিছে আৰু মুশ্বৰিকসকল, সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল।
.
✍️Note on AHLE-KITAB:🌴
এক দীঘলিয়া আলোচনাৰ পৰা[{আলোচনা বোৰ ইয়াত চাওঁক: sl 47-✔️B: https://t.ly/1kHnd }] দেখা গ'লযে আহলে- কিতাপ বুলিলে কেৱল ইহুদী, খৃষ্টানসকলকে নুবুজায়😈, ই সমগ্ৰ মানৱ জাতিক সামৰি লয়ঃ 22:1
(😈 কোৰআনত ইহুদী, নাছাৰা বুলি কৈছে। নাছাৰাক খৃষ্টানসকল বুলি কোৱাটো সাংঘাটিক ভুল আৰু ভুৱা অনুবাদ।আচল কথা জানিলে ভৰিৰ তলৰ মাটি হেৰুৱাব- লিঙ্ক: https://rb.gy/w74am)।
⬇⬇
١:٢٢
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ يَا أَيُّهَا النَّاسُ اتَّقُوا رَبَّكُمْ ۚ إِنَّ زَلْزَلَةَ السَّاعَةِ شَيْءٌ عَظِيمٌ
২২:১
হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়!
.
মানৱজাতি বুলিলে আদমৰ আঃছাঃ পৰা শেষবিচাৰৰ লৈকে সকলো মানুহক বুজুৱা হৈছে।।।
এই মানুহখিনিক এল্লাহে দুটা ভাগত বিভক্ত কৰিছেঃ মুমিন আৰু ✈ফাছিক্কঃ
١١٠:٣
كُنْتُمْ خَيْرَ أُمَّةٍ أُخْرِجَتْ لِلنَّاسِ تَأْمُرُونَ بِالْمَعْرُوفِ وَتَنْهَوْنَ عَنِ الْمُنْكَرِ وَتُؤْمِنُونَ بِاللَّهِ ۗ وَلَوْ آمَنَ أَهْلُ الْكِتَابِ لَكَانَ خَيْرًا لَهُمْ ۚ مِنْهُمُ الْمُؤْمِنُونَ وَأَكْثَرُهُمُ ✈الْفَاسِقُونَ
৩:১১০
তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱ জাতিৰ হিদায়তৰ বাবে যিসকলক উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকামৰ আদেশ দিয়া আৰু অসৎকামৰ পৰা নিষেধ কৰা আৰু আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা।🌶 আৰু আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লেহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিন আছে; কিন্তু সিহঁতৰ অধিকাংশই ফাছিক্ব✈।
(Edip-"The verse does not limit the addressee to the era of prophet Muhammed; all monotheists, all submitters to God alone fit the description").
✈ফাছিক্ব=Root:=ف س ق
অৰ্থঃ অবাধ্যতা, বিপথগামী, আদেশ অমান্য কৰা, দুষ্ট হোৱা, নকল হোৱা, অশ্লীলতা কৰা, বিকৃত হোৱা, কৃপণ হোৱা, বেয়া কাম কৰা।
.
কিন্তু তথা-কথিত পণ্ডিতসকলে উক্ত আয়াতত মানুহক 🌶এই চিহ্নলৈকে কৈ বাকীখিনি লুকুৱাই দিয়ে, নহলেযে নিজেই জালত ফাঁচি যাব!!শেষৰ লাইন মন কৰিব "সিহঁতৰ ✔অধিকাংশই ফাছিক"।
.___________________________________________
😈৯৮:২
رَسُولٌ مِنَ اللَّهِ يَتْلُو صُحُفًا مُطَهَّرَةً
আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱাত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,
.
✍️Verse/Note:
98:2 (The evidence that) a Messenger from God is conveying to them in purified Scrolls.

Note:
That are well-scored and well-written on parchment by honored scribes. 52:2, 80:13
(৫২:২
وَكِتَابٍ مَسْطُورٍ
শপত কিতাবৰ যিটো লিপিবদ্ধ আছে,
৫২:৩
فِي رَقٍّ مَنْشُورٍ
উন্মুক্ত পাতত।
- (কিতাপখন কিহত লিখা আছে?কোৰআন ডাইৰেক্ত কাগজত(ছামৰাৰ) লিখা হৈছিল। ভেজাল হাদিসে কোৱাৰ দৰে কোনো bones, date-leaves, stones লিখাৰ প্ৰমাণ কোৰআনে দিয়া নাই:
.
৮০:১৩
فِي صُحُفٍ مُكَرَّمَةٍ
এইটো মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ।)
(- Pl find the verse 80:13 in the link:
.
✍️Ap-refs:(80:13-16)
.___________________________________________
😈৯৮:৩
فِيهَا كُتُبٌ قَيِّمَةٌ
য’ত আছে সঠিক বিধিবদ্ধ বিধান।
.
✍️Note-as:
আল্লাহে কাকো ভুল বিশ্বাস আৰু ভুলৰ বাবে দোষী সাব্যস্ত নকৰে  যদিহে তেওঁক আগতে সঠিক আৰু অনুচিতৰ প্ৰকৃত অৰ্থ স্পষ্ট কৰা হোৱা নাই (৬:১৩১ আৰু ১৭:১৫ )।  সেয়েহে ওপৰত "সত্যৰ প্ৰমাণ"ৰ উল্লেখ কেৱল কোৰআন আৰু মহম্মদৰ সৈতে জড়িত নহয় বৰঞ্চ পূৰ্বৰ সকলো নবী আৰু ওহীৰ সৈতেও জড়িত (৪২:১৩ আৰু ১২-১৪)  - ঠিক যেনেকৈ "সত্য সত্য আৰু স্পষ্টতাৰ অধ্যাদেশ" (তলত ৫ নং আয়াতত কোৱা হৈছে) সকলো আল্লাহৰ-প্ৰেৰিত বাৰ্তাৰ বাবে সাধাৰণ, যাৰ চূড়ান্ত, আটাইতকৈ নিখুঁত প্ৰকাশ হৈছে কোৰআন।
(৬:১৩১
ذَٰلِكَ أَنْ لَمْ يَكُنْ رَبُّكَ مُهْلِكَ الْقُرَىٰ بِظُلْمٍ وَأَهْلُهَا غَافِلُونَ
এইটো এইবাবে যে, অধিবাসীসকল গাফিল থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰা তোমাৰ প্ৰতিপালকৰ কাম নহয়।
.
১৭:১৫
مَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۗ وَمَا كُنَّا مُعَذِّبِينَ حَتَّىٰ نَبْعَثَ رَسُولًا
যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় অৱশ্যে সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। আৰু কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব। আৰু ৰাছুল প্ৰেৰণ নকৰালৈকে আমি শাস্তি প্ৰদানকাৰী নহয়।
.
৪২:১৩
۞ شَرَعَ لَكُمْ مِنَ الدِّينِ مَا وَصَّىٰ بِهِ نُوحًا وَالَّذِي أَوْحَيْنَا إِلَيْكَ وَمَا وَصَّيْنَا بِهِ إِبْرَاهِيمَ وَمُوسَىٰ وَعِيسَىٰ ۖ أَنْ أَقِيمُوا الدِّينَ وَلَا تَتَفَرَّقُوا فِيهِ ۚ كَبُرَ عَلَى الْمُشْرِكِينَ مَا تَدْعُوهُمْ إِلَيْهِ ۚ اللَّهُ يَجْتَبِي إِلَيْهِ مَنْ يَشَاءُ وَيَهْدِي إِلَيْهِ مَنْ يُنِيبُ
তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছো লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলো যে, তোমালোকে দ্বীনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁৰ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁৰ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।
(দ্বীন ইছলাম আগতে যিটো আছিল আজিও সেইটোৱেই আছে:
Pl find the verse note 42:13 in the link:
.___________________________________________
😈৯৮:৪
وَمَا تَفَرَّقَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَةُ
আৰু যিসকলক কিতাব দিয়া হৈছিল সিহঁতে বিভক্ত হ’ল সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহাৰ পিছত।
.
✍️ref-as:
৩:১৯
إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱল-মাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
(Pl find the verse note of 3:19 in the link:
.___________________________________________
😈৯৮:৫
وَمَا أُمِرُوا إِلَّا لِيَعْبُدُوا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ حُنَفَاءَ وَيُقِيمُوا الصَّلَاةَ وَيُؤْتُوا الزَّكَاةَ ۚ وَذَٰلِكَ دِينُ الْقَيِّمَةِ
আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে আৰু যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।
.
✍️ Verse/Note:
98:5 And withal, they were not enjoined aught but that they should worship God, sincere in their faith in Him alone, turning away from all that is false;🔺1 and that they should be constant in prayer; and that they should spend in charity: for this is a moral law endowed with ever-true soundness and clarity.🔺2(as).

Note 🔺1
For this rendering of hunafa' (sing. hanif), see surah 2:135.
(২:১৩৫
وَقَالُوا كُونُوا هُودًا أَوْ نَصَارَىٰ تَهْتَدُوا ۗ قُلْ بَلْ مِلَّةَ إِبْرَاهِيمَ حَنِيفًا ۖ وَمَا كَانَ مِنَ الْمُشْرِكِينَ
আৰু সিহঁতে কয়, ‘তোমালোকে ইয়াহূদী বা নাছাৰা হৈ যোৱা, সঠিক পথ পাবা’। কোৱা, ‘বৰং আমি একনিষ্ঠ হৈ ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰিম; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।)

Note 🔺2
As regards the connotation of "moral law" in the term din, see on 109:6; the qualifying noun al-qayyimah (in the genitive case) has here the same meaning as the adjective qayyimah at the end of verse 3. The above definition of moral law outlines, in a condensed form, all the basic demands of true religion: a cognition of God's oneness and uniqueness and, implicitly, of man's responsibility to Him; a turning-away from all false concepts, values and dubious beliefs, all over-estimation of oneself, and all superstition; and, finally, kindness and charity towards all of God's creatures.
(১০৯:৬
لَكُمْ دِينُكُمْ وَلِيَ دِينِ
তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।)
.___________________________________________
😈৯৮:৬
إِنَّ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ وَالْمُشْرِكِينَ فِي نَارِ جَهَنَّمَ خَالِدِينَ فِيهَا ۚ أُولَٰئِكَ هُمْ شَرُّ الْبَرِيَّةِ
নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁতে আৰু মুশ্বৰিকসকলে জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; এওঁলোকেই হৈছে নিকৃষ্ট সৃষ্টি।
.___________________________________________
😈৯৮:৭
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أُولَٰئِكَ هُمْ خَيْرُ الْبَرِيَّةِ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক কাম কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।
.___________________________________________
😈৯৮:৮
جَزَاؤُهُمْ عِنْدَ رَبِّهِمْ جَنَّاتُ عَدْنٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۖ رَضِيَ اللَّهُ عَنْهُمْ وَرَضُوا عَنْهُ ۚ ذَٰلِكَ لِمَنْ خَشِيَ رَبَّهُ
তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰস্কাৰ আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এইটো তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।
.___________________________________________
।।।ছুৰা সমাপ্ত।।।
.___________________________________________
WORD BY WORD MEANING BB:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[98:1] Those who (Ellaziina) disbelieved (Kafaru') among (Min') the People of the Book (Ah'lil' Kitaabi) and 
the polytheists (Wal' Mush'rikiina) were not (Lam') disbanded (Mun'fakkiina) until (Hattaa) the proof 
(El'Bayyina')* came to them (Ta'tiya-humu).
[98:2] A messenger (Rasuulun) from GOD (Minallahi), reciting (Yat'lu') purified (Mutohharat’) pages (Suhufaan) 
[98:3] wherein (Fiihaa) are valuable (Qayyimat') writings (Kutubun).
[98:4] And (Wa) those who (Ellaziina) were given (Uutu') the Book (El'Kitaaba) did not (Maa) separate
(Tafarraqa) except (illa) after (Min Ba'di) what (Maa) had come to them (Jaa'at'humu) of the proof (El'Bayyina').
[98:5] And (Wa) they were not (Maa) commanded (Umiruu') except (illa) to (Li) worship GOD (Ya'budu-
llaha), being sincere (Mukh'lisiina) to HIM (Lahu) in a true (22:31) (Hunafaa’a) religion 1
(Ed'Diina), 
establishing (Yuqiimu) Prayer 2
(Es'Solaata) and giving (Yu'tuu) Charity 3
(Ez'Zakaata). And (Wa) that 
(Zaalika) is the valuable religion (30:30) (Diinul' Qayyima').
[98:6] Indeed (Inna), those who (Ellaziina) disbelieved (Kafaru') among (Min') the People of the Book (Ah'lil'
Kitaabi) and the polytheists (Wal' Mush'rikiina) will be in (Fii) the fire (Naari) of Hell (Jahannama); eternally 
(Khaalidiina) therein (Fiihaa). Those (U'laaika) are (Hum) the bad (Sharru) living creatures (El'Bariyya').
[98:7] Indeed (Inna), those who (Ellaziina) believed (Aamanu') and (Wa) did (Åmilu') good deeds 
(Es'Soalihaati); those (U'laaika) are (Hum) the good (Khai'ru) living creatures (El'Bariyya').
[98:8] Their reward (Jazaau-hum’) at (Enda) their LORD (Rabbi-him’) will be gardens (Jannaatu) of Eden 
(Åd'nin) beneath which (Min Tah'ti-ha) rivers (El'An'haaru) flow (Taj'rii); eternally (Khaalidiina) therein (Fiihaa)
forever (Abadan), GOD (Ellahu) being pleased with them (Radiya Ån'hum’) and (Wa) they being pleased with 
HIM (Raduu' Ån'hu). That (Zaalika) is for whoever (Liman') feared (Khashiya) his LORD (Rabba-hu).
___________________________________________
🟢jiaulhussain(syedraf) #muktabulhussain
🟣Date of Starting(Video)~10/August/2021
1st.👉 Video : https://bit.ly/3YEEa6Q
🔵Date of Today ~ 15.08.2023-Naz-villa✔️
🔴Work Progress ~ 99.06%
🟡Approx. Pages~ 4,471 nos.
⚫Parts ~ 670 ~
⬇️_____⬇️_____⬇️_____⬇️_____⬇️________⬇️
🟥SyedRaf(Fbook): https://bit.ly/3UvAodN
🟦Muktabul-UTube- https://bit.ly/3h1bchy
⭐BLOG BLOG BLOG BLOG BLOG BLOG 
🟪খণ্ডঃ১-বিশ্লেষণাত্মক-কোৰআন-চৰ্চা
(ছুৰা:০১-২১)Press: https://bit.ly/3IgiRUr
🟨খণ্ডঃ২-বিশ্লেষণাত্মককোৰআনচৰ্চা
(ছুৰা:২২-১১৪)Press: https://bit.ly/3XfqbnB
___________________________________________
CONTINUE.. #quranalone #quran #nohadith #assamesequran #অসমীয়াকোৰআন #fabricatedhadith #quranfollower #dropthehadith #taqwaallah #easyQuran #onlyquran #qurantafseer #onlyway
___________________________________________
"বিশ্লেষণাত্মক কোৰআনচৰ্চাই একমাত্ৰ পথ"

Comments

Popular posts from this blog

Muhammad in the Quran is not the name but an adjective/indefinite.

HEAVEN AND HELL ARE THE STATES OF CONSCIOUSNESS AND NOT PHYSICAL PLACES.+ fb below link.(স্বৰ্গ আৰু নৰক চেতনাৰ অৱস্থা, ভৌতিক স্থান নহয়)

💙Part:376(31:29-34)Luqmãn(End)